• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

2 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

27 minutes ago
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

58 minutes ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

3 hours ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

5 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

5 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

17 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

17 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

18 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

18 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

18 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

কিমান হৈছে সোণ-ৰূপৰ মূল্য?

editor by editor
June 22, 2026
in বাণিজ্য, বিবিধ, লেখা
0
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুলিয়ন বজাৰত ডাঙৰ হাহাকাৰ। এসপ্তাহত সোণৰ মূল্য প্ৰায় ৩ হাজাৰ টকা হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্য প্ৰতি কেজিত ১০ হাজাৰ টকা হ্ৰাস পাইছে। আজিৰ নতুন সোণ আৰু ৰূপৰ হাৰ চাও আহক…

দেশত সোণৰ মূল্য সাপ্তাহিক ভিত্তিত হ্ৰাস পাইয়েই আছে। যোৱা এসপ্তাহত ২৪ কেৰেট সোণৰ মূল্য প্ৰায় ৩ হাজাৰ টকা হ্ৰাস পাইছে। একে সময়তে ২২ কেৰেটৰ সোণৰ মূল্যও প্ৰায় ২৭৫০ টকা হ্ৰাস পাইছে। ২১ জুনৰ পুৱা দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,২৩০ টকা।

ইয়াৰ পূৰ্বে ১৯ জুন শুকুৰবাৰে দিল্লীৰ চাৰাফা বজাৰত ৯৯.৯ শতাংশ বিশুদ্ধ সোণৰ মূল্য হঠাৎ ২৮৪০ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ১,৫০,৬০০ টকা হয়।

বিশেষজ্ঞসকলৰ মতে, আমেৰিকান ডলাৰৰ শক্তিশালী অৱস্থানে বহুমূলীয়া ধাতুৰ ওপৰত চাপ বৃদ্ধি কৰিছে। ডলাৰৰ সূচকাংকই এবছৰৰ ভিতৰত সৰ্বোচ্চ স্তৰত উপনীত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত স্পট গোল্ডৰ মূল্য প্ৰতি আউন্সত ৪,১৪৮.৪৫ ডলাৰ। সোণ আৰু ৰূপৰ ঘৰুৱা বজাৰৰ মূল্য যেনেকৈ আভ্যন্তৰীণ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, আন্তঃৰাষ্ট্ৰীয় বজাৰতো উঠা-নমাও প্ৰভাৱিত হয়।

বিভিন্ন চহৰত সোণৰ মূল্য দিল্লী ২৪ কেৰেট সোণঃ ১,৪৬,২৩০ টকা প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ: ১,৩৪,০৫০ টকা প্ৰতি ১০ গ্ৰাম মুম্বাই আৰু কলকাতা ২৪ কেৰেট সোণ: ১,৪৬,০৮০ টকা প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ: ১,৩৩,৯০০ টকা গ্ৰাম

চেন্নাই ২৪ কেৰেট সোণঃ ১,৪৮,৩৭০ টকা প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ: ১,৩৬,০০০ টকা প্ৰতি ১০ গ্ৰাম পুনে আৰু বেংগালুৰুৰ ২৪ কেৰেট সোণ: ১,৪৬,০৮০ টকা প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ: ১,৩৩,৯০০ টকা প্ৰতি ১০ গ্ৰাম

আজিৰ গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১৪৫৯৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১৩৩৭৯ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০৯৪৭ টকা।

ৰূপৰ বজাৰৰ অৱস্থাঃ সোণৰ দৰে ৰূপৰ দামও সাপ্তাহিক ভিত্তিত হ্ৰাস পাইছে। যোৱা এসপ্তাহত ৰূপৰ মূল্য প্ৰায় ১০ হাজাৰ টকা হ্ৰাস পাইছে।

২১ জুনৰ পুৱা ৰূপৰ মূল্য আছিল ২,৫০,০০০ টকা। আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰূপৰ স্পট মূল্য প্ৰতি আউন্সত ৬৪.৭৩ ডলাৰ। ফলত বিশ্ব বজাৰৰ উঠা-নমাৰ ফলত অনাগত দিনতো সোণ-ৰূপৰ মূল্যত প্ৰভাৱ পৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!
জীৱনশৈলী

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

June 22, 2026
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?
বাণিজ্য

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

June 22, 2026
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক
বাণিজ্য

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

June 22, 2026
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক
অসম

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

June 22, 2026
Next Post
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?

"শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!", কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.