• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

34 minutes ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

3 minutes ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

53 minutes ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

2 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

3 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

4 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

21 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

22 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

23 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

editor by editor
March 13, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
0
SHARES
547
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৰুৰ ৰাশি মীনত ১৮ মাৰ্চ ২০২৬ত ৪ গ্ৰহ শনি, চন্দ্ৰমা, সূৰ্য আৰু শুক্ৰৰ মিলন হ’ব৷ ৪ গ্ৰহৰ মহামিলনত চতুৰ্গ্ৰহী যোগ তৈয়াৰ হ’ব৷ যি জ্যোতিষশাস্ত্ৰত খুবেই শুভ বুলি ধাৰণা কৰা হয়৷ এই চতুৰ্গ্ৰহী যোগ ২১ মাৰ্চ ২০২৬ পৰ্যন্ত থাকিব৷ ইয়াৰপাছতেই চন্দ্ৰমাই মীন ৰাশি এৰ মেষ ৰাশিলৈ আহিব৷ ইয়াৰ মাজতে এই যোগে ৩ ৰাশিৰ জাতকক লাভৱান কৰিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে এই চতুৰ্গ্ৰহী যোগে অপাৰ অৰ্থলাভৰ সুযোগ আনি দিব৷ আপুনি আয় বঢ়োৱাৰ সুযোগ পাব৷ ব্যৱসায়ত বিস্তাৰ হ’ব আৰু বিনিয়োগত সফলতা পাব৷ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হব৷ চিংগলসকলে সংগী লাভ কৰিব৷ চাকৰিয়ালে বৰিষ্ঠ অধিকাৰীসকলৰ পৰা সহযোগিতা পাব৷ যাৰ ফলত আপোনাৰ উন্নতি হব৷ নতুন লাভদায়ক সম্পৰ্ক তৈয়াৰ হব৷ মনত ৰাখিব কাৰোবাক ধন ধাৰলৈ দিলে ভাৱিচিন্তি দিবলৈ নাপাহৰিব৷

ধনু ৰাশি

ধনু ৰাশিৰ অধিপতি বৃহস্পতি আৰু বৃহস্পতিৰ ৰাশিত এই চতুৰ্গ্ৰহী যোগ তৈয়াৰ হৈছে৷ যিয়ে এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীসকলৰ বাবে অনুকূল ফলাফল কঢ়িয়াই আনিব৷ কেৰিয়াৰত অগ্ৰগতিৰ সম্ভৱ৷ আপুনি এক ডাঙৰ মাইলফলক অৰ্জন কৰিব পাৰে৷ ব্যৱসায় ভালেই চলিব৷ যাৰ ফলত আপুনি সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে৷ আপুনি যানবাহন বা সম্পত্তিও ক্ৰয় কৰিব পাৰে৷ আপুনি যদি উল্লেখযোগ্য পৰিমাণত অৰ্থ লাভ কৰে তেন্তে বুদ্ধিমানৰ সৈতে ব্যয় কৰক৷

মীন ৰাশি

মীন ৰাশিত তৈয়াৰ হোৱা এই যোগে এই ৰাশিৰ জাতকক সকলোতকৈ বেছি ফল দিব৷ আপোনাৰ ব্যক্তিত্বই আপোনাৰ আকৰ্ষণ বৃদ্ধি কৰিব৷ আপুনি আত্মবিশ্বাসী হ’ব৷ কৰ্মক্ষেত্ৰ আৰু সামাজিক জীৱনত আপোনাৰ ভাৱমূৰ্তি উন্নত কৰিব৷ চাকৰিয়ালে পদোন্নতি কৰিব পাৰে৷ চাকৰি পৰিবৰ্তনৰ ইচ্ছাও পূৰণ হব পাৰে৷ সম্পদৰ ওপৰিও সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ প্ৰেম আৰু বিবাহিত জীৱন ভালেই থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?
জীৱনশৈলী

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

March 13, 2026
Next Post
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন