• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনে হ’ব আজি শাওনৰ দ্বিতীয়টো সোমবাৰ, শিৱৰ আশীৰ্বাদত ভাগ্য উজলি উঠিব এই সকল লোকৰ

কেনে হ’ব আজি শাওনৰ দ্বিতীয়টো সোমবাৰ, শিৱৰ আশীৰ্বাদত ভাগ্য উজলি উঠিব এই সকল লোকৰ

2 years ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

1 hour ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

2 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

3 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

4 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

6 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

8 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেনে হ’ব আজি শাওনৰ দ্বিতীয়টো সোমবাৰ, শিৱৰ আশীৰ্বাদত ভাগ্য উজলি উঠিব এই সকল লোকৰ

editor by editor
July 29, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কেনে হ’ব আজি শাওনৰ দ্বিতীয়টো সোমবাৰ, শিৱৰ আশীৰ্বাদত ভাগ্য উজলি উঠিব এই সকল লোকৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেনে হ’ব আজি শাওনৰ দ্বিতীয়টো সোমবাৰ, শিৱৰ আশীৰ্বাদত ভাগ্য উজলি উঠিব এই সকল লোকৰ

মেষ ৰাশি- মেষ ৰাশিৰ লোকৰ বাবে শাওন মাহ বিশেষ। শাওনমাহত পূৰ্বৰ পৰা চলি থকা মানসিক সমস্যাৰ পৰা সকাহ পাব। ব্যৱসায়ত লাভৰ সুযোগ গঢ় লৈ উঠিব। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিব।

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহতো শিক্ষাৰ্থীসকলে কষ্ট কৰিব লাগিব ৷ নতুন ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহতো খুবেই ভাল ৷ প্ৰেম আৰু বৈবাহিক সম্পৰ্ক দুয়োটাৰে ক্ষেত্ৰত ভাল ফল লাভ কৰিব ৷ বাকী অন্যান্য ক্ষেত্ৰসমূহতো ভাল ফলাফল লাভ কৰিব ৷

মিথুন ৰাশি
২৯ জুলাই দুৰ্দান্ত হ’ব বৃষ ৰাশিৰ জাতকৰ৷ আপোনাৰ মূৰত নতুন নতুন চিন্তা আহিব৷ ইয়াৰ ফলত জীৱনত উন্নতি কৰাৰ ৰাস্তা আহিব৷ উপাৰ্জনৰ নতুন সূত্ৰ খোল খাব বৃষ ৰাশিৰ জাতকৰ সন্মুখত৷ কামৰ প্ৰতি মনোযোগী হৈ পৰিব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰে৷ কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ সাহায্য পাব৷

কৰ্কট ৰাশি- কৰ্কট ৰাশিৰ লোকে শাওন মাহৰ মাজভাগত কিছু ভাল খবৰ শুনিবলৈ পাব । বিলাসী জীৱনৰ কাৰক হিচাপে গণ্য কৰা শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিলৈ আহি আছে। এই সময়ছোৱাত আপোনাৰ খৰচ বৃদ্ধি হ’ব পাৰে। এই ট্ৰেনজিটে প্ৰেম আৰু ৰোমাঞ্চৰ বিষয়ত শুভ ফলাফল দিব।

সিংহ ৰাশি
ত্ৰিপুষ্কৰ যোগৰ প্ৰভাৱত ভাল দিন কটাব কৰ্কট ৰাশিৰ জাতকে৷ সকলো কামত আপুনি মন পৰিষ্কাৰ ৰাখিব পাৰে৷ ফলত নিজৰ লক্ষ্যত উপনীত হ’ব কৰ্কট ৰাশিৰ জাতক৷ আপোনাৰ সন্মুখত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব৷ কামত সাফল্যৰ সৈতে অতিৰিক্ত অৰ্থ ৰোজগাৰ কৰিব পাৰে৷ ঘৰলৈ ন অতিথিৰো আগমন হ’ব পাৰে৷

