• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ কিছুসময়ৰ বাবে মাইক্ৰছফ্ট থমকি ৰওঁতেই বিশ্বজুৰি হৈ চৈ, নেপথ্যত ক্ৰাউডষ্ট্ৰাইক, কিন্তু কি এই ক্ৰাউডষ্ট্ৰাইক?

মাত্ৰ কিছুসময়ৰ বাবে মাইক্ৰছফ্ট থমকি ৰওঁতেই বিশ্বজুৰি হৈ চৈ, নেপথ্যত ক্ৰাউডষ্ট্ৰাইক, কিন্তু কি এই ক্ৰাউডষ্ট্ৰাইক?

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

6 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

7 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

8 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

9 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

10 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

10 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

11 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

11 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

12 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

12 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

মাত্ৰ কিছুসময়ৰ বাবে মাইক্ৰছফ্ট থমকি ৰওঁতেই বিশ্বজুৰি হৈ চৈ, নেপথ্যত ক্ৰাউডষ্ট্ৰাইক, কিন্তু কি এই ক্ৰাউডষ্ট্ৰাইক?

মাত্ৰ কিছুসময়ৰ বাবে মাইক্ৰছফ্ট থমকি ৰওঁতেই বিশ্বজুৰি হৈ চৈ, নেপথ্যত ক্ৰাউডষ্ট্ৰাইক, কিন্তু কি এই ক্ৰাউডষ্ট্ৰাইক?

editor by editor
July 20, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
মাত্ৰ কিছুসময়ৰ বাবে মাইক্ৰছফ্ট থমকি ৰওঁতেই বিশ্বজুৰি হৈ চৈ, নেপথ্যত ক্ৰাউডষ্ট্ৰাইক, কিন্তু কি এই ক্ৰাউডষ্ট্ৰাইক?
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাইক্ৰছফট উইণ্ডজত প্ৰযুক্তিগত সমস্যাই দেখা দিছিল সমগ্ৰ বিশ্বত৷ নীলা হৈ পৰিছিল কম্পিউটাৰ-লেপটপৰ স্ক্ৰীণ৷ ৰিষ্টাৰ্ট কৰিও চলা নাছিল কম্পিউটাৰ লেপটপসমূহ৷ ইয়াৰ ফলত বেংকিঙৰ পৰা আৰম্ভ কৰি বিমান পৰিসেৱা সকলোবোৰেই ব্যাহত হৈ পৰিছিল৷ মাইক্ৰছফটৰ প্ৰযুক্তিগত ত্ৰুটিৰ ধাক্কা সকলোতকৈ বেছি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ওপৰত পৰিছে৷ ভাৰততো ইয়াৰ প্ৰভাৱ নপৰা নহয়৷

কিন্তু কেনেকৈ হঠাৎ ক্ৰেছ হৈছিল এই বহুজাতিক তথ্য প্ৰযুক্তি সংস্থাৰ চিষ্টেম সেই বিষয়টোক লৈ অব্যাহত আছে চৰ্চা৷ নেপথ্যত কোনো বৃহৎ ষড়যন্ত্ৰ আছে নেকি সেই বিষয়টোও চৰ্চালৈ আহিছে৷ ঘটনাৰ কিছুসময়ৰ পাছতেই বিশেষ বিবৃতি প্ৰকাশ কৰে মাইক্ৰছফ্টে৷ সংস্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি ক্ৰউডষ্ট্ৰাইক আপডেট হোৱাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছিল৷ এতিয়া প্ৰশ্ন হয়, এই ক্ৰাইডষ্ট্ৰাইক কি? এয়া প্ৰকৃতপক্ষে এটা ছাইবাৰ ছিকিউৰিটি প্লেটফৰ্ম৷ যি মাইক্ৰছফ্ট ব্যৱহাৰকাৰীক সুৰক্ষা দি থাকে৷ এই প্লেটফৰ্মটোত আছে চিংগল চেঞ্চৰ আৰু ইউনিফায়েড থ্ৰেড ইণ্টাৰফেছ৷

