• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

2 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা, আৰক্ষীয়ে এক্সন ল’বই’, ক’লে মুখ্যমন্ত্ৰীয়ে

23 minutes ago
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক এটা অফাৰ

27 minutes ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

1 hour ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

LPG চিলিণ্ডাৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

3 hours ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

3 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

4 hours ago
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

5 hours ago
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

5 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

6 hours ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

15 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

কণী খোৱাৰ উপকাৰিতা জানক

editor by editor
September 28, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?
0
SHARES
392
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কণী প্ৰ’টিনৰ উৎস। যিসকলে ওজন কমাব বিচাৰে বা জিমলৈ গৈ পেশী গঠন কৰিব বিচাৰে তেওঁলোকৰ দৈনন্দিন খাদ্যত কণী নিশ্চয় থাকিব। কিন্তু এটা ডাঙৰ প্ৰশ্ন প্ৰায়ে উত্থাপন হয়, গোটেই কণীটো খালে ভাল নে কেৱল বগা অংশটো খালে ভাল?

কুহুম খাব লাগে নালাগে?

কণীৰ বগা অংশত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে। আৰু কুহুমত প্ৰটিনৰ লগতে ভিটামিন ডি, বি ভিটামিন, চৰ্বি আৰু অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। কুহুম বাদ দিলে এই পুষ্টিকৰ উপাদানবোৰো বাদ দিয়া হয়। কিন্তু যিসকলে জুখি কেলৰি খাব লাগে, তেওঁলোকে কেৱল বগা অংশটোহে বাছি ল’ব পাৰে, এজন পুষ্টিবিদৰ পৰামৰ্শ অনুসৰি।

চৰ্বি কমোৱাৰ বাবে কোনটো উত্তম?

বহুতে ভাবে যে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে নিশ্চয়কৈ কণীৰ কুহুম খোৱাৰ পৰা বিৰত থাকিব লাগে! কিন্তু তেনে কোনো নিয়ম নাই। গোটেই দিনটো কি খায় আৰু কিমান ব্যায়াম কৰে তাৰ ওপৰত ওজন কমি যায়। কিন্তু কণীৰ কুহুমত কেলৰি আৰু চৰ্বি যথেষ্ট কম। গতিকে যিসকলে পৰিমিত খাদ্য গ্ৰহণ কৰে তেওঁলোকে নিৰাপদে অধিক কণীৰ কুহুম খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে।

পেশী গঠনৰ বিষয়ে গৱেষণাই কি কয়?

পেশী গঠন কৰিবলৈ কেৱল কণী খোৱাৰ প্ৰয়োজন নাই, সঠিক পৰিমাণৰ ব্যায়ামৰ প্ৰয়োজন। এটা অধ্যয়নত দেখা গৈছে যে ব্যায়ামৰ পিছত গোটা কণী খালে পেশীৰ বৃদ্ধি দ্ৰুত হয়। ১২ সপ্তাহৰ আন এটা বৃহৎ অধ্যয়নত দেখা গৈছে যে গোটা কণী বা কেৱল বগা কণী খালে পেশীৰ বৃদ্ধিত একেধৰণৰ ফলাফল পোৱা যায়।

গতিকে কোনটো খাব?

যদি আপুনি কেৱল প্ৰ’টিনৰ প্ৰয়োজন আৰু কেলৰি কমাব বিচাৰিছে তেন্তে বগাবোৰ খাওক। যদি আপুনি সকলো পুষ্টিকৰ উপাদান একেলগে পাব বিচাৰে তেন্তে গোটেই কণীটো খোৱাটোৱেই উত্তম। আটাইতকৈ উত্তম কামটো হ’ল দুয়োটা খোৱা। উদাহৰণস্বৰূপে, দুটা গোটা কণীৰ সৈতে এটা বা দুটা কণীৰ কুহুম খাব পাৰে।

কেৱল কণীয়েই কাম কৰিবনে?

পেশী গঠন বা ওজন কমাবলৈ কেৱল কণীৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি। দালি, গাখীৰ, দৈ, মাছ বা মাংসও প্ৰটিনৰ অতি উত্তম উৎস। এইবোৰো আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

মনত ৰাখিব, “উজন কমাবলৈ ৫টা কণীৰ কুহুম, পেশী বৃদ্ধিৰ বাবে ২টা গোটা কণী”ৰ দৰে কোনো যাদুকৰী সূত্ৰ নাই। আপোনাৰ শৰীৰৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি আপোনাৰ সিদ্ধান্ত লওক। খাদ্যাভ্যাসত কোনো ডাঙৰ পৰিৱৰ্তন কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
অসম

‘মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা, আৰক্ষীয়ে এক্সন ল’বই’, ক’লে মুখ্যমন্ত্ৰীয়ে

September 28, 2026
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ
বিশ্ব

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক এটা অফাৰ

September 28, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

September 28, 2026
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন
শিক্ষা

LPG চিলিণ্ডাৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 28, 2026
Next Post
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

LPG চিলিণ্ডাৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.