ডিব্ৰুগড় পৌৰসভাৰ বিত্তীয় কেলেংকাৰি। ৭ খনকৈ দোকানৰ অনুমোদন বাতিল। সাৰি যাব নেকি দুৰ্নীতিত অভিযুক্ত পৰমানন্দ গগৈ আৰু সোমা চক্ৰৱৰ্তী?