ইউনিফা়য়েড থ্ৰেড ইণ্টাৰফেচৰ মাধ্যমেৰে নানান ধৰণৰ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি আইডেনটিটি থ্ৰেট ৰখোৱাৰ কাম কৰে ক্ৰাউডট্ৰাইকে৷ সহজ কথাত ক’বলৈ গ’লে ছাইবাৰ এটাক হ’লে চিষ্টেম যাতে হেক নহয় তাৰ নিৰাপত্তা প্ৰদান কৰে এই ছিকিউৰিটি প্লেটফৰ্মে৷ যাৰ বাবে মাইক্ৰছফ্ট উইণ্ডোজৰ গ্ৰাহকৰ সংখ্যাও যথেষ্ট বেছি৷ আন্তৰ্জাতিক সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি প্ৰযুক্তিগত ত্ৰুটিৰ কাৰণে ক্ৰাউডষ্ট্ৰাইকৰ ফেলকন চেঞ্চৰত খেলিমেলিয়ে দেখা দিছিল যাৰ ফলত মাইক্ৰছফ্টৰ উইণ্ডোজত৷

সমস্যাৰ কথা স্বীকাৰ কৰিছে ক্ৰাউডষ্ট্ৰাইক কৰ্তৃপক্ষই৷ পৰিসেৱা স্বাভাৱিক কৰিবলৈ যুদ্ধকালীনভাৱে কাম কৰিছিল টীমে৷ শুকুৰবাৰে পুৱা মাইক্ৰছফ্ট উইণ্ডোজে কাম কৰা বন্ধ কৰাৰ লগে লগেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল একাধিক পোষ্ট৷ কম্পিউটাৰ-লেপটপ খুলিলেই স্ক্ৰিনৰ ওপৰত ফুটি উঠিছিল একাধিক লেখা৷ ইয়োৰ ডিভাইছ ৰান ইনটু এ প্ৰৱলেম এণ্ড নিডছ টু ৰিষ্টাৰ্ট৷ উই আৰ জাষ্ট কালেক্টিং ছাম এৰৰ ইনফো, এণ্ড দেন ইউ উইল ৰিষ্টাৰ্ট ইট ফৰ ইউ৷’

প্ৰযুক্তিবিদসকলৰ কথাত ইয়াৰ নাম ‘ব্লু স্ক্ৰিণ অফ ডেথ৷’ ইয়াত বাৰে বাৰে ৰিষ্টাৰ্ট হৈ থাকে চিষ্টেমটো৷ ফলত এটা সময়ত ক্ৰেছ হৈ যাব পাৰে৷ ইয়াৰ সৈতে উৰিও যাব পাৰে যাৱতীয় আনছেভ ডেটা৷ শুকুৰবাৰে মাইক্ৰছফ্টৰ চিষ্টেমৰ এই সমস্যাই সকলোতকৈ বেছি প্ৰভাৱ পেলাইছিল উৰণ সেৱাত৷ বাতিল হৈ পৰিছিল এখনৰ পাছত আনখন বিমান৷ কেৱল সেয়াই নহয় বহু স্থানতেই বাধ্য হৈ হাতেৰে বোৰ্ডিং পাছৰ বিলিং কৰাও দেখা গৈছে সামাজিক মাধ্যমৰ পোষ্টত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
আগষ্ট মাহ মেষৰ বাবেই… ধন লাভৰ যোগ আছে যদিও ব্যয়ে পেলাব চিন্তাত, জানক কেনে হ’ব মেষৰ দিন?

আগষ্ট মাহ মেষৰ বাবেই... ধন লাভৰ যোগ আছে যদিও ব্যয়ে পেলাব চিন্তাত, জানক কেনে হ’ব মেষৰ দিন?

শাওনতেই কৰক এই ৫কাম, সংসাৰৰ অশান্তি দূৰ হ’ব খাটাং

শাওনতেই কৰক এই ৫কাম, সংসাৰৰ অশান্তি দূৰ হ’ব খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.