• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীন-ভাৰতৰ যুদ্ধৰ বাবে আধৰুৱা হৈ ৰোৱা এটা প্ৰেম কাহিনী, বিফল প্ৰেমে বনাই দিলে উল্লেখনীয় উদ্যোগপতি

চীন-ভাৰতৰ যুদ্ধৰ বাবে আধৰুৱা হৈ ৰোৱা এটা প্ৰেম কাহিনী, বিফল প্ৰেমে বনাই দিলে উল্লেখনীয় উদ্যোগপতি

2 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

7 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

7 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

8 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

9 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

10 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

10 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

11 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

12 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

12 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

13 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

14 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চীন-ভাৰতৰ যুদ্ধৰ বাবে আধৰুৱা হৈ ৰোৱা এটা প্ৰেম কাহিনী, বিফল প্ৰেমে বনাই দিলে উল্লেখনীয় উদ্যোগপতি

editor by editor
August 14, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
চীন-ভাৰতৰ যুদ্ধৰ বাবে আধৰুৱা হৈ ৰোৱা এটা প্ৰেম কাহিনী, বিফল প্ৰেমে বনাই দিলে উল্লেখনীয় উদ্যোগপতি
0
SHARES
351
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীন-ভাৰতৰ যুদ্ধৰ বাবে আধৰুৱা হৈ ৰোৱা এটা প্ৰেম কাহিনী, বিফল প্ৰেমে বনাই দিলে উল্লেখনীয় উদ্যোগপতি

আমেৰিকাৰ কলেজত পঢ়ি থকা সময়ৰ এক প্ৰেম কাহিনী। যুৱক ভাৰতৰ, যুৱতী আমেৰিকাৰ। দুয়োৰে জীৱনৰ প্ৰথম প্ৰেম আছিল সেয়া। বিবাহ পাশত আৱদ্ধ হোৱাৰো কথা আছিল দুয়োৰে।

পাছে ভাগ্যত নিয়তিয়ে লিখি থৈছিল অন্য কাহিনী। আইতাকৰ বেমাৰৰ বাবে ভাৰতলৈ হঠাতে আহিবলগীয়া হয় যুৱক। যুৱতীয়ো তাৰেই পাছত ভাৰতলৈ অহাৰ কথা। ভাৰতলৈ আহিলেই দুয়ো চিৰ জীৱনৰ বাবে এক হৈ যাব।

পাছে হেন সময়তে ভাৰত আৰু চীনৰ যুদ্ধ আৰম্ভ হয়। বহু দেশেই ভাৰতত থকা সেই দেশৰ নাগৰিকক সুৰক্ষিত উভতাই লৈ যায়। যাৰ বাবে শংকিত হৈ আমেৰিকাৰ যুৱতীৰ পিত-মাতৃয়েও কন্যাক ভাৰতলৈ পঠাবলৈ অপৰাগ হয়।

বহু চেষ্টা কৰিয়ো শংকিত পিতৃ-মাতৃ মান্তি নহয় কন্যাক ভাৰতলৈ পঠাবলৈ। পাছত যুৱতীগৰাকীক অন্যলৈ বিয়া দি দিয়ে। ভাৰতৰ সেই প্ৰেমিক অকলশৰীয়া হৈ পৰে। জীৱনৰ প্ৰথম প্ৰেম আধৰুৱা হৈ ৰোৱাত কোনোদিনেই আৰু বিয়া নাপাতে সেই প্ৰেমিকে।

সেই দুৰন্ত প্ৰেমিকেই হৈছে ৰতন টাটা। যাৰ নামেই পৰিচয়। যি বৰ্তমানে সমগ্ৰ ভাৰতৰেই পৰিচয়। যাৰ নামেৰেই লোৱা হয় টাটা গ্ৰুপৰ নাম। ভাৰতৰ উদ্যোগ খণ্ডত বিশেষ নাম থকা টাটাই লাভ কৰিছে বহু সন্মান। তাৰ ভিতৰত পদ্ম ভূষণ, মহাৰাষ্ট্ৰ ভূষণ, পদ্ম বিভূষণ, অসম বৈভৱ, অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া আদি উল্লেখনীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ratan tataRatan Tata Love StoryTata IndustryUn Completed Love Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
লালকিল্লালৈ প্ৰধানমন্ত্ৰী মোদী, উপস্থিত অলিম্পিকৰ পদকজয়ীসকলো, স্বাধীন ভাৰতৰ বাসিন্দাৰ উদ্দেশ্যে ক্ষন্তেক পাছতেই প্ৰধানমন্ত্ৰীৰ ভাষণ

লালকিল্লালৈ প্ৰধানমন্ত্ৰী মোদী, উপস্থিত অলিম্পিকৰ পদকজয়ীসকলো, স্বাধীন ভাৰতৰ বাসিন্দাৰ উদ্দেশ্যে ক্ষন্তেক পাছতেই প্ৰধানমন্ত্ৰীৰ ভাষণ

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল?

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.