• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

23 minutes ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

1 minute ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

1 hour ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

2 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

2 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

3 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

5 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

5 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

6 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

7 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

8 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

9 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

আয়ুষ্মান কাৰ্ডৰ পৰা পাব বহুতো সুবিধা।

editor by editor
July 10, 2026
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, লেখা
0
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আয়ুষ্মান কাৰ্ড বনোৱাটো এতিয়া সহজ। চৰকাৰী কাৰ্যালয়লৈ নোযোৱাকৈ হোৱাটছএপৰ জৰিয়তে ঘৰৰ পৰাই আয়ুষ্মান কাৰ্ডৰ আবেদন কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এক সেৱা, যাৰ নাম আয়ুষ্মান সাৰথি দিয়া হৈছে। আচলতে ই এটা বিশেষ WhatsApp Chatbot। ইয়াৰ জৰিয়তে আপুনি সহজেই আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।

ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষই এই চেটবট প্ৰস্তুত কৰিছে। পিএম-জেই ডিজিটেল ব্যৱস্থাৰ সৈতে এপিআই ভিত্তিক সংহতিৰ জৰিয়তে হোৱাটছএপত এই সেৱা আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে ২৪ ঘণ্টাই বাস্তৱ সময়ত বিভিন্ন সেৱা উপলব্ধ হ’ব।

WhatsApp ত কি কি সেৱা উপলব্ধ?

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ‘আয়ুষ্মান সাৰথি’ৰ জৰিয়তে হিতাধিকাৰীসকলে যোগ্যতা পৰীক্ষণৰ পৰা ই-কেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব। কি কি সুবিধা লাভ কৰিব জানি লওক…

  1. আপুনি PM-JAY ৰ বাবে আপোনাৰ যোগ্যতা পৰীক্ষা কৰিব পাৰে।
  2. আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।
  3. ই-কেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব।
  4. আধাৰ লিংক কৰিব পাৰে।
  5. আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পাৰিব।
  6. আপুনি PM-JAY কাৰ্ড লক বা আনলক কৰিব পাৰে।
  7. ৭০ বছৰ আৰু তাৰ ওপৰৰ সকলেও লাভ কৰিব বন্দনা কাৰ্ড সম্পৰ্কীয় সেৱা।

ইয়াৰ উপৰিও নিজৰ মেডিকেল হিষ্ট্ৰি, ৱালেট বেলেঞ্চ, ওচৰৰ তালিকাভুক্ত চিকিৎসালয় বিচাৰি উলিওৱা, অভিযোগ দাখিল কৰা, অভিযোগৰ অগ্ৰগতি চাব পৰা, অভিযোগ প্ৰত্যাহাৰ কৰা, কল-বেকৰ অনুৰোধ কৰা, চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ হোৱাৰ পিছত মতামত দিয়াৰ সুবিধা থাকিব।

স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰিছে যে এই সেৱাই চৰকাৰী কাৰ্যালয়লৈ যোৱা বা কল চেণ্টাৰৰ ওপৰত নিৰ্ভৰশীলতাৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্ৰাস কৰিব। একে সময়তে ই দ্ৰুত সেৱা, স্বচ্ছতা, আৰু অভিযোগ নিৰাময়ৰ বাবেও ব্যৱস্থাটো শক্তিশালী কৰিব।

WhatsApp ত আয়ুষ্মান কাৰ্ড কেনেকৈ বনাব?

  • প্ৰথমে ৭২৯০৮২৩৮৩৮ নম্বৰটো মোবাইলত চেভ কৰক।
  • তাৰ পিছত সেই নম্বৰত Hi বুলি WhatsApp মেছেজ পঠিয়াব লাগিব।
  • চেটবটৰ পৰা একাধিক বিকল্প ওলাব। তাৰ পৰা ‘আয়ুষ্মান কাৰ্ড তৈয়াৰ কৰক’ নিৰ্বাচন কৰক।
  • মোবাইল নম্বৰ আৰু আধাৰ নম্বৰকে ধৰি প্ৰয়োজনীয় তথ্য প্ৰদান কৰক।
  • অ’টিপিৰ সৈতে পৰীক্ষা কৰক আৰু ই-কেৱাইচি সম্পূৰ্ণ কৰক।
  • প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’লে আপোনাৰ আয়ুষ্মান কাৰ্ড তৈয়াৰ হ’ব।
  • একেটা চেটবটৰ পৰাও কাৰ্ডখন ডাউনলোড কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ayushman Card Apply
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে
বিনোদন

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

July 10, 2026
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

July 10, 2026
Next Post
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ'ব ভাগ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.