• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

1 year ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

32 minutes ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

1 hour ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

2 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

5 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

6 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

8 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

19 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

20 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

20 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

20 hours ago
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

21 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

editor by editor
August 29, 2024
in বিনোদন, ভাৰত
0
মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’
0
SHARES
387
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শীঘ্ৰে পিতৃ-মাতৃ হ’বলৈ গৈ আছে বলীউড অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী দীপিকা পাডুকন। অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে দম্পতীহালৰ ভাল খবৰটোলৈ। ইফালে দীপিকা আৰু ৰণবীৰে প্ৰথম সন্তানক আদৰিবলৈ সাজু কৰিছে ১০০ কোটি টকাৰ বিলাসী ঘৰো। মুম্বাইৰ বান্দ্ৰাত অৱস্থিত এই ঘৰটোলৈ অচিৰেই স্থানান্তৰিত হ’ব দীপিকা-ৰণবীৰ৷ দীপিকা-ৰণবীৰে ক্ৰয় কৰা এই বিলাসী ঘৰটো শ্বাহৰুখ খানৰ ঘৰ মন্নতৰ সমীপত বুলিও সূত্ৰই প্ৰকাশ কৰিছে৷

শ্বাহৰুখ খানৰ চুবুৰীয়া হ’ব দীপিকা-ৰণবীৰ

সংবাদ মাধ্যমৰ খবৰ অনুসৰি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিলাসী ঘৰটো শ্বাহৰুখ খানৰ ঘৰ মন্নতৰ নিচেই কাষত৷ দীপবীৰৰ নতুন ঘৰটো ১১,২৬৬ বৰ্গফুট আৰু ১৩০০ বৰ্গফুটৰ৷ ১৬ৰ পৰা ১৯ মহলালৈকে অট্টালিকাৰ চাৰিটা মহলা আছে৷ খবৰ অনুসৰি দীপিকা আৰু ৰণবীৰৰ এই ঘৰটোৰ দাম ১০০ কোটিতকৈও অধিক বুলি কোৱা হৈছে।

https://www.instagram.com/reel/C_M9QGZt7Ut/?utm_source=ig_web_copy_link

বিলাসী ঘৰৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ এই বিলাসী ঘৰৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ভৱনটোক মুকেশ আম্বানীৰ ঘৰ এন্টিলিয়াৰ সৈতে তুলনা কৰিছে। একাংশ ব্যৱহাৰকাৰীয়ে দম্পতীহালক নতুন ঘৰৰ বাবে অভিনন্দনো জনাইছে। ২০২১ চনতো দম্পতীহালে আলিবাগত ২২ কোটি টকাৰ বাংলো ক্ৰয় কৰিছিল। এইবাৰ দীপবীৰে বান্দ্ৰাত নতুনকৈ বসতি স্থাপনৰ পৰিকল্পনা কৰিছে৷

ছেপ্টেম্বৰ মাহত প্ৰথম সন্তানক আদৰণি জনাব

দীপিকা পাডুকনে ছেপ্টেম্বৰ মাহত তেওঁলোকৰ প্ৰথম সন্তানটোক আদৰণি জনাব৷  দীপিকা আৰু ৰণবীৰৰ বিয়া হৈছিল ২০১৮ চনত। দুয়োৰে লগ হৈছিল সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ৰামলীলাৰ চেটত। ইয়াৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ আদান প্ৰদান চলিছিল৷ আৰু অৱশেষত বিবাহৰ  ৬ বছৰৰ পিছত দম্পত্তিহালে প্ৰথম সন্তানক আদৰণি জনাবলৈ সাজু হৈছে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

December 17, 2025
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা
বিশ্ব

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

December 17, 2025
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…
ক্ৰীড়া

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

December 17, 2025
Next Post
সাধাৰণ জনতাক লোভ দি পাতিছে জাল! SBIৰ এটা শাখাতেই ১৭৫ কোটিৰ প্ৰতাৰণা, একাউণ্ট খোলাৰ পূৰ্বে আপুনিও কৰক চিন্তা

সাধাৰণ জনতাক লোভ দি পাতিছে জাল! SBIৰ এটা শাখাতেই ১৭৫ কোটিৰ প্ৰতাৰণা, একাউণ্ট খোলাৰ পূৰ্বে আপুনিও কৰক চিন্তা

ছেপ্টেম্বৰত সৰ্বাৰ্থ সিদ্ধি যোগ, ৰাজভোগ আছে এই ৫ৰাশিৰ ভাগ্যত

ছেপ্টেম্বৰত সৰ্বাৰ্থ সিদ্ধি যোগ, ৰাজভোগ আছে এই ৫ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.