• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPLৰ নিলাম

IPLৰ নিলাম

5 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

4 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

4 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

4 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

4 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

5 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPLৰ নিলাম

কোন দলে কাক কিনিলে, কিমান টকাত?

editor by editor
February 19, 2021
in ক্ৰীড়া
0
IPLৰ নিলাম
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ : IPL 2021ৰ নিলামত ২২ জন বিদেশী তাৰকাৰ সৈতে মুঠ ৫৭ গৰাকী ক্ৰিকেটাৰ ক্ৰয় কৰিলে দলসমূহে। এই নিলামৰ আটাইটকৈ দামী খেলুৱৈ হিচাপে চিহ্নিত হ’ল দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ক্ৰিছ মৰিছ। ক্ৰিছ মৰিছক ১৬.২৫ কোটি টকাত ক্ৰয় কৰে ৰাজস্থান ৰয়েলছে। মৰিছেই হ’লগৈ এতিয়ালৈকে IPLত সৰ্বাধিক মূল্যত বিক্ৰী হোৱা ক্ৰিকেটাৰ। আনহাতে, ১৫ কোটি টকাত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ক্ৰয় কৰে নিউজিলেণ্ডৰ অলৰাউণ্ডাৰ  কাইল জেমিছনক। বিপৰীতে ১৪ কোটি টকাত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱেই ক্ৰয় কৰে অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ গ্ৰেন মেক্সুৱেলক। চেন্নাই ছুপাৰ কিংছে ক্ৰয় কৰে স্পীন বলাৰ অলৰাউণ্ডাৰ মইন আলী আৰু কে গৌতমক। নিলামৰ পাছত ৮টা দলৰ খেলুৱৈৰ তালিকাখন কেনেকুৱা হ’ল চাও আহক।

মুম্বাই ইণ্ডিয়ানছ

ইতিমধ্যে আছে : ৰোহিত শৰ্মা, কুইণ্টন ডি-কক(উইকেট কীপাৰ), সূৰ্য কুমাৰ যাদৱ, ইশান কিষাণ (উইকেট কীপাৰ), ক্ৰিছ লীন, আনমোলপ্ৰীট সিং, সৌৰভ তিৱাৰী, আদিত্য তাৰে, কাইৰোন প’লাৰ্ড, হাৰ্দিক পাণ্ডিয়া, ক্ৰুণাল পাণ্ডিয়া, অনুকুল ৰয়, যশপ্ৰীট বুমৰাহ, ট্ৰেণ্ট বল্ট, ৰাহুল ছহৰ, জয়ন্ত যাদৱ, ধাৱাল কুলকাৰ্ণি, মহছিন খান।

নিলামত ক্ৰয় : নাথান কলটাৰ নাইল(৫ কোটি), আদম মাইলনে(৩.২ কোটি), পীয়ুষ চাওলা (২.৪ কোটি), জেমছ নিছাম (৫০ লাখ), য়ুধবীৰ চৰক(২০ লাখ), মাৰ্কো জেনছেন (২০ লাখ), অৰ্জুন তেণ্ডুলকাৰ (২০ লাখ)।

ৰাজস্থান ৰয়েলছ

ইতিমধ্যে আছে : সঞ্জু ছেমছন, বেন ষ্ট’কছ, জফ্ৰা আৰ্চাৰ, জ’ বাটলাৰ, ৰিয়ান পৰাগ, শ্ৰেয়ছ গোপাল, ৰাহুল তেৱতীয়া, মহীপাল লমৰৰ, কাৰ্তিক ত্যাগী, এণ্ড্ৰিউ টাই, জয়দেৱ উনাদকাৰ, মায়াংক মাৰ্কাণ্ডে, যশশ্ৰী জয়ছৱাল, অনুজ ৰাৱট, ডেভিড মিলাৰ, মনন ভোৰা, ৰবীন উত্থাপা।

