• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ আৰম্ভণিতেই দুই ৰাজযোগ! সমগ্ৰ বছৰ অৰ্থ সুখ আহিব এই ৪ৰাশিৰ জাতকলৈ

নতুন বছৰৰ আৰম্ভণিতেই দুই ৰাজযোগ! সমগ্ৰ বছৰ অৰ্থ সুখ আহিব এই ৪ৰাশিৰ জাতকলৈ

1 year ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

22 minutes ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

1 hour ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

2 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

2 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

10 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

10 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

11 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

12 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

13 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

13 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

14 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰৰ আৰম্ভণিতেই দুই ৰাজযোগ! সমগ্ৰ বছৰ অৰ্থ সুখ আহিব এই ৪ৰাশিৰ জাতকলৈ

নতুন বছৰৰ আৰম্ভণিতেই দুই ৰাজযোগ! সমগ্ৰ বছৰ অৰ্থ সুখ আহিব এই ৪ৰাশিৰ জাতকলৈ

editor by editor
December 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নতুন বছৰৰ আৰম্ভণিতেই দুই ৰাজযোগ! সমগ্ৰ বছৰ অৰ্থ সুখ আহিব এই ৪ৰাশিৰ জাতকলৈ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি এক নিৰ্দিষ্ট সময় অতিক্ৰম কৰাৰ পাছত সমস্ত গ্ৰহই এটা ৰাশিৰ পৰা বাহিৰলৈ ওলাই অইন ৰাশিত প্ৰৱেশ কৰে৷ এই ঘটনাক গ্ৰহৰ গোচৰ বুলি কোৱা হয়৷ সূৰ্য, চন্দ্ৰ, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু এই ৯টা গ্ৰহই নিয়ম অনুসৰি সময়ে সময়ে ১২টা ৰাশিত গোচৰ কৰে৷ ইয়াৰ ফলত বিশ্বৰ বিভিন্ন ঘটনা আৰু ব্যক্তিগত জীৱনত ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পৰে৷ ২০২৫ৰ আৰম্ভণিতেই দুটাকৈ ৰাজযোগ তৈয়াৰ হ’ব৷

২০২৫ চনৰ আৰম্ভণি হ’ব বুধবাৰেৰে৷ জ্যোতিষ গণনা অনুসৰি বছৰৰ প্ৰথম দিনাই মালব্য ৰাজযোগ আৰু ত্ৰিকোণ ৰাজযোগ তৈয়াৰ হৈছে৷ ইয়াৰোপৰি ২০২৫ চনৰ মাৰ্চ মাহত শনিয়েও ৰাশি পৰিবৰ্তন কৰিব৷ ইয়াৰ ফলত এই ৪ৰাশিৰ মানুহৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে ২০২৫ চন অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব৷ এই বছৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে৷ হঠাৎ আৰ্থিক লাভ হ’ব পাৰে৷ চাকৰিয়ালৰ পদোন্নতিৰ সুযোগ থাকিব৷ ইয়াৰোপৰি যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ সম্ভাৱনা আছে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে এই সময় খুবেই আনন্দময় হ’ব৷ বিশেষ যোগৰ ফলত তেওঁলোকৰ ব্যৱসায়ত উন্নতি হ’ব৷ ৰৈ থকা অৰ্থ পাব৷ ধৰ্মীয় কামত আগ্ৰহ বৃদ্ধি পাব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে বছৰৰ প্ৰথম দিনাই তৈয়াৰ হোৱা বিশেষ যোগৰ ফলত অৰ্থ বৃদ্ধি হ’ব, ব্যৱসায়ত লাভ হ’ব আৰু আদালতৰ গোচৰত সাফল্য লাভ কৰিব৷ সমাজত সন্মান আৰু মৰ্যদা বাঢ়িব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময়টো শুভ হ’ব৷ ধৰ্মীয় কামত আগ্ৰহ বৃদ্ধি পাব৷ বুধ গ্ৰহৰ বিশেষ কৃপাত চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা থাকিব৷ ইয়াৰোপৰি ঘৰলৈ নতুন অতিথি আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!
জীৱনশৈলী

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

April 11, 2026
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!
জীৱনশৈলী

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

April 11, 2026
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?
জীৱনশৈলী

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

April 11, 2026
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

April 11, 2026
Next Post
মাত্ৰ ৬বছৰৰ মাজত কোটিপতি হ’ব খোজে? মাহত কিমান টকা ক’ত বিনিয়োগ কৰিব?

মাত্ৰ ৬বছৰৰ মাজত কোটিপতি হ’ব খোজে? মাহত কিমান টকা ক’ত বিনিয়োগ কৰিব?

নিশা বিদ্যুৎ আৰু ইণ্টাৰনেট কৰ্তন কৰিও ফল পোৱা নাই! সন্তান জন্মৰ হাৰ বঢ়াবলৈ নতুন মন্ত্ৰণালয় খুলিছে ৰুছ চৰকাৰে?

নিশা বিদ্যুৎ আৰু ইণ্টাৰনেট কৰ্তন কৰিও ফল পোৱা নাই! সন্তান জন্মৰ হাৰ বঢ়াবলৈ নতুন মন্ত্ৰণালয় খুলিছে ৰুছ চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.