অসম লাইভ২৪ঃ চেন্নাইৰ মাটিত আইপিএলৰ খিতাপ দখল কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে৷ ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক হৰুৱাইছে কেকেআৰে৷ ফাইনেলৰ শেষত মুঠ ১৮টা পুৰস্কাৰো দিয়া হৈছে৷ কোনে কোনে লাভ কৰিলে পুৰস্কাৰ?
আইপিএল চেম্পিয়ন-কলকাতা নাইট ৰাইডাৰ্ছ(২০ কোটি) , ৰানাৰ্ছ আপ-ছানৰাইজাৰ্ছ হায়দৰাবাদ(১২.৫কোটি)
প্লে পুৰস্কাৰ-ছানৰাইজাৰ্ছ হায়দৰাবাদ
সকলোতকৈ দামী ক্ৰিকেটাৰ- সুনীল নাৰায়ণ(১০লাখ টকা)
অৰেঞ্জ কেপ- বিৰাট কোহলি(১০লাখ টকা)
পাৰপল কেপ- হৰ্ষল পেটেল(১০লাখ টকা) আইপিএল তাৰকা-নীতিশ ৰেড্ডি(১০লাখ টকা)
সকলোতকৈ বেছি ফৰ-ট্ৰেভিছ হেড(১০লাখ টকা)
সকলোতকৈ বেছি ছিক্স- অভিষেক শৰ্মা(১০লাখ টকা)
বেছি ষ্ট্ৰাইক ৰেট-জেক ফ্ৰেজাৰ মেকগাৰ্ক(১০ লাখ)
আইপিএলৰ শ্ৰেষ্ট কেচ- ৰমণদীপ সিংহ(১০ লাখ টকা)
আইপিএলৰ শ্ৰেষ্ট খেলপথাৰ- উপ্পল ষ্টেডিয়াম, হায়দৰাবাদ(৫০লাখ টকা)
ফাইনেল পুৰস্কাৰঃ
সকলোতকৈ বেছি ষ্ট্ৰাইক ৰেট- ভেঙ্কটেশ আয়াৰ(১ লাখ টকা)
ফেণ্টাছি প্লেয়াৰ অফ দ্যা মেচ- মিচেল ষ্টাৰ্ক(১ লাখ টকা)
ফাইনেলত সকলোতকৈ বেছি ফৰ- ৰহমানুল্লা গুৰবাজ(১ লাখ টকা)
ফাইনেলত সকলোতকৈ বেছি ছিক্স- ভেংকটেশ আয়াৰ(১ লাখ টকা)
ফাইনেলত সকলোতকৈ বেছি ডট বল- হৰ্ষিত ৰানা(১লাখ টকা)
ফাইনেলত সৰ্বশ্ৰেষ্ট ক্ৰিকেটাৰ- মিচেল ষ্টাৰ্ক(৫লাখ টকা)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