নিলামত ক্ৰয় : ক্ৰিছ মৰিছ (১৬.২৫ কোটি), শিৱম ডুবে (৪.৪ কোটি), ছেতন ছাকাৰিয়া (১.২ কোটি), মুস্তাফিজুৰ ৰহমান (১ কোটি), লায়াম লিভিংষ্টন (৭৫ লাখ), আকাশ যাদৱ (২০ লাখ), কে চি কেৰিয়াপ্পা (২০ লাখ), কুলদীপ যাদৱ (২০ লাখ)।

ৰয়েলছ চেলেঞ্জাৰ্ছ বাংগালুৰু

ইতিমধ্যে আছে : বিৰাট কোহলি, এবি ডি ভিলিয়াৰ্ছ, যজুবেন্দ্ৰ ছহল, দেৱদত্ত পাড়িক্কাল, নৱদীপ ছাইনী, ৱাশ্বিংটন সুন্দৰ, মহম্মদ ছিৰাজ, কেন ৰিচাৰ্ডচন, আদম জাম্পা, জ’ ফিলিপ, শ্বাহৱাজ আহমেদ, পৱন দেশপাণ্ডে।

নিলামত ক্ৰয় : কাইল জেমিছন (১৫ কোটি), গ্লেন মেক্সুৱেল (১৪.২৫ কোটি), ডেন খ্ৰীষ্টিয়ান (৪.৮ কোটি), শচীন বেবী (২০ লাখ), ৰজত পাটিদাৰ (২০ লাখ), মহম্মদ আজহাৰউদ্দিন (২০ লাখ), সুয়শ প্ৰভুদেশাই (২০ লাখ), কে এছ ভৰত (২০ লাখ)।

চেন্নাই ছুপাৰ কিংছ

ইতিমধ্যে আছে : এম এছ ধোনী, সুৰেশ ৰাইনা, আম্বাতি ৰায়ডু, এন জগদীশন, ফাপ ডু প্লেছিছ, ৰুতুৰাজ গায়কোৱাড, ছাম কুৰান, ৰবি যাদেজা, ডুৱাইন ব্ৰেভ’, মিটছেল চেণ্টনাৰ, জ’ হেজলউড, ছাৰদুল ঠাকুৰ, কৰ্ণ শৰ্মা, কে এম আছিফ, ইমৰাণ তাহিৰ, আৰ চাই কিশোৰ, দীপক ছহৰ, লুনগি নিডি।

নিলামত ক্ৰয় : কে গৌতম (৯.২৫ কোটি), মঈন আলী (৭ কোটি), ছেতেশ্বৰ পূজাৰা (৫০ লাখ), কে ভগত বৰ্মা (২০ লাখ), হৰি নিশান্ত (২০ লাখ), হৰিশংকৰ ৰেড্ডী (২০ লাখ)।

দিল্লী কেপিটেলছ

ইতিমধ্যে আছে : শিখৰ ধাৱন, পৃথ্বী শ্ব’, আজিংক্যা ৰাহানে, ঋষভ পণ্ট, শ্ৰেয়শ আয়াৰ, অক্ষয় পেটেল, অমিত মিশ্ৰ, ঈশান শৰ্মা, আৰ আশ্বিন, ললিত যাদৱ, হৰ্ষল পেটেল, আভেশ খান, পবীন ডুবে, কাগিছ’ ৰাৱাডা, আনৰিছ নৰ্টজে, মাৰ্কাজ ষ্টইনিজ, ছিমৰন হেটমেয়াৰ, ক্ৰিছ ৱকছ, ডেনিয়েল ছেমছ।

নিলামত ক্ৰয় : টম কুৰান (৫.২৫ কোটি), ষ্টিভেণ্ট স্মিথ (২.২ কোটি), ছেম বাইলিংছ (২ কোটি), উমেশ যাদৱ (২ কোটি), ৰিপাল পেটেল (২০ লাখ), বিষ্ণু বিনোদ (২০ লাখ), লোকমান মেৰিৱালা (২০ লাখ), এম সিদ্ধাৰ্থ (২০ লাখ)।

