• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিৰণ ৰাওৱে লিখিছে, ‘সপোন পূৰণ’! অস্কাৰৰ বাবে নিৰ্বাচিত হ’ব নেকি ‘লাপাতা লেডিজ’?

কিৰণ ৰাওৱে লিখিছে, ‘সপোন পূৰণ’! অস্কাৰৰ বাবে নিৰ্বাচিত হ’ব নেকি ‘লাপাতা লেডিজ’?

2 years ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

45 minutes ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

1 hour ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

14 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

14 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

14 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

15 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

16 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

16 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

18 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

19 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কিৰণ ৰাওৱে লিখিছে, ‘সপোন পূৰণ’! অস্কাৰৰ বাবে নিৰ্বাচিত হ’ব নেকি ‘লাপাতা লেডিজ’?

কিৰণ ৰাওৱে লিখিছে, ‘সপোন পূৰণ’! অস্কাৰৰ বাবে নিৰ্বাচিত হ’ব নেকি ‘লাপাতা লেডিজ’?

editor by editor
September 21, 2024
in চিনেমা, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কিৰণ ৰাওৱে লিখিছে, ‘সপোন পূৰণ’! অস্কাৰৰ বাবে নিৰ্বাচিত হ’ব নেকি ‘লাপাতা লেডিজ’?
0
SHARES
116
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বছৰত মুক্তি লাভ কৰিছিল কিৰণ ৰাও পৰিচালিত চিনেমা ‘লাপাতা লেডিডে’৷ ছবিখন কেৱলমাত্ৰ বক্স অফিচতেই ভাল পাৰফৰমেন্সেই কৰিছে এনে নহয়৷ দৰ্শক আৰু সমালোচকৰ কাষৰ পৰাও প্ৰশংসা অৰ্জন কৰিছে৷ স্পেছিয়েল স্ক্ৰিনিং হিচাপে ছবিখনে ছপ্ৰিম কৰ্টতো দেখুওৱা হৈছিল৷ সামাজিক পটভূমিত তৈয়াৰ কৰা ছবিখন অস্কাৰৰ বাবে মনোনীত হোৱাটোক স্বপ্নপূৰণ বুলি বৰ্ণনা কৰিছে পৰিচালকে৷ সংবাদ সংস্থা পিটিআইয়ে লিখিছে, কিৰণ ৰাওৰ অস্কাৰৰ বাবে নিৰ্বাচিত হোৱা ‘লাপাতা লেডিজ’ ছবিখনত তেওঁ নিজৰ মনৰ কথাকেই তুলি ধৰিছে৷ যদি সঁচাকৈয়ে অস্কাৰৰ বাবে মনোনীত হৈছে বা তেওঁৰ ছবিয়ে অস্কাৰ লাভ কৰে তেন্তে সেয়া তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোন পূৰণ হোৱা৷

কিৰণ ৰাও নিশ্চিত যে এয়া এক দুৰ্দান্ত চলচ্চিত্ৰ হিচাপে প্ৰমাণিত হ’ব৷ ২০০১ চনত লাপাতা লেডিজ ভাৰতৰ এখন গাঁৱত বাস কৰা দুগৰাকী ন-বোৱাৰীৰ কাহিনী৷ যিয়ে দুৰ্ঘটনাক্ৰমে ট্ৰেইনত ভ্ৰমণ কৰা সময়ত হেৰাই যায়৷ ছবিখনৰ গল্পই দৰ্শকক ভীষণভাৱে মনক চুই গৈছে৷ আনকি সমালোচকেই ছবিখনক লৈ প্ৰশংসা কৰিছে৷

কেৱল সেয়াই নহয়, ছবিখন ছুপ্ৰিম কৰ্টৰ স্পেচিয়েল স্ক্ৰিনিঙত দেখুওৱা হৈছিল৷ বিচাৰকসকলেও ছবিখনৰ প্ৰশংসা কৰিছিল৷ কিৰণ ৰাওৰ লাপাতা লেডিজ লিংগবৈষ্যম দূৰ কৰি কঠিন বাস্তৱৰ মুখামুখি হোৱাৰো এক অনবদ্য বাৰ্তা দিয়ে৷ এই ছবিত ৰবি কিষাণ, নিতাংশী গোয়েল আৰু গীতা আগৰৱালাৰ দৰে শিল্পীয়ে অভিনয় কৰিছে৷ ছবিখনে দেশ-বিদেশত জনপ্ৰিয়তা লাভ কৰিছে আৰু বহু পুৰস্কাৰো লাভ কৰিছে৷ এইবাৰ কিৰণ ৰাওৰ এই ছবিয়ে অস্কাৰ লাভ কৰি কিৰণ ৰাওৰ সপোন পূৰণ কৰিবনে তাৰবাবে অপেক্ষা এতিয়া বহুজনৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 13, 2026
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
Next Post
পুজাৰ পূৰ্বেই স্থান সলাব শনিয়ে, গ্ৰহৰাজৰ গোচৰত বিপদত পৰিব এই ৬ৰাশি

পুজাৰ পূৰ্বেই স্থান সলাব শনিয়ে, গ্ৰহৰাজৰ গোচৰত বিপদত পৰিব এই ৬ৰাশি

নতুন সপ্তাহত ভাদ ৰাজযোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত ভাদ ৰাজযোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.