স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিলো। কিন্তু লাজৰ বিষয় আমি এতিয়াও যুদ্ধ কৰি আছো হিন্দু-মুছলিম আৰু গৰু-গাহৰিক লৈ। কেতিয়া আমি সলনি হ’ম, কেতিয়া দেশ সলনি হ’ব?