• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

2 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

16 minutes ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

38 minutes ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

2 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

3 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

3 hours ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

4 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

5 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

6 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

8 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

9 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

editor by editor
March 16, 2026
in জীৱনশৈলী
0
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ
0
SHARES
735
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ মাৰ্চ অৰ্থাৎ আজি সন্ধিয়াৰ পৰাই ঘূৰিব আপোনাৰ ভাগ্যৰ চকা৷ তৈয়াৰ হৈছে অত্যন্ত শুভ এক ৰাজযোগ৷ গ্ৰহৰ সেনাপতি মঙ্গলে বৰ্তমান কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ ১ এপ্ৰিল ২০২৬ পৰ্যন্ত তাতেই থাকিব৷ চন্দ্ৰইয়ো ১৬ মাৰ্চ, অৰ্থাৎ আজি সোমবাৰে সন্ধিয়া ৬ বাজি ১৩ মিনিটত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ আগন্তুক দুদিন তাতেই থাকিব৷ ১৮ মাৰ্চ ২০২৬ৰ নিশা ১১.৩৬ মিনিটত কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত গোচৰ কৰিব৷ ইয়াৰ ফলত কুম্ভ ৰাশিত আগন্তুক দুদিন মঙ্গল আৰু চন্দ্ৰৰ বিশেষ সংযোগ তৈয়াৰ হৈছে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি চন্দ্ৰ আৰু মঙ্গলৰ সংযোগে মহালক্ষ্মী ৰাজযোগৰ সৃষ্টি কৰে যিয়ে সম্পদ, সমৃদ্ধি আৰু সাফল্য কঢ়িয়াই আনিব৷ মহালক্ষ্মী ৰাজযোগে আঢ়ৈ দিন সক্ৰিয় থাকিব, সেই সুফল পাব তিনি ৰাশিৰ জাতকে৷ এই যোগে ব্যক্তিৰ জীৱনলৈ আৰ্থিক লাভ আৰু নতুন কেৰিয়াৰৰ সুযোগ আনি দিব৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক বৰ্তমান শনিৰ চাৰে সাতিৰ মাজত আছে৷ মহালক্ষ্মী যোগৰ আঢ়ৈ দিনৰ মাজত সুখৰ মুখ দেখিব৷ মেষ ৰাশিৰ জাতকে হঠাৎ আৰ্থিক লাভ কৰিব পাৰে৷ দীৰ্ঘদিনৰ ৰৈ থকা কাম শেষ কৰিব পাৰিব৷ ব্যৱসায়ীয়ে নতুন চুক্তি চহী কৰিব পাৰে৷ যিয়ে ব্যৱসায় প্ৰসাৰৰ বাবে গুৰুত্বপূৰ্ণ হব৷ বিশেষজ্ঞৰ পৰামৰ্শত বিনিয়োগ লাভজনক হব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক চন্দ্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়৷ সেয়ে মঙ্গল আৰু চন্দ্ৰৰ সংযোগত গঠিত মহালক্ষ্মী ৰাজযোগে কৰ্কট ৰাশিৰ জাতকৰ সৌভাগ্যৰ চক্ৰক জাগ্ৰত কৰি তুলিব পাৰে৷ অপ্ৰত্যাশিতভাৱে অৰ্থ লাভ হব পাৰে৷ ডাঙৰ কোনো সুখবৰ পাব পাৰে৷ কেৰিয়াৰত উন্নতিৰ সুযোগে আপোনাৰ বাবে অপেক্ষা কৰিছে৷ বুদ্ধি কৰি কাম কৰিলে এই সময়ত সুফল পাব৷ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত সফল হব পাৰে৷ মাটি আৰু সম্পত্তি সম্পৰ্কিত বিষয়সমূহত সুখবৰ লাভ কৰিব৷

বৃশ্চিক ৰাশি

মঙ্গল বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ৷ চন্দ্ৰ আৰু মঙ্গলৰ সংযোগত গঠিত মহালক্ষ্মী ৰাজযোগে চাকৰিয়ালৰ পদোন্নতি আৰু কৰ্মক্ষেত্ৰত সন্মান আনি দিব পাৰে৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ ব্যৱসায়ত বিনিয়োগৰ বাবে ভাল সময়৷ কঠোৰ পৰিশ্ৰম এতিয়া ফলপ্ৰসূ হব পাৰে৷ সম্পৰ্কৰ বন্ধন আৰু উন্নত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
জীৱনশৈলী

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 16, 2026
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?
জীৱনশৈলী

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

March 16, 2026
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

March 16, 2026
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?
স্বাস্থ্য

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

March 16, 2026
Next Post
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.