• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

4 weeks ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

16 minutes ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

1 hour ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

2 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

3 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

3 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

4 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

5 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

5 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

6 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

7 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

7 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ নকৰিব, হেৰুৱাব পাৰে আপোনাৰ একাউন্ট

editor by editor
March 16, 2026
in প্ৰযুক্তি
0
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়াৰে পৰা আপুনি ফেচবুকত আনৰ কন্টেন্ট চুৰি কৰি নিজৰ একাউণ্টত কপি-পেষ্ট কৰি পোষ্ট কৰিব নোৱাৰিব। ফেচবুকত কপি আৰু ভুৱা কন্টেন্টৰ বিৰুদ্ধে যুঁজিবলৈ Meta ই নতুন আহিলা আৰু গাইডলাইন ব্যৱহাৰ কৰিছে। ক্ৰিয়েটৰসকলে এতিয়া ডেচব’ৰ্ডৰ জৰিয়তে কপি কৰা বিষয়বস্তুৰ প্ৰতিবেদন দিব পাৰিব। Meta ৰ মতে, এই প্লেটফৰ্মত বাঢ়ি অহা AI জেনেৰেটৰ কপি আৰু ভুৱা কন্টেন্টৰ প্ৰচলন ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Meta ই বুজাই দিয়ে যে, ফেচবুকত ক্ৰিয়েটৰসকলৰ হাতত এতিয়া এটা কেন্দ্ৰীভূত ডেচব’ৰ্ড (centralized dashboard) থাকিব, যাৰ জৰিয়তে তেওঁলোকে আনে কপি কৰা বা পোষ্ট কৰা বিষয়বস্তুৰ ওপৰত সহজেই একচন ল’ব পাৰিব। এই আপডেইটৰ মূল উদ্দেশ্য হৈছে প্ৰতিবেদন প্ৰক্ৰিয়া সৰল কৰা। পূৰ্বে বিভিন্ন পদৰ বাবে পৃথক পৃথক প্ৰতিবেদন দাখিল কৰিবলগীয়া হৈছিল যদিও এতিয়া ক্ৰিয়েটৰসকলে এটা ঠাইৰ পৰা একাধিক অভিযোগ দাখিল কৰিব পাৰিব। ইয়াৰ ফলত কপি কৰা বিষয়বস্তুৰ ওপৰত দ্ৰুতগতিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বুলি আশা কৰা হৈছে।

Meta ই ফেচবুকৰ কন্টেন্ট গাইডলাইনো আপডেট কৰি কোম্পানীয়ে কি অৰিজিনেল কন্টেন্ট সেয়া চোৱাটো স্পষ্ট কৰিছে। কোনো ক্ৰিয়েটৰে প্ৰত্যক্ষভাৱে প্ৰস্তুত কৰা বিষয়বস্তু এতিয়া মৌলিক বুলি গণ্য কৰা হ’ব। নতুন বিশ্লেষণ, আলোচনা বা অতিৰিক্ত তথ্য প্ৰদান কৰিবলৈ অন্যৰ বিষয়বস্তুৰে ৰিমিক্স কৰা ৰীল বা ভিডিঅ’সমূহো এই শ্ৰেণীত অন্তৰ্ভুক্ত হ’ব পাৰে। এই পৰিবৰ্তনৰ উদ্দেশ্য হৈছে ক্ৰিয়েটৰসকলক উৎসাহিত কৰা আৰু কপি-পেষ্ট বিষয়বস্তু হ্ৰাস কৰা। যিয়ে নতুন নতুত কন্টেন্ট ক্ৰিয়েটৰসকলক আগবাঢ়ি যোৱাটো সহায় কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24asom live 24 newsfacebookmeta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

April 9, 2026
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
প্ৰযুক্তি

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 9, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
Next Post
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ... এয়া কি ৰোগৰ লক্ষণ?

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.