অসম লাইভ ২৪ : প্ৰথম পৰ্যায়, অৰ্থাৎ ২৭ মাৰ্চত ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাত, সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, যোৰহাট, মাজুলী, তিতাবৰ, মৰিয়নি, টীয়ক, আমগুৰি, নাজিৰা, মাহমৰা, সোণাৰি, থাওৰা, শিৱসাগৰ, বিহপুৰীয়া, নাওবৈছা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, জোনাই, মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, টিংখং, নাহৰকটীয়া, চাবুৱা, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
দ্বিতীয় পৰ্যায়, অৰ্থাৎ ১ এপ্ৰিলত ৰাতাবাৰী, পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোণাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখলা, কাটিগড়া, হাফলং, বোকাজান, হাওৰাঘাট, ডিফু, বৈঠালাংছ’, কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ, দলগাঁও, ওদালগুৰি, মাজবাট, জাগীৰোড, মৰিগাঁও, লাহৰীঘাট, ৰহা, নগাঁও, বঢ়মপুৰ, যমুনামুখ, হোজাই, লামডিঙত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
অন্তিম পৰ্যায়, অৰ্থাৎ ৬ এপ্ৰিলত মানকাচৰ, দক্ষিণ শালমাৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, পশ্চিম বিলাসীপাৰা, পূব বিলাসীপাৰা, গোঁসাইগাঁও, পশ্চিম কোকৰাঝাৰ, পূব কোকৰাঝাৰ, ছিডলী, বঙাইগাঁও, বিজনী, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, দুধনৈ, পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা, জলেশ্বৰ, সৰভোগ, ভৱানীপুৰ, পাটাছাৰকুছি, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা, বকো, ছয়গাঁও, পলাশবাৰী, জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী, হাজো, তামুলপুৰ, বৰক্ষেত্ৰী, ধৰ্মপুৰ, বৰমা, ছাপাগুৰিত ভোটগ্ৰহণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















