• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শক্তিশালী ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত

11 months ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

34 minutes ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

57 minutes ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 hour ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

19 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

20 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

22 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

23 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

24 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

1 day ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শক্তিশালী ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত

শক্তিশালী ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত

editor by editor
April 17, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শক্তিশালী ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান বৃষ ৰাশিত অৱস্থান কৰিছে গুৰুগ্ৰহ বৃহস্পতিয়ে৷ আগন্তুক ২৬ জুলাই বৃহস্পতিবাৰে বৃষ ৰাশি এৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ তাতেই শুক্ৰৰ সৈতে বৃহস্পতি মিলিত হৈ গজলক্ষ্মী ৰাজযোগ গঠন কৰিব৷ ২১ আগষ্ট পৰ্যন্ত এই শক্তিশালী ৰাজযোগ থাকিব৷ বৈদিক জ্যোতিষ অনুসৰি অত্যন্ত শুভ আৰু প্ৰভাৱশালী এই গ্ৰহি এবছৰত এবাৰ নিজৰ স্থান পৰিবৰ্তন কৰে৷ বৃহস্পতি আৰু শুক্ৰৰ মিলনত যি গজলক্ষ্মী ৰাজযোগ গঠিত হ’ব তাৰ প্ৰভাৱত জীৱনলৈ উন্নতি আহিব তিনি ৰাশিৰ জাতকৰ৷ জানি থওক এই তালিকাত কোন কোন আছে?

মিথুন ৰাশি

মিথুন ৰাশিতেই গঠিত হ’ব গজলক্ষ্মী ৰাজযোগ৷ ফলত এই ৰাজযোগৰ সকলোতকৈ শুভ প্ৰভাৱ পাব মিথুন ৰাশিৰ জাতকে৷ এই সময়তেই সকলো কামত ভাগ্যক নিজৰ কাষত পাব আপুনি৷ ব্যৱসায়ত লাভ, আৰ্থিক পৰিস্থিতি বেছ মজবুত হব৷ সকলো কামতে সফলতা পাব৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন সুযোগ আহিব পাৰে আপোনাৰ৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে বৃহস্পতিৰ অৱস্থান লাভজনক হ’ব৷ গজলক্ষ্মী ৰাজযোগে জীৱনৰ সকলো দিশত সাফল্য আনি দিব৷ অফিচত পদোন্নতি হব পাৰে৷ ব্যৱসায়ত বৃহৎ লাভৰ মুখ দেখিব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি পাব পাৰে৷ অৰ্থ উপাৰ্জনৰ পথ হঠাতেই আপোনাৰ সন্মুখত খুলিব৷ লক্ষ্মীৰ আশীৰ্বাদত সংসাৰলৈ সমৃদ্ধি আহিব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷

কুম্ভ ৰাশি

গজলক্ষ্মী ৰাজযোগ আশীৰ্বাদ হৈ আহিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ সম্পদ বৃদ্ধি পাব৷ ইয়াৰোপৰি সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ খ্যাতি বাঢ়িব কুম্ভৰ জাতকৰ৷ মনৰ সকলো ইচ্ছা পূৰণ হব৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ অফিচত প্ৰমোছন আৰু ইনক্ৰিমেণ্টো হ’ব পাৰে৷ প্ৰেমত মাধুৰ্য বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

March 14, 2026
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
Next Post
বেচৰকাৰী ভাৰতীয় হজ কোটা ৮০শতাংশলৈ কমাই দিলে ছৌদীয়ে! কি হ’ব হজৰ বাবে পেমেণ্ট কৰা ৫২ হাজাৰৰো অধিক হজযাত্ৰীৰ?

‘আমি বিচাৰো আৰু বেছি ভাৰতীয় চীনলৈ আহক৷ চীনৰ মুক্ত, নিৰাপদ, প্ৰাণবন্ত সংস্কৃতিৰ সৈতে পৰিচিত হওক!’ ভিছা নীতিত হঠাৎ ভাৰতলৈ চীনৰ কিয় বন্ধুত্বৰ হাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন