• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নোবেল বিজয়ী মহম্মদ ইউনুছ বাংলাদেশৰ নতুন মুৰব্বী, দেশখনৰ সংকটৰ ৫ টা আপডেট

নোবেল বিজয়ী মহম্মদ ইউনুছ বাংলাদেশৰ নতুন মুৰব্বী, দেশখনৰ সংকটৰ ৫ টা আপডেট

2 years ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

27 minutes ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

1 hour ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

2 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

2 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

4 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

5 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

5 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

6 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

6 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

14 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

14 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নোবেল বিজয়ী মহম্মদ ইউনুছ বাংলাদেশৰ নতুন মুৰব্বী, দেশখনৰ সংকটৰ ৫ টা আপডেট

editor by editor
August 8, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
নোবেল বিজয়ী মহম্মদ ইউনুছ বাংলাদেশৰ নতুন মুৰব্বী, দেশখনৰ সংকটৰ ৫ টা আপডেট
0
SHARES
333
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নোবেল বিজয়ী মহম্মদ ইউনুছ বাংলাদেশৰ নতুন মুৰব্বী, দেশখনৰ সংকটৰ ৫ টা আপডেট

বাংলাদেশত সংৰক্ষিত বিৰোধী প্ৰতিবাদ চৰকাৰ বিৰোধী আন্দোলনলৈ পৰিণত হোৱাৰ পিছতে যোৱা ৫ আগষ্টত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল শ্বেখ হাছিনাই। হিংসাত্মক পৰিস্থিতিৰ মাজতে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল হাছিনা। বৰ্তমান ভনীয়েকৰ সৈতে ভাৰতত বাস কৰি আছে শ্বেখ হাছিনা।

আজি ৮ আগষ্ট বৃহস্পতিবাৰে বাংলাদেশ সেনাৰ সহযোগত অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব ল’ব নোবেল বিজয়ী মহম্মদ ইউনুছে। সেই উদ্দেশ্যে সন্ধিয়া শপত গ্ৰহণো কৰে। আনহাতে, ঢাকা আৰু অন্যান্য চহৰতো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ইফালে ভাৰতেও বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সীমান্তত নিৰাপত্তা কটকটীয়া কৰিছে।

১- আজি বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান
ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে দিনৰ ২:৩০ বজাত পেৰিছৰ পৰা নোবেল বিজয়ী মহম্মদ ইউনুছে ঢাকাত উপস্থিত হৈছে। নিশা ৮:৩০ বজাত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। মহম্মদ ইউনুছ হ’ব অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী।

২- ৫০০ বাংলাদেশীক অনুপ্ৰৱেশ কৰাত বাধা দিলে বি এছ এফে
বুধবাৰে ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত ৫০০ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে জলপাইগুৰিৰ সমীপত সীমান্ত সুৰক্ষা বাহিনীৰ লোকে তেওঁলোকক ৰখাই দিয়ে। উত্তৰ বংগ সীমান্তৰ তথ্য অনুসৰি বাংলাদেশত প্ৰতিবাদকাৰীৰ আক্ৰমণৰ আশংকাত এই লোকসকল সমবেত হৈছিল।

৩- খালেদা জিয়াই লাভ কৰিলে নতুন পাছপ’ৰ্ট
শ্বেইখ হাছিনাই দেশ এৰি যোৱাৰ লগে লগে ২০১৮ চনৰ পৰা দুৰ্নীতিৰ গোচৰত জেলত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াকো মুকলি কৰি দিয়া হৈছে। লগতে তেওঁক নতুন পাছপ’ৰ্ট দিয়া হৈছে।

৪- বিএনপিয়ে ৩ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে
প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে বুধবাৰে অনুষ্ঠিত হোৱা সমাৱেশত বিএনপিৰ নেতাসকলে ৰাইজৰ নিৰ্বাচিত চৰকাৰখন ক্ষমতালৈ আহিব লাগে বুলি মন্তব্য কৰে। ইয়াৰ বাবে নিৰ্বাচনৰ প্ৰয়োজন বুলি উত্থাপন কৰে।

৫- মেঘালয় সীমান্তৰ সকলো বজাৰ বন্ধ
বাংলাদেশত চলি থকা হিংসা আৰু ৰাজনৈতিক সংকটৰ মাজতে মেঘালয় চৰকাৰে সীমান্তৰ বজাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে। পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে বজাৰসমূহ খোলা নহ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bangaldesh PMbangladeshbangladesh New Power
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

April 11, 2026
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

April 11, 2026
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

April 11, 2026
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা
ভাৰত

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

April 11, 2026
Next Post
সোণ কিনিম বুলি ভাবিছে নেকি, হোৰাহোৰে কমিছে মূল্য, ১০ দিনত ৪ বাৰ হ্ৰাস

সোণ কিনিম বুলি ভাবিছে নেকি, হোৰাহোৰে কমিছে মূল্য, ১০ দিনত ৪ বাৰ হ্ৰাস

নদীমক নোৱাৰিলে নীৰজে, ৰূপতে ক্ষান্ত, আনহাতে ব্ৰঞ্জ জয় কৰি স্বৰ্ণীল কেৰিয়াৰ সামৰিলে শ্ৰীজেশে

নদীমক নোৱাৰিলে নীৰজে, ৰূপতে ক্ষান্ত, আনহাতে ব্ৰঞ্জ জয় কৰি স্বৰ্ণীল কেৰিয়াৰ সামৰিলে শ্ৰীজেশে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.