• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

2 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

editor by editor
December 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ এন্ট্ৰি ল’বলৈ মাজত মাত্ৰ কেইটামান দিনৰ অপেক্ষা৷ ক্ৰুৰ গ্ৰহ ৰাহুৱে আগন্তুক বছৰত ২বাৰ গোচৰ কৰিব এই পাপী গ্ৰহই৷ ইয়াৰ প্ৰভাৱ দেখা যাব ১২ ৰাশিৰ জাতকৰ ওপৰত৷ ২০২৬ চনত ৰাহুৱে ২ আগষ্টত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ইয়াৰপাছতেই ৫ ডিচেম্বৰত মকৰ ৰাশিত গোচৰ কৰিব৷ ৰাহুৱে কুম্ভ ৰাশিৰ পৰা বাহিৰলৈ ওলাই মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ এই দ্বৈত গোচৰে ৩ৰাশিৰ ওপৰত নেতিবাচক প্রভাৱ পেলাব৷

বৃষ ৰাশি

২০২৬ চনত ৰাহুৱে গোচৰ কৰাত নেতিবাচক প্ৰভাৱ দেখা যাব এই এই ৰাশিৰ ওপৰত৷ অন্যথা সমস্যাই ঘেৰি ধৰিব৷ অৰ্থহানি হব পাৰে৷ ব্যৱসায়ীয়ে বুজিহে কাম কৰক৷ যাত্ৰা কৰিলে তাৰপৰা ভাল ফল পাব৷ অপ্ৰয়োজনীয় অৰ্থ খৰচ হব৷ কৰ্মক্ষেত্ৰত টাৰ্গেট পূৰণ কৰাত বেগ বাঢ়িব পাৰে৷ কৰোবাত বিনিয়োগ কৰা থাকিলে তাৰ পৰা লাভৰ সলনি ক্ষতিৰ সম্ভাৱনা বাঢ়িব৷ আৰ্থিক অৱস্থা বেয়া হব পাৰে৷

সিংহ ৰাশি

২০২৬ চনত ৰাহুৰ ডাবল গোচৰ সিংহ ৰাশিৰ বাবে ক্ষতিকৰ হব৷ আপোনাৰ দুঃশ্চিন্তা বাঢ়িব৷ ব্যৱসায়ত লোকচান হব পাৰে৷ চাকৰিয়ালে চেলেঞ্জৰ সন্মুখত পৰিব পাৰে৷ ঘৰত কাজিয়াৰ পৰিবেশ থাকিব৷ আয় কমিব৷ এই সময়ত সাবধানে চলক৷ ইয়াৰোপৰি কৰ্মক্ষেত্ৰত চাপ বাঢ়িব৷ অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব কাম শেষ কৰাৰ বাবে৷ ব্যৱসায়ীসকলে ক্ষতিৰ সন্মুখীন হব পাৰে৷ সম্পৰ্কৰ অৱনতি ঘটিব৷ পৈতৃক সম্পত্তিক লৈ বিবাদৰ আশংকা আছে৷

কন্যা ৰাশি

ৰাহুৰ ডাবল গোচৰে ২০২৬ চনত কন্যা ৰাশিৰ প্ৰচুৰ ক্ষতি কৰিব৷ মানসিক অশান্তি বাঢ়িব৷ কেৰিয়াৰত একাধিক সমস্যাই দেখা দিব পাৰে৷ স্বাস্থ্যৰ যত্ন লওক৷ ব্যৱসায়ত অৰ্থহানিৰ যোগ আছে৷ সহকৰ্মীসকলৰ কাৰণে সমস্যাত পৰিব পাৰে৷ বিবাহৰ কথা চলিলে নানান কাৰণত পিছুৱাই যোৱাৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন