• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ পেকেট লাঞ্চৰ পৰা হেৰাল এটা চিঙৰা, কোনে খালে মুখ্যমন্ত্ৰীৰ চিঙৰা? তদন্তত নামিছে CID, ভাইৰেল অভিযোগনামা

মুখ্যমন্ত্ৰীৰ পেকেট লাঞ্চৰ পৰা হেৰাল এটা চিঙৰা, কোনে খালে মুখ্যমন্ত্ৰীৰ চিঙৰা? তদন্তত নামিছে CID, ভাইৰেল অভিযোগনামা

1 year ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

5 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

6 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

6 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

7 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

8 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

8 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

9 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

10 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

11 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

12 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

12 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ পেকেট লাঞ্চৰ পৰা হেৰাল এটা চিঙৰা, কোনে খালে মুখ্যমন্ত্ৰীৰ চিঙৰা? তদন্তত নামিছে CID, ভাইৰেল অভিযোগনামা

মুখ্যমন্ত্ৰীৰ পেকেট লাঞ্চৰ পৰা হেৰাল এটা চিঙৰা, কোনে খালে মুখ্যমন্ত্ৰীৰ চিঙৰা? তদন্তত নামিছে CID, ভাইৰেল অভিযোগনামা

editor by editor
November 9, 2024
in জীৱনশৈলী
0
মুখ্যমন্ত্ৰীৰ পেকেট লাঞ্চৰ পৰা হেৰাল এটা চিঙৰা, কোনে খালে মুখ্যমন্ত্ৰীৰ চিঙৰা? তদন্তত নামিছে CID, ভাইৰেল অভিযোগনামা
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্যমন্ত্ৰীৰ বাবে অনা চিঙাৰা আৰু কেক কোনে খালে? জটিল ৰহস্য উদঘাটনৰ তদন্তভাৰ পৰিল চিআইডিৰ কান্ধত৷ ৰাজ্য চৰকাৰেই এই নিৰ্দেশ দিছে৷ ঘটনাক কেন্দ্ৰ কৰি হৈ চৈ লাগিছে সমগ্ৰতে৷ তোলপাড় হিমাচল প্ৰদেশৰ ৰাজ্যৰ ৰাজনীতি৷ জটিল ৰহস্য বা ডাঙৰ কোনো ঘটনাৰ তদন্ত কৰে চিআইডিয়ে৷ কিন্তু এইবাৰ চিআইডিৰ কান্ধত পৰিছে চিঙাৰা কোনে খালে সেয়া বিচাৰ কৰাৰ ভাৰ৷

ঘটনাটো ঘটিছে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ সৈতে৷ চিআইডিৰ সৈতে এক বিশেষ বৈঠকত মিলিত হ’বলৈ যোৱাৰ সময়তে এই ঘটনা ঘটিছে সুখবিন্দৰ সিং সুখুৰ সৈতে৷ অন্যান্যসকলৰ দৰেই মুখ্যমন্ত্ৰী সুখুকো দিয়া হৈছিল এটা বিশেষ লাঞ্চ পেকেট৷ কিন্তু লাঞ্চ পেকেট খুলিয়েই আচৰিত সুখু৷ অন্য সকলোৰে লাঞ্চ বক্সত আছে চামুছা আৰু মিঠাই কিন্তু সুখুক দিয়া বক্সটো সম্পূৰ্ণ খালী৷ কিয় খালী পেকেট মুখ্যমন্ত্ৰীক দিয়া হ’ল সেই প্ৰশ্ন উত্থাপন হোৱাৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্তৰো নিৰ্দেশ দিয়া হয়৷

বিগত ২১ অক্টোবৰত মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু চিআইডিৰ হেডকোৱাৰ্টাৰলৈ গৈছিল ছাইবাৰ ছেল শাখাৰ উদ্বোধনৰ বাবে৷ মুখ্যমন্ত্ৰী সুখুৰ বাবেই বিশেষকৈ খাদ্যৰ তিনিটা বক্স আনিছিল চিআইডিৰ তৰফৰ পৰা৷ কিন্তু শেষপৰ্যন্ত সুখুৱে খাবলৈ নাপালে চিঙাৰা৷ বিভিন্ন জনৰ হাতবাগৰি সেই চিঙাৰা পেটত সোমাইগৈ নিৰাপত্তাৰক্ষীৰহে৷ কেনেকৈ নিৰাপত্তাৰক্ষীয়ে খাবলৈ পালে এই চিঙাৰা? সেই ৰহস্য জানিবলৈ উৎসুক এতিয়া চিআইডিৰ লগতে মুখ্যমন্ত্ৰী সুখুও৷

ইফালে চিআইডিয়ে তদন্ত আৰম্ভ কৰাৰ লগ লগেই কটাক্ষ কৰিছে বিজেপিয়ে৷ ৰাজ্যৰ বিৰোধী দলৰ মুখপাত্ৰ ৰণধীৰ শৰ্মাই কয়, ‘ৰাজ্যৰ উন্নয়নক লৈ চৰকাৰৰ চিন্তা নাই৷ তেওঁলোকৰ চিন্তা কেৱল মুখ্যমন্ত্ৰীৰ চিঙাৰাক লৈ৷ যদিও কংগ্ৰেছৰ দাবী চৰকাৰৰ তৰফৰ মুঠেও চিআইডিক তদন্তৰ নিৰ্দেশ দিয়া হোৱা নাই৷ নানান বিতৰ্ক তৈয়াৰ হোৱাৰ বাবেই চিআইডি নিজেই এই তদন্তত নামিছে৷ বিজেপিৰ বিৰুদ্ধে অকাৰণে এই বিষয় লৈ বিতৰ্ক তৈয়াৰ কৰাৰো অভিযোগ দিছে কংগ্ৰেছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
Next Post
বক্ৰী পথ এৰি মাৰ্গী হ’ব শনি, সফলতাই দুৱাৰত টুকুৰিয়াব এই ৫ৰাশিৰ জাতকৰ

বক্ৰী পথ এৰি মাৰ্গী হ’ব শনি, সফলতাই দুৱাৰত টুকুৰিয়াব এই ৫ৰাশিৰ জাতকৰ

একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ

একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.