• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

9 months ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

27 minutes ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

1 hour ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

2 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

3 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

3 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

4 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

5 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

6 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

6 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

7 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

7 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

editor by editor
July 11, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন
0
SHARES
410
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

বলীউডৰ ছুপাৰষ্টাৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানে ২০২৫ চনত অনুৰাগীক দিছে সীতাৰে জমীন পৰ নামৰ এখন সুন্দৰ ছবি। লগতে আহিবলগীয়া আন এখন ছবিৰ বিষয়ে জানিবলৈ দিছে। ৰজনীকান্তৰ ছবি কুলি ২ৰ পৰা আমিৰ খানৰ লুক প্ৰকাশ পাইছে। ৬০ বছৰ বয়সতো অভিনয়ত অতি সক্ৰিয় হৈ আছে আমিৰ খান।

পাছে ৬০ বছৰীয়া আমিৰ খানে কোনখন ছবিৰে কেৰিয়াৰ আৰম্ভ কৰিছিল জানেনে?বহুতেই এই ক্ষেত্ৰত কয়, জুহি চাওলাৰ সৈতে- কায়ামত ছে কায়ামত টক। কিন্তু এয়া ভুল। কিছুমানে কয়- য়াদো কি বাৰাত। কিন্তু সেই সময়ছোৱাত অভিনেতাজনে শিশু শিল্পী হিচাপে কাম কৰিছিল।

আমিৰৰ প্ৰথমখন ছবি আছিল হোলী যিখন ১৯৮৪ চনত মুক্তি পাইছিল। এই একেখন ছবিতে আমিৰৰ লগতে কেৰিয়াৰ আৰম্ভ কৰিছিল জ্যেষ্ঠ অভিনেতা পৰেশ ৰাৱালেও।

বৰ্তমানে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ বয়স ৬০ বছৰ আৰু প্ৰবীণ অভিনেতা পৰেশ ৰাৱালৰ বয়স ৭০ বছৰ। দুয়োৰে বয়সৰ ১০ বছৰৰ পাৰ্থক্য, কিন্তু দুয়োজন অভিনেতাই একেলগে কেৰিয়াৰ আৰম্ভ কৰিছিল।

১৯৮৪ চনত মুক্তি পোৱা এই ছবিখনৰ নাম আছিল হোলী। সেই সময়ত আমিৰ খানৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। আৰু পৰেশ ৰাৱালেও ২৯ বছৰ বয়সত আত্মপ্ৰকাশ কৰিছিল। চিনেমাখনৰ পৰিচালনা কেতন মেহতাই কৰাৰ বিপৰীতে ইয়াৰ কাহিনী লিখিছিল মহেশ এলকুঞ্চৱাৰে। এই ছবিখন আছিল ছাত্ৰ ৰাজনীতিৰ ওপৰত। ছবিখনৰ মুখ্য চৰিত্ৰত আছিল নাছিৰুদ্দিন শ্বাহ।

ছবিখনৰ তাৰকা অভিনেতা অতিশয় শক্তিশালী আছিল। আমিৰ খান আৰু পৰেশ ৰাৱালে ইয়াত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও দীপ্তি নভাল, আশুতোষ গোৱাৰিকাৰ, নাছিৰুদ্দিন শ্বাহ, শ্ৰীৰাম লাগো, ওম পুৰী, আমোল গুপ্তে, দীনা পাঠক, দীপৰ কাজিৰৰ দৰে তাৰকা। ইয়াৰ সংগীত দিছিল ৰজত ঢোলাকিয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanBollywoodParesh Rawal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?
বিশ্ব

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

April 11, 2026
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ
জীৱনশৈলী

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

April 11, 2026
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…
বিনোদন

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

April 11, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

April 11, 2026
Next Post
ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল'লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.