• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পদিনাৰ ব্যৱহাৰ কৰি গৰমৰ পৰা ৰক্ষা কৰক চুলিক, লগতে পাওক চমৎকাৰ উপকাৰিতা

পদিনাৰ ব্যৱহাৰ কৰি গৰমৰ পৰা ৰক্ষা কৰক চুলিক, লগতে পাওক চমৎকাৰ উপকাৰিতা

2 years ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

31 minutes ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

2 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

2 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

3 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

4 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

4 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

5 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

6 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

7 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

19 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পদিনাৰ ব্যৱহাৰ কৰি গৰমৰ পৰা ৰক্ষা কৰক চুলিক, লগতে পাওক চমৎকাৰ উপকাৰিতা

editor by editor
March 30, 2024
in জীৱনশৈলী, ফেশ্বন, স্বাস্থ্য
0
পদিনাৰ ব্যৱহাৰ কৰি গৰমৰ পৰা ৰক্ষা কৰক চুলিক, লগতে পাওক চমৎকাৰ উপকাৰিতা
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পদিনাৰ ব্যৱহাৰ কৰি গৰমৰ পৰা ৰক্ষা কৰক চুলিক, লগতে পাওক চমৎকাৰ উপকাৰিতা

পদিনা কেৱল স্বাস্থ্যৰ উপকাৰিতা কৰাই নহয়, ই সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰতো বহু সহায়ক। ছালৰ বাবে যিদৰে ই বহু উপকাৰ তেনেদৰে চুলিৰ বাবেও ই বহু উপকাৰী ঔষধী।

পদিনাত এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণ থাকে যিয়ে মূৰৰ ছালৰ বাবে ফলপ্ৰসূভাৱে কাম কৰে। পদিনাৰ পেক বনাই ব্যৱহাৰ কৰিলে চুলি পুনৰ গজাত সহায় কৰিব পাৰে। কিন্তু চুলিৰ বাবে পদিনা সঠিকভাৱে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। গতিকে, পদিনাৰে চুলিৰ পেক কেনেকৈ বনাব পাৰি, চুলিত কেতিয়া আৰু কিমান সময়ত লগাব লাগে জানো আহক।

চুলিৰ বাবে পদিনাৰ পেক কেনেকৈ বনাব?
চুলিৰ বাবে পেক বনাবলৈ প্ৰথমে পদিনা পাত ভালদৰে ধুই লৈ তাত কিছু লং আৰু মেথি গুটি দি পেষ্ট বনাই লওক। সেই পেষ্টত এলোভেৰা দি ভালদৰে মিক্স কৰক। তাৰ পিছত এই পেষ্ট চুলিত লগাব। ই আপোনাৰ চুলিৰ ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই আপোনাৰ চুলিৰ ছিদ্ৰবোৰ পৰিষ্কাৰ কৰে, যিয়ে চুলিক পুষ্টি প্ৰদান কৰে আৰু চুলিৰ বৃদ্ধিত সহায় কৰে।

আৰু কি কি উপকাৰিতা আছে-
১/ উফিত ফলপ্ৰসূ
পদিনাৰ পেক লগালে উফি কমাবলৈ বহু উপকাৰী। ই আচলতে মূৰৰ ছালত জমা হোৱা মলি পৰিষ্কাৰ কৰে আৰু উফি কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও এই হেয়াৰ পেকে চুলিৰ ছিদ্ৰবোৰ পৰিষ্কাৰ কৰে য’ত মলি জমা হ’লে চুলিয়ে পুষ্টি নাপায় আৰু চুলিৰ ভিতৰৰ পৰা ক্ষতি হ’বলৈ আৰম্ভ কৰে আৰু সৰি পৰে।

২) মূৰৰ ছাল ঠাণ্ডা কৰি ৰাখে
পদিনা চুলিৰ পেকে মূৰৰ ছালখন ঠাণ্ডা কৰি ৰখাত ফলপ্ৰসূভাৱে কাম কৰে। ই মূৰৰ ছালত ৰক্ত সঞ্চালন ত্বৰান্বিত কৰে আৰু অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস কৰে। যিয়ে চুলিৰ শ্ৰী বৃদ্ধিত সহায় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BeautyBeauty Benefitbeauty tipsMIntMint benefitPudinaPudina benefit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

March 21, 2026
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!
জীৱনশৈলী

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

March 21, 2026
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল
জীৱনশৈলী

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

March 21, 2026
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

March 21, 2026
Next Post
জানেনে মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখলকাৰী বিশ্বৰ প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ

জানেনে মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখলকাৰী বিশ্বৰ প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ

পাৰবিন বাবীক চাবলৈ আহি ভাৰতীয় চিনেমাৰ অভিনেতা হৈ ৰৈ যায় অষ্ট্ৰেলিয়াৰ ইঞ্জিনিয়াৰ

পাৰবিন বাবীক চাবলৈ আহি ভাৰতীয় চিনেমাৰ অভিনেতা হৈ ৰৈ যায় অষ্ট্ৰেলিয়াৰ ইঞ্জিনিয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.