• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক! নিষিদ্ধ হ’ল ছোৱেইব আখতাৰসহ ১৬টা পাকিস্তানী ইউটিউব চেনেল

ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক! নিষিদ্ধ হ’ল ছোৱেইব আখতাৰসহ ১৬টা পাকিস্তানী ইউটিউব চেনেল

11 months ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

12 minutes ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

16 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

17 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

18 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

19 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

20 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

20 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

21 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

21 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

22 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক! নিষিদ্ধ হ’ল ছোৱেইব আখতাৰসহ ১৬টা পাকিস্তানী ইউটিউব চেনেল

editor by editor
April 28, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক! নিষিদ্ধ হ’ল ছোৱেইব আখতাৰসহ ১৬টা পাকিস্তানী ইউটিউব চেনেল
0
SHARES
876
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক! নিষিদ্ধ হ’ল ছোৱেইব আখতাৰসহ ১৬টা পাকিস্তানী ইউটিউব চেনেল

পাকিস্তানৰ বিৰুদ্ধে এইবাৰ ভাৰতে ঘোষণা কৰিলে একপ্ৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক। ভাৰতত নিষিদ্ধ ঘোষণা পাকিস্তানৰ জনপ্ৰিয় ১৬ টাকৈ ইউটিউব চেনেল। বহুত চাবস্ক্ৰাইবাৰ থকা এই ১৬ টা চেনেল এতিয়ৰ পৰা ভাৰতত চলিব নোৱাৰিব।

ইয়াৰ ভিতৰত আছে পাকিস্তানৰ পূৰ্বৰ জনপ্ৰিয় ক্ৰিকেটাৰ ‘ৰাৱালপিণ্ডি এক্সপ্ৰেছ’ খ্যাত ছোৱেইব আখটাৰৰ ইউটিউব চেনেলো। ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ আবেদনৰ পাছতে এইদৰে ইউটিউব চেনেল কেইটা নিষিদ্ধ ঘোষণা কৰা হয়।

নিষিদ্ধ ঘোষণা কৰা ইউটিউব চেনেল কেইটা হৈছে- নিউজ আউটলেট ডন, সামা টিভি, এ আৰ ৱাই নিউজ, বোল নিউজ, ৰাফটাৰ, জিঅ’ নিউজ আৰু ছুনো নিউজৰ ইউটিউব চেনেল। ইয়াৰ লগতে জনপ্ৰিয় সাংবাদিক ইৰছাদ ভাট্টি, আছমা শ্বিৰাজী, উমৰ চিমা আৰু মুনীব ফাৰুকৰ ইউটিউব চেনেলৰ ওপৰতো নিষেধাজ্ঞা আৰোপ। নিষিদ্ধ কৰা আন হেণ্ডেলসমূহৰ ভিতৰত আছে দ্য পাকিস্তান ৰেফাৰেন্স, সামা স্প’ৰ্টছ, উজৈৰ ক্ৰিকেট আৰু ৰাজী নামা।

এতিয়াৰে পৰা এই নিষিদ্ধ ইউটিউব চেনেল কেইটা যদি কোনোবাই চাবলৈ চেষ্টা কৰে তেন্তে এক বিশেষ বাৰ্তা দেখিবলৈ পাব – ‘ৰাষ্ট্ৰীয় নিৰাপত্তা বা জনশৃংখলা সম্পৰ্কীয় চৰকাৰী আদেশৰ বাবে বৰ্তমান এই দেশত এই বিষয়বস্তু উপলব্ধ নহয়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PakistanPahalgam Attackpakistan attackPakistani YouTube Chanelyoutube
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
Next Post
এতিয়া কিদৰে বিচাৰো পূৰ্ণ ৰাজ্যৰ মৰ্যাদা- বিধানসভাত দুখ প্ৰকাশ ওমৰ আব্দুল্লাৰ

এতিয়া কিদৰে বিচাৰো পূৰ্ণ ৰাজ্যৰ মৰ্যাদা- বিধানসভাত দুখ প্ৰকাশ ওমৰ আব্দুল্লাৰ

মহালক্ষ্মী ৰাজ যোগ, ৩ মে’ৰ পৰা বহুত টকা উপাৰ্জন কৰিব ৪ ৰাশিৰ লোকে

মহালক্ষ্মী ৰাজ যোগ, ৩ মে'ৰ পৰা বহুত টকা উপাৰ্জন কৰিব ৪ ৰাশিৰ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.