ক’ৰোনাই ৰুদ্ধ কৰিব পাৰে পিতৃ হোৱাৰ পথ। বন্ধ কোঠাৰ উত্তাপ হিম শীতল হৈ পৰিব পাৰে। পুৰুষৰ যৌন জীৱনত ব্যাপক কুপ্ৰভাৱ পৰিব পাৰে।