‘গো-মাংস ৰাষ্ট্ৰীয় খাদ্য’, বিতৰ্কিত মন্তব্য কৰি আইনী লেঠাত গৌৰীপুৰৰ বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰী। নির্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগত মুছাহাৰীৰ বিৰুদ্ধে ধুবুৰী জিলা নির্বাচনী বিষয়াৰ গোচৰ। পূৰ্বাঞ্চল হিন্দু ঐক্য মঞ্চৰ গোচৰ দিছপুৰ আৰক্ষী থানাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