কন্যা ৰাশি
ৰবি যোগৰ শুভ প্ৰভাৱত কাইলৈ লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ ওপৰত বজৰংবলীৰ আশীৰ্বাদ থাকিব৷ নিজৰ সকলো কামত উৎসাহ আৰু উদ্দীপনাৰ সৈতে কাম কৰিব। নিজৰ ব্যৱসায় চলোৱাসকলে বৃহৎ কোনো চুক্তিত স্বাক্ষৰ কৰিব পাৰে৷ কাইলৈ একাধিক উপায়েৰে ধন সংগ্ৰহ কৰিব সিংহ ৰাশিৰ জাতকে৷ পৰিয়ালত কোনো সমস্যা থাকিলে আঁতৰি যাব৷

তুলা ৰাশি – তুলা ৰাশিৰ লোকসকলক শাওন মাহত ভগৱান শিৱৰ দ্বাৰা বিশেষ আশীৰ্বাদ আছে ৷ এই সময়ছোৱাত মন সুখী হৈ থাকিব। বিবাহিত জীৱনত সুখ বাঢ়িব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। সন্মানো বাঢ়িব। বিনিয়োগৰ পৰাও আপুনি সুবিধা লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অতি অনুকূল হ’বলৈ গৈ আছে। মনত পৰিকল্পিত কাম সম্পূৰ্ণ হ’ব। বন্ধু-বান্ধৱীৰ সহায়ত ছাত্ৰ-ছাত্ৰীৰ বাকী থকা কাম সম্পূৰ্ণ হ’ব। খোল খাব উপাৰ্জনৰ নতুন উৎস।

ধনু ৰাশি
সাধ্য যোগৰ শুভ প্ৰভাৱ লক্ষ্য কৰা যাব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ আপোনাৰ জীৱনৰ সকলো সমস্যাৰেই সমাধান পাব৷ নিজৰ ক্ষেত্ৰত আপুনি নেতৃত্ব দি সকলোকে চালনা কৰিব৷ নিজৰ প্ৰতিযোগীসকলক পিছ পেলাই আগবাঢ়িব৷ অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰে৷ মনত সুখ শান্তি ভৰপুৰ হৈ থাকিব আপোনাৰ৷

মকৰ ৰাশি
পজিটিভ পৰিবৰ্তন আহিব৷ অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰে৷ পাবলগীয়া ধন লাভ কৰিব৷ বেংক বেলেন্স বৃদ্ধি পাব৷ ঘৰৰ জ্যেষ্ঠসকলৰ সৈতে সু সম্পৰ্ক বৰ্তি থাকিব৷ মন প্ৰফুল্লিত হৈ থাকিব।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ ভিতৰত শিক্ষাৰ্থীসকলৰ শিক্ষামূলক ভ্ৰমণ হ’ব পাৰে ৷ চলিত সপ্তাহতো সকলো ক্ষেত্ৰতে যেনে প্ৰেম, কৰ্ম, ব্যৱসায়, উপাৰ্জন আদিত ভাল ফল লাভ কৰিব ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহটোত স্বাস্থ্যৰ যতন ল’ব লাগিব ৷ প্ৰেম বা বৈবাহিক সম্পৰ্ক থাকিয়েই থাকিব ৷কৰ্ম আৰু আয়ৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 19 July29 July 2024daily horoscopeDaily Rashifalhoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল
বিনোদন

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

March 30, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!
জীৱনশৈলী

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

March 30, 2026
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম
জীৱনশৈলী

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

March 30, 2026
Next Post
আজি ভাৰতৰ জোলোঙালৈ ৩ টাকৈ সোণ অহাৰ সম্ভাৱনা, আশাৰে বাট চাইছে দেশবাসীয়ে

আজি ভাৰতৰ জোলোঙালৈ ৩ টাকৈ সোণ অহাৰ সম্ভাৱনা, আশাৰে বাট চাইছে দেশবাসীয়ে

জয় হোৱাৰ পাছতো অবৈধ ঘোষিত খেল, অথলে গ’ল ভাৰতীয় খেলুৱৈৰ কষ্ট

জয় হোৱাৰ পাছতো অবৈধ ঘোষিত খেল, অথলে গ'ল ভাৰতীয় খেলুৱৈৰ কষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.