অসম লাইভ২৪ঃ ক’ৰোনা ভেকচিন লৈ সলনি হ’ল মাত-কথা, দেহৰ গঠন। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ভিডিঅ’। ব্যৱসায়ী হৰ্ষ গোৱেংকাই ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টো প’ষ্ট কৰিছে। ভিডিঅ’টো চাই একাংশই funny comment-ও কৰা দেখা গৈছে। হৰ্ষ গোৱেংকাই টুইটাৰৰ captionত লিখিছে-effect of the chinese vaccine. ভিডিঅ’টোত চাওক ক’ৰোনাৰ টিকা লৈ কি হৈছে দেহৰ গঠন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