'অসমৰ আটাইতকৈ মৰমৰ মানুহজন নোহোৱা হোৱাৰ পিছতো কেৱল বিজনেছৰ বাবেই নৰ্থ ইষ্ট ফেষ্টিভেল চলাই ৰাখিছে শ্যামকানু মহন্তই।

এয়া লজ্জাজনক, তেঁওলোকে দায়িত্ব নোলোৱাৰ বাবেই আমি জুবিন গাৰ্গক হেৰুৱালো।

সিদ্ধাৰ্থ শৰ্মাই জুবিন দাৰ মোবাইলতো ৰাখি থলে, তাতেই হয়টো সকলো প্ৰমাণ আতঁৰাই পেলাইছে।

গানৰ ৰেভিনিউ সিদ্ধাৰ্থই নিজৰ হাতত ৰাখিছে।

তদন্ত CBI পৰ্যায়লৈ নি ব্যৱস্থা ল'ব লাগে'।

অভিনেত্ৰী তথা গায়িকা আষ্ট্ৰিয়ানা দিহিংগিয়াৰ মন্তব্য।