ৰাজনীতিত কোনেও কাকো CARE নকৰে। পিছে, একাংশ ৰাজনৈতিক দলে নিৰ্বাচনৰ নাম শুনি গাধ ছাত্ৰই মেট্ৰিকৰ নাম শুনাৰ দৰে আচৰণ কৰিছে। কি হ’ব প্ৰবল শক্তিৰ বিৰুদ্ধে আঞ্চলিকতাবাদীৰ অস্ত্ৰ?