অধিক ভয়াৱহ আৰু নতুন ৰূপত আহিছে ক'ৰোনা ভাইৰাছ। এই ভাইৰাছৰ নাম দিয়া হৈছে D614G। মালয়েছিয়াত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি। ই ক'ৰোনাতকৈ দহগুণ বেছি সংক্ৰমক।