• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধ-শনিৰ দুৰ্লভ দশাংক যোগ! খুলিব সাফল্যৰ দুৱাৰ, এই ৪ৰাশিৰ জীৱনত অৰ্থবৃষ্টিৰ পূৰ্ণ সম্ভাৱনা

বুধ-শনিৰ দুৰ্লভ দশাংক যোগ! খুলিব সাফল্যৰ দুৱাৰ, এই ৪ৰাশিৰ জীৱনত অৰ্থবৃষ্টিৰ পূৰ্ণ সম্ভাৱনা

2 months ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

26 minutes ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

1 hour ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

2 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

3 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

3 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

4 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

4 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

5 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

5 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

6 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

18 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধ-শনিৰ দুৰ্লভ দশাংক যোগ! খুলিব সাফল্যৰ দুৱাৰ, এই ৪ৰাশিৰ জীৱনত অৰ্থবৃষ্টিৰ পূৰ্ণ সম্ভাৱনা

বুধ-শনিৰ দুৰ্লভ দশাংক যোগ! খুলিব সাফল্যৰ দুৱাৰ, এই ৪ৰাশিৰ জীৱনত অৰ্থবৃষ্টিৰ পূৰ্ণ সম্ভাৱনা

editor by editor
January 24, 2026
in জীৱনশৈলী
0
বুধ-শনিৰ দুৰ্লভ দশাংক যোগ! খুলিব সাফল্যৰ দুৱাৰ, এই ৪ৰাশিৰ জীৱনত অৰ্থবৃষ্টিৰ পূৰ্ণ সম্ভাৱনা
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত বুধ গ্ৰহক বুদ্ধি, ব্যৱসায় আৰু যোগাযোগৰ কাৰক হিচাপে ধৰা হয়৷ আৰু শনি গ্ৰহ কৰ্ম, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰতীক৷ ২০২৬ চনৰ ৩ফেব্ৰুৱাৰী, মঙ্গলবাৰে বুধ আৰু শনিয়ে এটাই আনটোৰ পৰা ৩৬ ডিগ্ৰী কৌণিক দূৰত্বত অৱস্থান কৰি দশাংক যোগ গঠন কৰিব৷ জ্যোতিষশাস্ত্ৰত এই যোগক অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ এই বিশেষ যোগৰ প্রভাৱত চাৰিটা ৰাশিৰ জীৱনলৈ আহিব পাৰে ডাঙৰ লাভ আৰু ইতিবাচক পৰিবৰ্তন৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে বুধ আৰু শনিৰ এই দশাংক যোগে ভাগ্য উজ্জ্বল কৰিব পাৰে৷ কৰ্মজীৱনত বৃহৎ সাফল্য পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায় সংক্ৰান্তিয় যিকোনো সিদ্ধান্ত ল’ব পাৰে৷ সেইসমূহত উল্লেখযোগ্য লাভ আনি দিব পাৰে৷ উন্নতিৰ নতুন পথ খুলি যাব৷ বুদ্ধি আৰু পৰিশ্ৰমৰ সঠিক সমন্বয়ত কামৰ ক্ষেত্ৰত সাফল্য আহিব৷ আৰ্থিক লাভৰ ফলত পুৰণি ডাঙৰ ঋণ শোধ কৰা সম্ভৱ হব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে বুধ শনিৰ এই দশাংক যোগ অত্যন্ত শুভ ফলদায়ক হব৷ দীৰ্ঘদিনৰ পৰিশ্ৰমৰ পূৰ্ণ ফল পোৱা যাব আৰু চাকৰিক্ষেত্ৰত বৃহৎ কোনো দায়িত্ব পাব পাৰে৷ কৰ্মস্থলত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ ব্যৱসায়ত নতুন কৌশল প্ৰয়োগ কৰি ডাঙৰ আৰ্থিক লাভ কৰা সম্ভৱ৷ পুৰণি বিনিয়োগ বা দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ কৰিব আৰু বৃহৎ সাফল্যৰ মুখ দেখিব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে বুধ আৰু শনিৰ এই যোগ আৰ্থিক দিশৰ পৰা লাভজনক প্ৰমাণিত হব৷ ব্যৱসায়ত কোনো অৱস্থান অৰ্জন কৰাৰ সুযোগ আহিব৷ পুৰণি পৰিকল্পনাসমূহত নতুনকৈ আৰম্ভ কৰাৰ সুযোগ পাব৷ কৌশলগত সিদ্ধান্ত গ্ৰহণে ডাঙৰ কামত সহায় কৰিব৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আত্মবিশ্বাস বাঢ়িব আৰু সমাজত পৰিচিতি আৰু মৰ্যাদা বৃদ্ধি পাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে বুধ আৰু শনিৰ প্ৰভাৱশালী এই যোগে লাভৰ নতুন পথ খুলি দিব৷ বুদ্ধিমত্তাৰ সৈতে পৰিকল্পনা কৰি কাম সম্পন্ন কৰিব পাৰে৷ শনিৰ ধৈৰ্য্যৰ সৈতে বুধৰ বুদ্ধিৰ মেলবন্ধনে আৰ্থিক সাফল্য আনি দিব৷ কৰ্মজীৱনত নতুন দিশা আৰু উন্নতিৰ সম্ভাৱনা আছে৷ ব্যৱসায় বুদ্ধি আৰু কঠোৰ পৰিশ্ৰম দুয়োটাই প্ৰয়োজন হব আৰু শেষ পৰ্যন্ত প্ৰচেষ্টাৰ ফল লাভ কৰিব৷

