• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

2 years ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

36 minutes ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

1 hour ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

2 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

3 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

4 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

5 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

6 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

7 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

editor by editor
August 23, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?
0
SHARES
225
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭ঘণ্টীয়া যাত্ৰাৰে ইউক্ৰেইনৰ কিয়েভত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কিয়েভত উপস্থিত হৈয়েই জেলেনস্কিৰ সৈতে নেশ্ব্যনেল মিউজিয়াম অফ হিষ্ট্ৰীত ৰুছ আক্ৰমণত নিহত শিশুসকলৰ স্মৃতিসৌধলৈ গৈছে নৰেন্দ্ৰ মোদী৷ তাতেই ইউক্ৰেইনৰ প্ৰেছিডেণ্ট ভলোডিমিৰ জেলেনস্কিৰ কান্ধত হাত থৈ খোজ দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী পুটিনে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ডৰ পৰা ৰাজধানী ৱাৰেশৰ পৰা ১০ ঘণ্টীয়া ৰে’লযাত্ৰা কৰি শুকুৰবাৰে পুৱাই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত উপস্থিত হৈছে৷ যুদ্ধৰ পৰিস্থিতিত ইউক্ৰেইনৰ আকাশ নিৰাপদ নহয় বুলিয়েই প্ৰধানমন্ত্ৰীয়ে এই ৰে’লযাত্ৰাৰ সিদ্ধান্ত হৈছে৷ ৱাৰেশৰ দৰে কিয়েভতো মোদীক স্বাগত জনাবলৈ প্ৰৱাসী ভাৰতীয়ই ভিৰ কৰাও পৰিলক্ষিত হয়৷

হোটেলত উপস্থিত হৈ প্ৰায় আধাঘণ্টাৰ পাছতেই মোদীয়ে গান্ধীমূৰ্তিত গৈ শ্ৰদ্ধা অৰ্পণ কৰে৷ তাত থকা প্ৰৱাসী ভাৰতীয়ক উদ্দেশ্যি মোদীয়ে কয়, ‘ভাৰতৰ অৱস্থান পৰিষ্কাৰ, এইয়া যুদ্ধৰ সময় নহয়৷ আমি সকলোৱে ঐক্যবদ্ধভাৱে মানৱতাৰ এই সংকটক দূৰ কৰিব লাগিব৷’

জেলেনস্কিৰ সৈতে সাক্ষাৎপৰ্বত কৰমৰ্দনৰ ওপৰিও আছিল মোদীসুলভ আলিংগনো৷ তেওঁলোক দুয়ো একেলগে নেশ্ব্যনেল মিউজিয়াম অফ হিষ্ট্ৰীত যায়৷ তাতেই মাল্টিমিডিয়া মাৰ্টিৰোলজিষ্ট এক্সপোজিশ্ব্যন যুদ্ধত নিহত শিশুসকলৰ ছবি আৰু স্মৃতিসৌধ আছে৷ এই স্থানৰ পৰা উলোটি গৈ দুই ৰাষ্ট্ৰনেতাই বৈঠকতো বহিছে৷ প্ৰসংগত ১৯৯১ চনৰ পাছত এই প্ৰথম ভাৰতৰ কোনো এজন প্ৰধানমন্ত্ৰী ইউক্ৰেইনলৈ যায়৷ চলিত বছৰ ৮ জুলাইত ভ্লাডিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লৈ ৰাছিয়া যাত্ৰা কৰে মোদীয়ে৷ কূটনৈতিক ক্ষেত্ৰত ভাৰসাম্যৰ বাৰ্তা দি এইবাৰ ৰাছিয়াৰ শত্ৰু দেশত ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত হোৱাক লৈ চলিছে বহু চৰ্চাও৷

কূটনৈতিক ক্ষেত্ৰত ভাৰসাম্যৰ বাৰ্তা দিছে এইবাৰ ৰাছিয়াৰ শত্ৰু দেশলৈ গৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী৷ সমালোচকে অৱশ্যেই কৈছে, আমেৰিকাসহ পশ্চিমী দুনীয়াক সন্তুষ্ট কৰিবলৈকে এই যাত্ৰা৷ তাৎপৰ্যপূৰ্ণভাৱে মোদীৰ ইউক্ৰেইন যাত্ৰাৰ পূৰ্বে বৃহস্পতিবাৰে নিশাৰ পৰা ইউক্ৰেইন জুৰি ধাৰাবাহিক ড্ৰোন আক্ৰমণ কৰে ৰাছিয়াই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!
বাণিজ্য

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
Next Post
ভয়তে নিচ্ছুপ হৈ আছিল এখন চহৰ! ৩২ বছৰ পূৰ্বৰ এই ঘটনাক লৈ আজিও কিয় কঁপি উঠে অজমেৰবাসী?

ভয়তে নিচ্ছুপ হৈ আছিল এখন চহৰ! ৩২ বছৰ পূৰ্বৰ এই ঘটনাক লৈ আজিও কিয় কঁপি উঠে অজমেৰবাসী?

পত্নীক উপহাৰ দিব বিলাসবহুল প্ৰাসাদ, সোনাক্ষীয়ে কিয় বিক্ৰি কৰিলে নিজৰ বান্দ্ৰাস্থিত এপাৰ্টমেণ্ট?

পত্নীক উপহাৰ দিব বিলাসবহুল প্ৰাসাদ, সোনাক্ষীয়ে কিয় বিক্ৰি কৰিলে নিজৰ বান্দ্ৰাস্থিত এপাৰ্টমেণ্ট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.