• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপদত দক্ষিণৰ ২৯ গৰাকী তাৰকা, EDৰ গোচৰ ৰুজু

বিপদত দক্ষিণৰ ২৯ গৰাকী তাৰকা, EDৰ গোচৰ ৰুজু

8 months ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

29 minutes ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

57 minutes ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

2 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

3 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

4 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

4 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

4 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

5 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

6 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

6 hours ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

7 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিপদত দক্ষিণৰ ২৯ গৰাকী তাৰকা, EDৰ গোচৰ ৰুজু

editor by editor
July 10, 2025
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বিপদত দক্ষিণৰ ২৯ গৰাকী তাৰকা, EDৰ গোচৰ ৰুজু
0
SHARES
458
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিপদত দক্ষিণৰ ২৯ গৰাকী তাৰকা, EDৰ গোচৰ ৰুজু

বিপদত পৰিছে দক্ষিণৰ ছবি জগতৰ ২৯ গৰাকীকৈ তাৰকা। বাহুবলী খ্যাত ৰাণা ডাগ্গুৱটিকে ধৰি ভিলেইন খ্যাত প্ৰকাশ ৰাজ আদি সৰ্বমুঠ ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বলবৎকাৰী সঞ্চালকালয় (এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, ED)-এ।

বিজয় দেৱেৰাকোণ্ডা, ৰাণা ডাগ্গুৱাটি, প্ৰকাশ ৰাজকে ধৰি আন ২৯ গৰাকী চেলিব্ৰিটিয়ে বেটিং এপৰ​প্ৰচাৰৰ বাবে এই আইনী সমস্যাত পৰিছে। এই তালিকাত অভিনেতা, প্ৰভাৱশালী নেতা আৰু ইউটিউবাৰৰ নামো সন্নিবিষ্ট আছে। ইডিয়ে এই সকলোৰে বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

বেটিং এপটোৰ সৈতে জড়িত বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত কেইবাটাও এফআইআৰ দাখিল কৰা হৈছে। ইয়াৰ পিছতে বলবৎকাৰী সঞ্চালকালয়ে ঘটনাৰ তদন্তৰ দায়িত্ব লয়। সেই ঘটনাত কেইবাজনো ডাঙৰ ডাঙৰ চেলিব্ৰিটিৰ নাম জড়িত হৈ পৰিছে।

তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি বিজয় দেৱেৰাকোণ্ডা, ৰাণা ডাগুবাটি, প্ৰকাশ ৰাজৰ উপৰিও মাঞ্চু লক্ষ্মী, নিধি আগৰৱালা, প্ৰনিতা সুভাষ আৰু অনন্যা নাগেলা, শ্ৰীমুখী, নেহা পাঠান, পাণ্ডুকে ধৰি আন কেইবাগৰাকীও তাৰকাৰ নাম জড়িত হৈ আছে।

এফআইআৰৰ মতে, ৰাণা ডাগ্গুবাটি আৰু প্ৰকাশ ৰাজ ‘জংগল ৰমি’ নামৰ এটা বেটিং এপৰ প্ৰচাৰৰ কামত জড়িত আছিল। আনহাতে, ‘ইয়েল্ল’ ২৪৭’ৰ প্ৰচাৰত মানচু লক্ষ্মী আৰু বিজয় দেৱেৰাকোণ্ডা ‘এ২৩’ এপৰ প্ৰচাৰৰ লগত জড়িত বুলি অভিযোগ উঠিছে।

এই অভিযোগৰ পিছতে অভিনেতা প্ৰকাশ ৰাজে এটা ভিডিঅ’ যোগে এক বক্তব্য আগবঢ়ায়। ইয়াত তেওঁ দাবী কৰিছিল যে ২০১৬ চনত তেওঁ এটা গেমিং এপৰ প্ৰচাৰৰ বাবে চুক্তিবদ্ধ হৈছিল। কিন্তু ২০১৭ চনত ইয়াক নবীকৰণ কৰা নহ’ল। পিছলৈ ২০২১ চনত এই ব্ৰেণ্ডটো আন এটা কোম্পানীলৈ স্থানান্তৰ কৰা হয়। তেওঁৰ পুৰণি প্ৰচাৰমূলক ভিডিঅ’টো অনুমতি অবিহনে ব্যৱহাৰ কৰা হৈছিল। তেওঁ এই বিষয়ত আপত্তি কৰাৰ পিছত তেওঁলোকে সেই বিষয়টো আঁতৰাই পেলায়। লগতে তেওঁ নৱ প্ৰজন্মক জুৱাৰ আসক্তিৰ পৰা আঁতৰি থাকিবলৈ বাৰ্তা প্ৰদান কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: edEnforcement DepartmentSouth Indian Actor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

March 12, 2026
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

March 12, 2026
Next Post
গুৰু পূৰ্ণিমাত গজকেশৰীৰ লগতে ইন্দ্ৰ যোগ, সোণৰ দৰে জিলিকিব ৫ ৰাশি

গুৰু পূৰ্ণিমাত গজকেশৰীৰ লগতে ইন্দ্ৰ যোগ, সোণৰ দৰে জিলিকিব ৫ ৰাশি

ইংলেণ্ডে হঠাতে সলনি কৰিলে লৰ্ডছৰ পিটচ, যি সিদ্ধান্তই আচৰিত কৰি তুলিছে সকলোকে

ইংলেণ্ডে হঠাতে সলনি কৰিলে লৰ্ডছৰ পিটচ, যি সিদ্ধান্তই আচৰিত কৰি তুলিছে সকলোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.