কলকাতা নাইট ৰাইডাৰ্ছ

ইতিমধ্যে আছে : ইয়ন মৰগান, দীনেশ কাৰ্তিক, নীতিশ ৰানা, সুভমন গিল, ৰিংকু সিং, ৰাহুল ত্ৰিপাঠী, কমলেশ নাগৰকোতি, কুলদীপ যাদৱ, লকি ফাগুৰ্ছন, পেট কামিংছ, প্ৰসিদ্ধ কৃষ্ণা, সন্দীপ ৱাৰিয়াৰ, শিভম মাভি, বৰুণ চক্ৰৱৰ্তী, এণ্ড্ৰিউ ৰাছেল, সুনীল নাৰিম, টিম ছেইফাট।

নিলামত ক্ৰয় : ছাকিব আল হাছান (৩.২ কোটি), হৰভজন সিং (২ কোটি), বেন কাটিং (৭৫ লাখ), কৰুণ নায়াৰ (৫০ লাখ), পৱন নেগি (৫০ লাখ), ছেলডন জেকচন (২০ লাখ), ভেংকটেশ আয়াৰ (২০ লাখ), বৈভৱ আৰোৰা (২০ লাখ)।

পঞ্জাৱ কিংছ

ইতিমধ্যে আছে : কে এল ৰাহুল, ক্ৰিছ গেইল, মায়ংক আগৰৱাল, নিক’লাছ পুৰান, মন্দীপ সিং, ছৰফৰাজ খান, দীপক হুদা, প্ৰভছিমৰন সিং, মহম্মদ ছামী, ক্ৰিছ জৰ্দান, দৰ্শন নিলকাণ্ডে, ৰবি বিষ্ণয়, মুৰুগান আশ্বিন, অৰ্শদীপ সিং, হৰপ্ৰীত ব্ৰাৰ, ঈশান পৰেল।

নিলামত ক্ৰয় : জাই ৰিচাৰ্ডচন (১৪ কোটি), ৰিলে মেৰেডিথ (৮ কোটি), শ্বাহৰুখ খান (৫.২৫ কোটি), মইছেছ হেনৰিকছ (৪.২ কোটি), ডাৱিদ মালান (১.৫ কোটি), ফেবিয়ান এলেন (৭৫ লাখ), জলজ ছাক্সেনা (৩০ লাখ), সৌৰভ কুমাৰ (২০ লাখ), উৎকৰ্ষ সিং (২০ লাখ)।

ছানৰাইজাৰ্ছ হায়দৰাবাদ

ইতিমধ্যে আছে : ডেভিড ৱাৰ্নাৰ, অভিষেক শৰ্মা, বাছিল থাম্পি, ভুৱনেশ্বৰ কুমাৰ, জনি বেয়াৰষ্ট’, কেন উইলিয়ামছন, মনীষ পাণ্ডে, মহম্মদ নবী, ৰছিদ খান, সন্দীপ শৰ্মা, শ্বাহবাজ নাদিম, শ্ৰীবৎস গোস্বামী, সিদ্ধাৰ্থ কৌ, খলিল আহমেদ, টি নটৰাজন, বিজয় শংকৰ, ঋদ্ধিমান সাহা, আব্দুল ছামাদ, মিটছেল মাৰ্চ, জেচন হল্ডাৰ, প্ৰিয়ম গাৰ্গ, বিৰাট সিং।

নিলামত ক্ৰয় : কেডাৰ যাদৱ (২ কোটি), মুজিব উৰ ৰহমান (১.৫ কোটি), জে ছুচিথ (৩০ লাখ)।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Chennai Super KingsDelhi CapitalsiplKolkata Knight Ridersmumbai indiansRajasthan RoyalsRoyal Challengers BangaloreSunrisers Hyderabad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
ক্ৰীড়া

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

January 3, 2026
টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ
ক্ৰীড়া

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

December 21, 2025
Next Post
অৱশেষত ফাৰহানে লাভ কৰিলে ডিগ্ৰী…

অৱশেষত ফাৰহানে লাভ কৰিলে ডিগ্ৰী…

ৰাজপথৰ আন্দোলনক গুৰুত্ব নিদিয়ে বাবেই শিক্ষকতা এৰি ৰাজনীতিলৈ

ৰাজপথৰ আন্দোলনক গুৰুত্ব নিদিয়ে বাবেই শিক্ষকতা এৰি ৰাজনীতিলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.