• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

2 months ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

5 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

5 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

6 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

7 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

7 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

8 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

9 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

9 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

10 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

10 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

11 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

পুনৰ ভয়ংকৰ বিপদৰ আগজাননী নেপালত!

editor by editor
August 28, 2026
in বিবিধ, বিশ্ব, লেখা
0
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাতত ৭২ ঘন্টা। আন এক হিমবাহৰ পতনৰ ফলত নেপালত ৰুদ্ৰ সৰোৱৰ জলাশয় ফাটি যাব পাৰে। চীনৰ জলসম্পদ মন্ত্ৰালয়ে এক আগতীয়া সতৰ্কবাণী জাৰি কৰিছে। বৃহত্তৰ দুৰ্যোগৰ আশংকাত নেপাল প্ৰশাসনে যুদ্ধকালীনভাৱে হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

নেপাল-তিব্বত সীমান্তৰ কোহেন খোলা আৰু পুৰেপু ছাংপো নদীৰ সংগমস্থলীৰ জলপৃষ্ঠই ইতিমধ্যে বিপদৰ চিন অতিক্ৰম কৰিছে। ইতিমধ্যে ২০ লাখ ঘনমিটাৰ পানী জলাশয়টোত আছে। এয়া ক্ষমতাৰ বহু ওপৰত। চীনৰ সতৰ্কবাণী অনুসৰি অহা তিনিদিনত হিমবাহৰ পৰা আৰু ৩০ লাখ ঘনমিটাৰ পানী আহিবলৈ গৈ আছে।

বুধবাৰৰ দুৰ্যোগৰ পিছত শুকুৰবাৰে বজ্ৰপাতৰ সৈতে মধ্যমীয়া বৰষুণৰ আগজাননী দিয়া হৈছে। কোহেন খোলা আৰু পুৰেপু ছাংপো নদীৰ উৎপত্তি তিব্বতত। এই দুই নদী নেপালত প্ৰৱেশ কৰাৰ আগতে তিব্বতৰ ভূখণ্ডত লগ হয়। তাৰ পিছত, তেওঁলোকৰ নাম কোশী ৰাখি পিছলৈ ত্ৰিশুলী নদীত একত্ৰিত হয়। ফলত মানচিত্ৰ অনুসৰি যদি তিব্বতৰ এই অঞ্চলত হ্ৰদটো ভাঙি যায় তেন্তে ইতিমধ্যে বিধ্বস্ত অঞ্চলটোত দ্বিতীয়বাৰৰ বাবে বানপানীয়ে আঘাত হানিব। এইবাৰ চীনে যুদ্ধকালীন ব্যৱস্থা গ্ৰহণ কৰিছে যাতে দ্বিতীয়বাৰৰ বাবে এই দুৰ্যোগৰ পুনৰাবৃত্তি নহয়।

কোহেন খোলা আৰু পুৰেপু ছাংপো নদীৰ সংগমস্থলীত জলাশয় বিস্ফোৰণ হোৱা স্থানত উপস্থিত হৈছে চীনৰ অভিযন্তা। হিমবাহৰ খণ্ড ক’ত পৰি জলপথ বন্ধ কৰি ৰাখিছে সেইটো চিনাক্ত কৰিবলৈ ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে। ভাঙি যোৱা হিমবাহৰ পৰিসৰ জুখিবলৈ থ্ৰীডি লেজাৰ স্ক্যানাৰ ব্যৱহাৰ কৰা হৈছে। পৰ্টেবল উপগ্ৰহৰ সঁজুলি ব্যৱহাৰ কৰা হৈছে।

চীনৰ বতৰ বিজ্ঞান বিভাগেও সকীয়াই দিছে যে শুকুৰবাৰেও অঞ্চলটোত গোটেই দিনটো মধ্যমীয়া বৰষুণ অব্যাহত থাকিব। দুপৰীয়াৰ পিছত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি চীনৰ পক্ষত আবদ্ধ হৈ আছে ২০০ৰো অধিক ভাৰতীয় কৈলাশ মনছাৰোৱৰ তীৰ্থযাত্ৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
Next Post
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.