• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CBI য়ে পালে পলিগ্ৰাফ টেষ্টৰ অনুমতি, কেতিয়া হ’ব পলিগ্ৰাফ টেষ্ট?

CBI য়ে পালে পলিগ্ৰাফ টেষ্টৰ অনুমতি, কেতিয়া হ’ব পলিগ্ৰাফ টেষ্ট?

1 year ago
হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

8 hours ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

9 hours ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

11 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

11 hours ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

12 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

14 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

14 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

15 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

15 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

16 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

1 day ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

CBI য়ে পালে পলিগ্ৰাফ টেষ্টৰ অনুমতি, কেতিয়া হ’ব পলিগ্ৰাফ টেষ্ট?

CBI য়ে পালে পলিগ্ৰাফ টেষ্টৰ অনুমতি, কেতিয়া হ’ব পলিগ্ৰাফ টেষ্ট?

editor by editor
August 23, 2024
in বিবিধ, ভাৰত, লেখা
0
CBI য়ে পালে পলিগ্ৰাফ টেষ্টৰ অনুমতি, কেতিয়া হ’ব পলিগ্ৰাফ টেষ্ট?
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ জি কৰ কাণ্ডত অভিযুত্চ ছিভিক ভলণ্টিয়াৰ সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্টৰ জটিলতা অৱশেষত দূৰ হৈছে৷ সূত্ৰৰ খবৰ অনুসৰি শুকুৰবাৰে দুপৰীয়া শিয়ালদা মুখ্য বিচাৰ বিভাগীয় মেজিষ্ট্ৰেটে পলিগ্ৰাফ পৰীক্ষাৰ বিষয়ে সন্মতি দিছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ঘটনাক লৈ কয়, ‘শুকুৰবাৰে বিয়লী ৫বজাত শিয়ালদা কৰ্টৰ চিফ জুডিছিয়েল মেজিষ্ট্ৰেট আদালতে যেন এই বিষয়টোৰ নিৰ্দেশ দিয়ে৷ এই সন্মতি লাভৰ পাছতেই সঞ্জয়ৰ পলিগ্ৰাফ পৰীক্ষা এতিয়া সময়ৰ অপেক্ষা৷

তদন্তকাৰীয়ে কৈছে যে পলিগ্ৰাফ পৰীক্ষাৰ তদন্তত নতুন মূৰ আহিব পাৰে৷ এই ক্ষেত্ৰত অভিযুক্তৰ হৃদস্পন্দন,. ব্লাড প্ৰেছাৰ, মানসিক চাপ আদি সকলোবোৰৰ পৰিমাপ কৰা হয়৷ বিভিন্ন প্ৰশ্ন কৰে তদন্তকাৰী সংস্থাই৷ অভিযুক্তই সঁচা কৈছেনে এয়া জনাৰ নিৰ্ভৰযোগ্য পৰীক্ষা হৈছে পলিগ্ৰাফ টেষ্ট৷ আৰ জি কৰত মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰাৰ ঘটনাক লৈ বৰ্তমান পৰ্যন্ত এজনক গ্ৰেপ্তাৰ কৰিছে৷ ধৃত কলকাতা আৰক্ষীৰ ছিভিক ভলণ্টিয়াৰ সঞ্জয় ৰায়৷ অভিযুক্তৰ পলিগ্ৰাফ পৰীক্ষাৰ বাবে চিবিআইৰ তৰফৰ পৰা শিয়ালদা আদালতত আবেদন কৰা হৈছিল মঙলবাৰে৷

শুকুৰবাৰে অভিযুক্তক চিজিঅ’ কমপ্লেক্সৰ পৰা  শিয়ালদা আদালতকৈ  লৈ যোৱা হৈছে৷ ছিজিঅৰ পৰা অভিযুক্তক বাহিৰ কৰাৰ সময়তো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা৷ ৰাস্তাজুৰি কাঢ়া নিৰাপত্তা ব্যৱস্থা কৰা গৈছে৷ ছিজিঅ’ৰ পৰা বাহিৰলৈ অনাৰ সময়ত সংবাদ মাধ্যমৰ তৰফৰ পৰা একাধিক প্ৰশ্ন কৰা হ’লেও কোনো উত্তৰ দিবলৈ দিয়া নাই আৰক্ষীয়ে৷ এই দিনটোত শিয়ালদা আদালতে সঞ্জয় ৰায়ক ১৪ দিন জেল হেফাজতৰ নিৰ্দেশ দিয়া হৈছে৷ উল্লেখ্য যে বিগত ৯ আগষ্টত আৰ জি কৰত কৰ্তব্যৰত এগৰাকী মহিলা চিকিৎসকৰ দেহ উদ্ধাৰক লৈ দেশজুৰি চলি আছে চৰ্চা৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?
জীৱনশৈলী

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

January 30, 2026
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

January 30, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
Next Post
হীৰা, সোণ, ৰূপ একেলগেই আহিল… ইউটিউবত চেনেল খুলি এটাৰ পাছত আনটো ৰেকৰ্ড ৰোনাল্ডোৰ

হীৰা, সোণ, ৰূপ একেলগেই আহিল... ইউটিউবত চেনেল খুলি এটাৰ পাছত আনটো ৰেকৰ্ড ৰোনাল্ডোৰ

জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.