- দেশজুৰি বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগৰ বৃহৎ সিদ্ধান্ত
- অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR
- এফালে SIRৰ বিতৰ্ক আনফালে SSRৰ ডাঙৰ সিদ্ধান্ত
- ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
- ১ জানুৱাৰী ২০২৭ক যোগ্যতাৰ অৰ্জন তাৰিখ হিচাপে লৈ হ’ব SSR
- ১৭ ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলতো হ’ব SSRৰ বৃহৎ প্ৰক্ৰিয়া
- SSR হৈছে বিশেষ সংক্ষিপ্ত সংশোধন
- যোগ্যৰ নাম অন্তৰ্ভুক্ত, অযোগ্যৰ নাম কৰ্তনৰ হ’ব প্ৰক্ৰিয়া
- ভোটগ্ৰহণ কেন্দ্ৰৰ যুক্তি সংগত কৰণৰ শেষ তাৰিখ ২ নবেম্বৰ ২০২৬
- খচৰা ভোটাৰ তালিকা প্ৰকাশৰ তাৰিখ ১২ নবেম্বৰ ২০২৬
- দাবী আৰু আপত্তিৰ সময়সীমা ১২নবেম্বৰৰ পৰা ১১ ডিচেম্বৰ
- চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ২০২৭ চনৰ ৪ জানুৱাৰীত
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















