• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্ঘটনাগ্ৰস্থ কাঞ্চনজংঘা এক্সপ্ৰেছত লামডিঙৰ পৰা উঠা যাত্ৰীৰ তালিকা প্ৰকাশ, কিমানজন যাত্ৰী আছিল এই এক্সপ্ৰেছত? সবিশেষ

দুৰ্ঘটনাগ্ৰস্থ কাঞ্চনজংঘা এক্সপ্ৰেছত লামডিঙৰ পৰা উঠা যাত্ৰীৰ তালিকা প্ৰকাশ, কিমানজন যাত্ৰী আছিল এই এক্সপ্ৰেছত? সবিশেষ

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

21 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

22 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

22 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

23 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

23 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 day ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দুৰ্ঘটনাগ্ৰস্থ কাঞ্চনজংঘা এক্সপ্ৰেছত লামডিঙৰ পৰা উঠা যাত্ৰীৰ তালিকা প্ৰকাশ, কিমানজন যাত্ৰী আছিল এই এক্সপ্ৰেছত? সবিশেষ

editor by editor
June 17, 2024
in অসম, বিবিধ, ভাৰত
0
দুৰ্ঘটনাগ্ৰস্থ কাঞ্চনজংঘা এক্সপ্ৰেছত লামডিঙৰ পৰা উঠা যাত্ৰীৰ তালিকা প্ৰকাশ, কিমানজন যাত্ৰী আছিল এই এক্সপ্ৰেছত? সবিশেষ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছে শিয়ালদহগামী কাঞ্চনজংঘা এক্সপ্ৰেছ৷ কাঞ্চনজংঘা এক্সপ্ৰেছক পিছফালৰ পৰা ধাক্কা মাৰিছে মালবাহী ট্ৰেইনে৷ খুন্দা মৰাৰ ফলত কাঞ্চনজংঘা এক্সপ্ৰেছৰ এটা বগি উঠি যায় মালবাহী ৰে’লৰ ইঞ্জিনৰ ওপৰত৷ কাঞ্চনজংঘাৰ দুটাকৈ কোচ সম্পূৰ্ণৰূপে ভাঙি শূন্যত ওলমি থকা দেখা গৈছে৷ বৰ্তমানলৈকে এই ঘটনাত ৮জনে প্ৰাণ হেৰুওৱাৰ খবৰ আহি পৰিছে৷ আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে উত্তৰবংগৰ মেডিকেল কলেজ হাস্পতালত৷ ইতিমধ্যে ঘটনাত মৃত্যু হৈছে মালবাহী ট্ৰেইনৰ চালকৰো৷

প্ৰাথমিক তদন্তৰ অন্তত ৰে’লবিভাগে দিয়া তথ্যমতে চিগনেলৰ খেলিমেলিৰ বাবেই এই ঘটনা সংঘটিত হৈছে৷ ছিগনেল ফেইল কৰি মালবাহী ট্ৰেইনে ধাক্কা মাৰে কাঞ্চনজংঘা এক্সপ্ৰেছত৷ তাৰপিছতেই এই ভয়াৱহ ঘটনা বুলি জনাইছে প্ৰাথমিক তদন্তই৷ ইতিমধ্যেই মৃতকৰ পৰিয়াললৈ সাহাৰ্য্যও ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ ইফালে অসমৰো বহুসংখ্যক যাত্ৰী এই ৰে’লেৰে যাত্ৰা কৰিছিল৷ লামডিঙৰ পৰা যাত্ৰা কৰা যাত্ৰীৰ লিষ্ট প্ৰকাশ কৰিছে লামডিং ৰে’লৱে জংছনে৷

কেৱল লামডিংৰ পৰাই যাত্ৰা কৰিছিল ৪৩ গৰাকী যাত্ৰীয়ে৷ যাত্ৰীৰ নামৰ সৈতে বিশেষ লিষ্ট প্ৰকাশ পাইছে৷ লিষ্টত থকা নামসমূহ হৈছে-

Lumding Junction All Passengers Name are :-

1.Nani Gopal Baru
2. Subhrajyoti. bhow
3. Santahanu Basu
4. Asok Mukharjee
5. Somnath Singha
6. Tual Khan Lian
7. Naryan Singh
8. Puja Singh
9. Ayush Singh sarda
10. Astha sing sarda
11. Parabati mundari
12. Puja Das
13. Bikas das
14. Josha shil
15. Susmita shil
16. Gokul shil
17. Namita das
18. Karik shil
19. Pratima shil
20. Rahul shil
21. Chayan das
22. Sudhanshu Biswas
23. Kamla Biswas
24. GC das
25. Shipra das
26. BC das
27. BC das
28. Jimi Dutta
29. Ajoy shil
30. Madhabi das
31. Biswajit Das
32. Subhankar sikdar
33. Pakhi Rani das
34. Pranali das
35. Bina Rani das
36. Bisakaha das
37. Parul das
38. Mampi das
39. Sanjoy Das
40. Rakhal das
41. Pranab sarkar
42. Subham bardhan
43. Mantaosh mondol

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
মোদীৰ আত্মপ্ৰচাৰ আৰু বিভাগক পয়ালগা অৱস্থাৰ বাবেই এই ৰে’ল দুৰ্ঘটনা, বিৰোধীয়ে দুৰ্ঘটনাক লৈ টাৰ্গেট কিয় কৰিলে শাসক দলক?

মোদীৰ আত্মপ্ৰচাৰ আৰু বিভাগক পয়ালগা অৱস্থাৰ বাবেই এই ৰে’ল দুৰ্ঘটনা, বিৰোধীয়ে দুৰ্ঘটনাক লৈ টাৰ্গেট কিয় কৰিলে শাসক দলক?

কৱচ চিষ্টেমে কিয় ৰোধ কৰিব নোৱাৰিলে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা? ক’ত গ’ল ১৬.৮৮ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা কৱচ চিষ্টেম?

কৱচ চিষ্টেমে কিয় ৰোধ কৰিব নোৱাৰিলে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা? ক’ত গ’ল ১৬.৮৮ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা কৱচ চিষ্টেম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.