বঙাইগাওঁত বৃহৎ জয় অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ
বিজেপি মিত্ৰদললৈ আহিল দ্বিতীয়টো ভালখবৰ
কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেন্দ্ৰজিৎ সিনহাক বৃহৎ ভোটত পৰাস্ত
প্ৰায় ২০ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ
১৮টা ৰাউণ্ডৰ অন্তত জয়ী দীপ্তিময়ী চৌধুৰী
৩৮বছৰীয়া শাসনৰ পাছত দীপ্তিময়ীয়ে ল’লে স্বামীৰ ভাৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















