• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবছৰৰ খৰচ মাত্ৰ ১১৯৮ টকা! BSNLৰ এই ৪ প্লেন আপোনাৰ বাবেও পাৰফেক্ট

এবছৰৰ খৰচ মাত্ৰ ১১৯৮ টকা! BSNLৰ এই ৪ প্লেন আপোনাৰ বাবেও পাৰফেক্ট

1 year ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

15 minutes ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

1 hour ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

2 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

3 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

4 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

4 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

5 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

6 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

6 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

7 hours ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এবছৰৰ খৰচ মাত্ৰ ১১৯৮ টকা! BSNLৰ এই ৪ প্লেন আপোনাৰ বাবেও পাৰফেক্ট

এবছৰৰ খৰচ মাত্ৰ ১১৯৮ টকা! BSNLৰ এই ৪ প্লেন আপোনাৰ বাবেও পাৰফেক্ট

editor by editor
November 9, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য
0
এবছৰৰ খৰচ মাত্ৰ ১১৯৮ টকা! BSNLৰ এই ৪ প্লেন আপোনাৰ বাবেও পাৰফেক্ট
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বছৰৰ জুলাইৰ পৰা চৰ্চাতেই আছে বিএছএনএল৷ বিগত মাহ কেইটাত লক্ষাধিক নতুন গ্ৰাহক যুক্ত হৈছে বিএছএনএলৰ সৈতে৷ কাণ এটাই কম দামত ভাল প্লেন৷ দামী প্লেনৰ সলনি বিএছএনএলে আনিছে নতুন নতুন কেইবাটাও লাভজনক প্লেন৷ সম্প্ৰতি গ্ৰাহকৰ আকৰ্ষণ বঢ়াবলৈ কোম্পানীৰ নতুন লগ’ আনিছে বিএছএনএলে৷ আপুনিও এই বেচৰকাৰী টেলিকম সংস্থাৰ সৈতে যুক্ত হ’ব বিচাৰে নেকি? নতুনকৈ এয়াৰটেল, জিঅ’ৰ সলনি বিএছএনএল ছিম ল’ব খুজিলে কি প্লেন আপোনাৰ বাবে উপযুক্ত জানক সবিশেষ৷

BSNLৰ ১১৯৮ টকাৰ প্লেন

মাত্ৰ ১১৯৮ টকা খৰচ কৰি আপুনি ৰিচাৰ্জ কৰিব পাৰে ৩৬৫ দিনৰ বাবে৷ এই প্লেনত আপুনি যি কোনো নেটৱৰ্ক জুৰি প্ৰতি মাহে ৩০০ মিনিট ভয়েছ কল কৰিব পাৰিব৷ প্ৰতি মাহত পাব ৩ জিবি হাইস্পিদ ডাটা৷

BSNLৰ ১৪৯৯ টকাৰ প্লেন

যিসকলে খৰচ আৰু সুবিধাৰ মাজত ভাৰসাম্য ৰাখিব খোজে তেওঁলোকৰ বাবে এই প্লেন৷ ১৪৯৯ টকাৰ এই প্লেন একেবাৰে আদৰ্শ প্লেন৷ ৩৩৬ দিনৰ এই প্লেনত আপুনি যি কোনো নেটৱৰ্কত পাব আনলিমিটেড কলৰ সুবিধা৷ প্ৰতিদিনে পাব ১০০ টা বিনামূলীয়া এছ এমএছৰ সুবিধা আৰু ২৮ জি বি ফ্ৰি হাইস্পিড ডাটা৷

BSNLৰ ১৮৯৯ টকাৰ প্লেন

১৮৯৯ টকাৰ প্লেনটোও ভাল এক বিকল্প৷ এই প্লেনৰো বৈধতা ৩৬৫ দিন৷ যি কোনো নেটৱৰ্কত আনলিমিটেড ভয়েছ কল৷ ইয়াৰোপৰি লাভ কৰিব মুঠ ৬০০জি বি হাইস্পিড ডাটা আৰু প্ৰতিদিনে ১০০ টা বিনামূলীয়া এছ এম এছৰ সুবিধা৷ ইয়াৰোপৰি আছে এৰিনা, হাৰ্ডি গেমছ, গেমন এষ্ট্ৰোটেল, লিছেন পডকাষ্টৰ দৰে একাধিক এপৰ প্ৰিমিয়াম একচেছ৷

BSNLৰ ২৩৯৯ টকাৰ প্লেন

এই প্লেনো দীৰ্ঘ ম্যাদি এক প্লেন৷ গ্ৰাহকৰো এই প্লেন খুবেই পছন্দৰ৷ এই প্লেনৰ ম্যাদ ৩৯৫ দিন৷ ইয়াত পাব প্ৰতিদিনে ২ জিবি ডাটা উপভোগ কৰাৰ সুযোগ৷ যি কোনো নেটৱৰ্কত আনলিমিটেড ভয়েছ কল, লগতে প্ৰতিদিনে ১০০ টা ফ্ৰি এছ এম এছ৷ ইয়াৰোপৰি জিং মিউজিক, বিএছএনএল টিউনছ, হাৰ্ডি গেমছ বা চেলেঞ্জাৰ এৰিয়ানাৰ দৰে একাধিক এপৰ বিনামূলীয়া একচেছ৷ ইয়াৰোপৰি বিএছএনএল ছেলফ কেয়াৰ, এপ দি ৰিচাৰ্জ কৰিলে সকলো ধৰণৰ ৰিচাৰ্জৰ ওপৰত আছে অতিৰিক্ত ২শতাংশ ৰেহাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?
জীৱনশৈলী

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

March 16, 2026
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ
জীৱনশৈলী

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

March 16, 2026
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

March 16, 2026
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

March 16, 2026
Next Post
মুখ্যমন্ত্ৰীৰ পেকেট লাঞ্চৰ পৰা হেৰাল এটা চিঙৰা, কোনে খালে মুখ্যমন্ত্ৰীৰ চিঙৰা? তদন্তত নামিছে CID, ভাইৰেল অভিযোগনামা

মুখ্যমন্ত্ৰীৰ পেকেট লাঞ্চৰ পৰা হেৰাল এটা চিঙৰা, কোনে খালে মুখ্যমন্ত্ৰীৰ চিঙৰা? তদন্তত নামিছে CID, ভাইৰেল অভিযোগনামা

বক্ৰী পথ এৰি মাৰ্গী হ’ব শনি, সফলতাই দুৱাৰত টুকুৰিয়াব এই ৫ৰাশিৰ জাতকৰ

বক্ৰী পথ এৰি মাৰ্গী হ’ব শনি, সফলতাই দুৱাৰত টুকুৰিয়াব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.