• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

3 months ago
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

22 minutes ago
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

51 minutes ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

1 hour ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

18 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

18 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

19 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

20 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

21 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

22 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

22 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ, আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

editor by editor
January 3, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মন ভালে নাই৷ কোনো কাৰণ অবিহনেই মন বেয়া হৈ থাকে৷ কি কাৰণে মন বেয়া নিজেও ধৰিব নোৱাৰে৷ জীৱনলৈ নানান সময় আহে য’ত কোনো কামেই কৰিবলৈ ভাল নলগা হয়৷ নিজৰ মাজতেই সময় কটাবলৈ ইচ্ছা হয়৷ সেই মুহূৰ্তত এক বাক্যৰেই নিজৰ মানসিক অৱস্থা আমি বুজাই দিওঁ যে, মন ভালে নাই৷ এয়া সকলো মানুহৰেই হোৱা সমস্যা৷ কিন্তু এই মুড ডিজঅৰ্ডাৰ এক জটিল ৰোগ৷ মন বেয়া হোৱাটো প্ৰতিদিনৰ সমস্যা আৰু দীৰ্ঘস্থায়ী সমস্যা হলে সেয়া চিন্তাৰ বিষয়৷ কিয় মন ভালে নাই তাৰ নেপথ্যত বিভিন্ন কাৰণ থাকিব পাৰে৷ মনোবিদে কৈছে দৈনিক কিছু অভ্যাস ইয়াৰ বাবে দায়ী৷ পুৱাৰ পৰা নিশালৈকে যি কাম কৰে তাতেই লুকাই থাকে মন বেয়া লগাৰ বীজ৷

কাৰ্টিছল হৰমনৰ অত্যধিক ক্ষৰণ হলেই মন বেয়া লগাৰ সমস্যা বাঢ়ে৷ মানসিক চাপো বাঢ়ে৷ এই হৰমনৰ ক্ষৰণ বেছি হ’ব পাৰে নানান কাৰণত৷ যেনে কম টোপনি, নিচাৰ প্ৰকোপ, বেছিকৈ জাংক ফুড খোৱাৰ অভ্যাস আৰু শৰীৰচৰ্চা একেবাৰেই নকৰা৷ দৈনিক কিছু কামে কাৰ্টিছল হৰমনৰ ক্ষৰণ বঢ়াই দিব পাৰে৷ সেইসমূহৰ বিষয়ে জানি থোৱা জৰুৰী৷

কি কি অভ্যাসৰ কাৰণে মনৰ চাপ বাঢ়ে?

কমকৈ টোপনি মৰাৰ অভ্যাস

অফিচৰ কাম বা ঘৰৰ কামত ব্যস্ত থাকি বা মোবাইল চাই নিশা টোপনি ক্ষতি কৰাৰ অভ্যাস এতিয়া প্ৰায়সকলৰেই দৈনন্দিন অভ্যাসত পৰিণত হৈছে৷ নিশা পৰ্যাপ্ত টোপনি নহ’লে কাৰ্টিছলৰ ক্ষৰণ বাঢ়ি যায় ফলত মানসিক চাপো বাঢ়ে৷ ইয়াৰ সৈতে হৰমনৰ খেলিমেলিৰ কাৰণে নানান শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷

টোপনিৰ পৰা উঠি বিচনাতে ফোন চোৱাৰ অভ্যাস

পুৱা চকু খুলিয়েই হাতত ফোন তুলি লয়৷ মোবাইল ডাটা অন কৰিলেই আপোনাৰ ফোনত সোমাই হোৱাটছএপ, অফিচৰ মেছেজ, সামাজিক মাধ্যমৰ নটিফিকেছনআ দি৷ এটাৰ পাছত আনটো এপ স্ক্ৰল কৰাটো অভ্যাস৷ ইয়াৰ প্ৰভাৱ মাৰাত্মকভাৱে মস্তিষ্কত পৰে৷ যেনে মানসিক উত্তেজনা বাঢ়ে, আচৰণগত সমস্যাইয়ো দেখা দিব পাৰে৷ টোপনি কম হ’লে কামত উৎসাহ হেৰাই যায়৷

বেছিকৈ কফি খোৱাৰ অভ্যাস

অত্যধিক কেফেইন সেৱনে ষ্ট্ৰেছ হৰমণৰ ক্ষৰণ বঢ়াই দিয়ে৷ ইয়াৰ ফলত টোপনিৰ ব্যাঘাত ঘটে৷ বহুতেই কফি অত্যধিক পৰিমাণে পান কৰে৷ কফি খালে সাময়িকভাৱে সতেজ লাগে ঠিকেই কিন্তু তাৰ ফলত এড্ৰিনালিন হৰমনৰ ক্ষৰণ বাঢ়ি যাব পাৰে যিয়ে সাময়িকভাৱে উত্তেজনাৰ অনুভূতি তৈয়াৰ কৰে৷ বঢ়াই দিয়ে কাৰ্টিছল হৰমনৰ মাত্ৰাও৷ ইয়াৰ পৰা ক্ৰনিক ষ্ট্ৰেছ বা দীৰ্ঘস্থায়ী মানসিক চাপ তৈয়াৰ হব পাৰে৷

জাংক ফুড সেৱন

পুৱাই পুৱাই পুষ্টিকৰ খাদ্যৰ সলনি ভজাপুৰা খাদ্য খোৱা, সমগ্ৰ ক্ষণ কামৰ মাজে মাজে ৰিঞ্জ ইটিং, গধুলি হলেই জাংক ফুড খোৱাৰ অভ্যাসে মানসিক স্বাস্থ্যৰ ক্ষতি কৰে৷ ইয়াৰ পৰা ছডিয়াম পটাছিয়ামৰ ঘাটিয়ে দেখা দিয়ে, ফলত হৰমনৰ গোলমালো আৰম্ভ হয়৷

অপৰিপাটি পৰিবেশ

আপুনি থকা ঘৰ বা কাম কৰা স্থানৰ পৰিবেশ যদি অপৰিপাটী হৈ থাকে তাৰ প্ৰভাৱো মানসিক স্বাস্থ্যৰ ওপৰত পৰে৷ বহুতেই নিজৰ ঘৰ বা কামৰ স্থান পৰিপাটীকৈ নাৰাখে৷ ইয়াৰ ফলত মানসিক চাপ বাঢ়ে৷ কোনো কাৰণ অবিহনেই তেতিয়া আপোনাৰ কামৰ প্ৰতি উৎসাহ কমি যাব৷ পৰিপাটী ঘৰত মন ভালে থাকে, ষ্ট্ৰেছ হৰমনৰ ক্ষৰণ কমি যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম
বাণিজ্য

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

April 4, 2026
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!
জীৱনশৈলী

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

April 4, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
Next Post
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.