- ৰাজ্যত আৰক্ষী বিষয়াৰ সৈতে চাঞ্চল্যকৰ ঘটনা
- হোটেলৰ কোঠাৰ ভিতৰত উদ্ধাৰ DSPৰ মৃতদেহ
- উপ-আৰক্ষী অধীক্ষক খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ
- ১৮ অক্টোবৰত বঙাইগাঁৱৰ এখন হোটেলত কোঠা বুক কৰিছিল ৰাভাই
- ‘জাহ্নৱী ৰিজেন্সী’ নামৰ হোটেলত উদ্ধাৰ ৰাভাৰ মৃতদেহ
- হোটেলখনৰ ১০২নং কোঠাত উদ্ধাৰ বিষয়াজনৰ মৃতদেহ
- হোটেলখনতে নিশা অতিবাহিত কৰিছিল DSP জনে
- আৰক্ষী বিষয়াজনৰ মৃত্যুক লৈ ৰহস্য
সম্পূৰ্ণ তথ্য চাওক এই লিংকত- https://www.facebook.com/share/v/1MGNA1PNYb/
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















