• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আৰু সহ্য নহয়, মই আপোনাৰ ওপৰত বোজ হ’ব নিবিচাৰো’- ৰিধান্যাৰ জীৱনৰ শেষ ৭ টা হোৱাটছএপ বাৰ্তা পিতৃলৈ

‘আৰু সহ্য নহয়, মই আপোনাৰ ওপৰত বোজ হ’ব নিবিচাৰো’- ৰিধান্যাৰ জীৱনৰ শেষ ৭ টা হোৱাটছএপ বাৰ্তা পিতৃলৈ

9 months ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

5 minutes ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

36 minutes ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

55 minutes ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

2 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

2 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

3 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

4 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

4 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

21 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

22 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

22 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘আৰু সহ্য নহয়, মই আপোনাৰ ওপৰত বোজ হ’ব নিবিচাৰো’- ৰিধান্যাৰ জীৱনৰ শেষ ৭ টা হোৱাটছএপ বাৰ্তা পিতৃলৈ

editor by editor
July 1, 2025
in বিবিধ, ভাৰত
0
‘আৰু সহ্য নহয়, মই আপোনাৰ ওপৰত বোজ হ’ব নিবিচাৰো’- ৰিধান্যাৰ জীৱনৰ শেষ ৭ টা হোৱাটছএপ বাৰ্তা পিতৃলৈ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘আৰু সহ্য নহয়, মই আপোনাৰ ওপৰত বোজ হ’ব নিবিচাৰো’- জীৱনৰ শেষ ৭ টা হোৱাটছএপ বাৰ্তা ৰিধান্যাৰ

বিয়া হোৱাৰ পাছত নতুন সংসাৰ লৈ বহু সপোন দেখে বহু ছোৱালীয়ে। কিন্তু ভাৰতীয় বিয়াৰ আজি পৰ্যন্ত অন্ত নপৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে হাৰ মাৰি শেষত নিজকে শেষ কৰি দিয়াৰ ঘটনাই বাৰে বাৰে দখল কৰি আহিছে শিৰোনাম।

এফালে যদি পৰকীয়া প্ৰেমৰ বাবে পত্নীৰ স্বামীক হত্যা, আনফালে আকৌ যৌতুকৰ বাবে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি পত্নীৰ আত্মহত্যা।

এইবাৰ তামিলনাডুৰ পৰা পোহৰলৈ আহিছে এক অতিকে শোকাৱহ ঘটনা। বিবাহৰ মাথো ২ টা মাহৰ পাছতে জীৱন শেষ কৰি দিয়া ৰিধান্যাই। স্বামীৰ আৰু শাহু-শহুৰৰ মানসিক আৰু শাৰিৰীক অত্যাতাৰ সহিব নোৱাৰি বাচি লয় চূড়ান্ত সিদ্ধান্ত।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ৰিধান্যাৰ পিতৃয়ে আঢ়ৈ কোটি টকা খৰচ কৰি কন্যা ৰিধান্যাৰ বিবাহ কবিন কুমাৰৰ সৈতে সম্পন্ন কৰিছিল। বিবাহত কবিন কুমাৰৰ পৰিয়ালে চৰ্ত ৰাখিছিল ৩০০ সোণৰ মুদ্ৰা, বিলাসী বাহন আৰু বহুতো কিবা কিবি।

ৰিধান্যাৰ পিতৃয়ে চৰ্ত সাপেক্ষে জোঁৱাই কবিন কুমাৰৰ হাতত তুলি দিছিল ৭০ লাখ টকীয়া বিলাসী বাহন। কিন্তু কিছু অৰ্থৰ অভাৱত ৩০০ সোণৰ মুদ্ৰাৰ সলনি দিছিল ১০০ মুদ্ৰা। লগতে কৈছিল কিছু দিনৰ ভিতৰতে অন্য় ২০০ মুদ্ৰা কবিনৰ হাতত দিব।

কিন্তু বিয়া হৈ যোৱাৰ পাছত ১০ দিনৰ পাছৰে পৰা কবিনে পত্নী ৰিধান্যাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে। সহ্য কৰিব নোৱাৰি ১৫ দিনৰ দিনা পিতৃ ঘৰলৈ উভতি আহে, কিন্তু শাহুৱে পুনৰ আহি উভতাই নিয়ে ৰিধান্যাক।

কিন্তু উভতাই নিয়াৰ পাছত আৰু অধিক মানসিক আৰু শাৰীৰিক অত্যাচাৰ আৰম্ভ হয় ৰিধান্যাৰ ওপৰত। সেয়ে শেষত মন্দিৰলৈ যাম বুলি ঘৰৰ পৰা ওলাই আহি বিষ পান কৰে ৰিধান্যাই। কিন্তু বিষ পানৰ পূৰ্বে হোৱাটছএপত পিতৃলৈ বুলি প্ৰেৰণ কৰি জীৱনৰ ৭ টা শেষ বাৰ্তা।

সেই ৭ টা বাৰ্তাতেই ৰিধান্যাই লিখি যায় স্বামী আৰু পৰিয়ালৰ অত্যাচাৰৰ কথা। লগতে লিখে ঘৰলৈ উভতি গৈ পিতৃৰ ওপৰত পুনৰ বোজা হ’ব নিবিচাৰে।

এই সমস্ত কথা পোহৰলৈ অহাৰ পাছতে আৰক্ষীৰ কাষ চাপে দুৰ্ভগীয়া পিতৃ। আৰক্ষীয়ে সকলো প্ৰমাণৰ ভিত্তিত আটক কৰে অভিযুক্ত পৰিয়ালক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dowry CaseTamil Nadu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
২৬ জুলাইলৈ ৩ ৰাশিৰ ৰাজভোগ, শুক্ৰৰ ট্ৰেনিজিতৰ বাবে ত্ৰিকোন আৰু মালব্য ৰাজযোগ

২৬ জুলাইলৈ ৩ ৰাশিৰ ৰাজভোগ, শুক্ৰৰ ট্ৰেনিজিতৰ বাবে ত্ৰিকোন আৰু মালব্য ৰাজযোগ

৩ বছৰত ১৭ খনকৈ হিট চিনেমা, আজিলৈ অক্ষত সেই ৰেকৰ্ড, বলীউডৰ প্ৰথম ছুপাৰষ্টাৰ আখ্যা

৩ বছৰত ১৭ খনকৈ হিট চিনেমা, আজিলৈ অক্ষত সেই ৰেকৰ্ড, বলীউডৰ প্ৰথম ছুপাৰষ্টাৰ আখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.