মহানগৰীত বিকল ছিগনেল লাইট। হাতৰ অংগি-ভংগিৰে যান-জঁট নিয়ন্ত্ৰণ আৰক্ষীৰ। গণেশগুৰি, জু-ৰোড, চানমাৰি ক’তো নজ্বলে ছিগনেল লাইট।