• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোৱাৰ পানাজী থানাত মাৰাথন জেৰা দীপাংকৰক! অসমলৈ কেতিয়া অনা হ’ব মহাপ্ৰৱঞ্চক দীপাংকৰক?

গোৱাৰ পানাজী থানাত মাৰাথন জেৰা দীপাংকৰক! অসমলৈ কেতিয়া অনা হ’ব মহাপ্ৰৱঞ্চক দীপাংকৰক?

1 year ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

41 minutes ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

1 hour ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

2 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

3 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

4 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

4 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

4 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

16 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

17 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

18 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

18 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

গোৱাৰ পানাজী থানাত মাৰাথন জেৰা দীপাংকৰক! অসমলৈ কেতিয়া অনা হ’ব মহাপ্ৰৱঞ্চক দীপাংকৰক?

গোৱাৰ পানাজী থানাত মাৰাথন জেৰা দীপাংকৰক! অসমলৈ কেতিয়া অনা হ’ব মহাপ্ৰৱঞ্চক দীপাংকৰক?

editor by editor
October 28, 2024
in অপৰাধ, অসম
0
গোৱাৰ পানাজী থানাত মাৰাথন জেৰা দীপাংকৰক! অসমলৈ কেতিয়া অনা হ’ব মহাপ্ৰৱঞ্চক দীপাংকৰক?
0
SHARES
587
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত আৰক্ষীৰ হাতত ধৰা পৰিল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মণ৷ মহানগৰ আৰক্ষী আৰু গোৱা আৰক্ষীৰ যুটীয়া অভিযানত গোৱাৰ পানজিমত বীচ্চৰ ওচৰত গ্ৰেপ্তাৰ DB ষ্টকৰ স্বত্বাধিকাৰ মহা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক। DB ষ্টকৰ নামত ৭ হাজাৰ কোটি টকা লুণ্ঠন কৰি গোৱাৰ পানজিমত আত্মগোপন কৰি আছিল মহা প্ৰৱঞ্চক দীপাংকৰে বৰ্মনে।

ACP অমিত মাহাতোৰ নেতৃত্বৰ যোৱা অসম আৰক্ষীৰ এটা দলে গোৱা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে মহা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক। পানজিমত এজন বিশেষ লোকক লগ কৰিবলৈ আহিছিল দীপাংকৰ বৰ্মন। তেতিয়াই আৰক্ষীৰ হাতত ধৰা পৰে দীপাংকৰ৷ বিগত কেইবাদিনো ধৰি অসম আৰক্ষীৰ দলটোৱে তাত অনুসন্ধান কৰি কৌশলেৰে ধৰিছে দীপাংকৰক৷

গ্ৰেপ্তাৰৰ পাছতেই দীপাংকৰৰ পৰা নগদ ধনসহ দুটাকৈ মোবাইল ফোন, সোণৰ চেইন, আঙুঠি জব্দ কৰিছে আৰক্ষীৰ দলে৷ গ্ৰেপ্তাৰৰ পিছতে গোৱাত দীপাংকৰ বৰ্মনে থকা কোঠাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ধনৰ লগতে এইসমূহ সামগ্ৰী৷ দীপাংকৰৰ কোঠাত ২৭ লাখ টকাও জব্দ কৰা হৈছে। এটা বেগত ৰাখিছিল এই বৃহৎ পৰিমাণৰ ধন।

উল্লেখ্য যে চিটফাণ্ড কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছত প্ৰায় ৬৬ দিন ধৰি আত্মগোপন কৰি আছিল দীপাংকৰ বৰ্মন৷ অৱশেষত দেওবাৰে আৰক্ষীৰ জালত পৰিছে মহাপ্ৰৱঞ্চক  দীপাংকৰ বৰ্মন। ২১ আগষ্টৰ পৰা পলাতক হৈ আছিল মহা প্ৰৱঞ্চক দীপাংকৰ বৰ্মন। ১৯ আগষ্টত প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দীপাংকৰৰ প্ৰেয়সী মনালিছা দাসক। আৰক্ষীয়ে তদন্ত কৰি আৰক্ষীয়ে DB ষ্টকৰ কাৰ্যালয়ৰ একাউণ্টে জিণ্টুমণি কলিতাকো গ্ৰেপ্তাৰ কৰিছিল। কেলেংকাৰীত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দীপাংকৰৰ পিতৃ মাতৃৰ লগতে CAও। গুৱাহাটীত বিলাসী কাৰ্যালয় খুলি দীপাংকৰে পেলাইছিল লুণ্ঠনৰ জাল৷ বহু লোকে দীপাংকৰৰ কথাত ভুল গৈ বিনিয়োগ কৰিছিল বহু পৰিমানৰ ধন৷ দীপাংকৰৰ তথ্য পোহৰলৈ অহাৰ পাছতেই  আৰক্ষীয়ে ছীল কৰিছিল দীপাংকৰৰ ১২টাকৈ বেংক একাউণ্টো।

দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে মহানগৰীৰ লগতে হায়দৰাবাদকে ধৰি ৬খন ৰাজ্যৰ থানাত ৰুজু হৈছে গোচৰ। DB ষ্টকত বিনিয়োগ কৰিছে ৰাজ্যৰ লগতে অন্য ৰাজ্যৰো লোকে৷  অসমসহ ৬খন ৰাজ্যত ম’ষ্ট ৱাণ্টেড ঘোষণা কৰা হৈছিল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক। গুৱাহাটীত তদন্ত চলোৱাৰ পিছতে হায়দৰাবাদলৈকো তদন্তৰ বাবে  নিয়া হ’ব পাৰে দীপাংকৰক। ইতিমধ্যে তেলেংগনা আৰক্ষীয়ে অভিযান চলাইছে DB ষ্টকৰ হায়দৰাবাদ কাৰ্যালয়ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
Next Post
দীপাৱলিতেই মুকেশ আম্বানীয়ে দিছে উপহাৰ! ৩৭লাখ মানুহক কি উপহাৰ দিব আম্বানীয়ে?

দীপাৱলিতেই মুকেশ আম্বানীয়ে দিছে উপহাৰ! ৩৭লাখ মানুহক কি উপহাৰ দিব আম্বানীয়ে?

পিতৃ ৰান্ধনী, মাতৃ অংগনবড়ী কৰ্মী! অভাৱৰ সংসাৰত Youtubeত পঢ়াশুনা কৰিয়েই UPSC পাছ কৰিলে বিনি মুৰুলীয়ে

পিতৃ ৰান্ধনী, মাতৃ অংগনবড়ী কৰ্মী! অভাৱৰ সংসাৰত Youtubeত পঢ়াশুনা কৰিয়েই UPSC পাছ কৰিলে বিনি মুৰুলীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.