বুধ আৰু শনিৰ দশাংক যোগে বুদ্ধি আৰু পৰিশ্ৰমৰ এক বিৰল সমন্বয় সৃষ্টি কৰিছে যিয়ে জীৱনৰ নানান ক্ষেত্ৰত স্থায়ী সাফল্যৰ ইংগিত দিয়ে৷ এই সময়ত ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি সঠিক পৰিকল্পনা আৰু ধৈৰ্য আৰু বিচক্ষণেৰে সিদ্ধান্ত গ্ৰহণ কৰিলে সুফল আৰু স্পষ্টভাৱে পোৱা যাব৷ বিশেষকৈ কৰ্মজীৱন, ব্যৱসায় আৰু আৰ্থিক বিষয়ত যিসকলে দীৰ্ঘদিন ধৰি পৰিশ্ৰম কৰি আছে তেওঁলোকৰ বাবে এই যোগে নতুন সুযোগ আৰু ইতিবাচক পৰিবৰ্তনৰ দুৱাৰ খুলি দিব পাৰে৷ সচেতনভাৱে এই সময়ক কামত লগাব পাৰিলে ভৱিষ্যতে পথ আৰু সফল হৈ উঠিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
Next Post
নেটমাধ্যমত ট্ৰেণ্ডিং ‘পাৰফেক্ট ফেব্ৰুৱাৰী’, কিয় বিশেষ এইবাৰৰ ফেব্ৰুৱাৰী মাহ? নেপথ্যত কি কাৰণ?

নেটমাধ্যমত ট্ৰেণ্ডিং ‘পাৰফেক্ট ফেব্ৰুৱাৰী’, কিয় বিশেষ এইবাৰৰ ফেব্ৰুৱাৰী মাহ? নেপথ্যত কি কাৰণ?

‘জনগণমন’ৰ দৰে ‘বন্দে মাতৰম’ৰ পৰিবেশনতো বিধি বান্ধি দিব খুজিছে কেন্দ্ৰই? মোদী চৰকাৰে আৰম্ভ কৰিছে চিন্তা-চৰ্চা, অৱমাননা কৰিলে কি শাস্তি?

‘জনগণমন’ৰ দৰে ‘বন্দে মাতৰম’ৰ পৰিবেশনতো বিধি বান্ধি দিব খুজিছে কেন্দ্ৰই? মোদী চৰকাৰে আৰম্ভ কৰিছে চিন্তা-চৰ্চা, অৱমাননা কৰিলে কি শাস্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.