বৰঝাৰ বিমানবন্দৰৰ সমীপৰ কৈটাসিদ্ধি গাঁৱলৈ উচ্ছেদৰ জাননী। বিমানবন্দৰৰ পিছত বৃহৎ ভূখণ্ড আদানীক চমজোৱাৰ চৰকাৰী পৰিকল্পনা। কৈটাসিদ্ধিবাসীৰ মাজত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা। প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীক চোকা ভাষাৰে সমালোচনা সাংসদগৰাকীৰ। কৈটাসিদ্ধিবাসীৰ দুৰ্যোগৰ সময়ত কাষত থকাৰ প্ৰতিশ্ৰুতি সাংসদ ভূঞাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