নিৰ্বাচনৰ সময়ত নিৱনুৱালৈ মনত পৰিছে চৰকাৰৰ। ভোটলৈ দুমাহো নথকা অৱস্থাত কেৱল বিজ্ঞাপনতে চৰকাৰে সমাধিস্থ কৰিব খুজিছে নিৱনুৱাৰ চাকৰিৰ সপোন। দুমাহতে কেনেকৈ সম্ভৱ হ’ব নিযুক্তি?