• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিউম’নিয়া কি? নিউম’নিয়া কেইপ্ৰকাৰৰ আৰু লক্ষণসমূহ কি কি?

নিউম’নিয়া কি? নিউম’নিয়া কেইপ্ৰকাৰৰ আৰু লক্ষণসমূহ কি কি?

3 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

5 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

6 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

6 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

7 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

7 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

8 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

8 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

9 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

10 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

11 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

11 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিউম’নিয়া কি? নিউম’নিয়া কেইপ্ৰকাৰৰ আৰু লক্ষণসমূহ কি কি?

editor by editor
July 11, 2023
in বিবিধ, স্বাস্থ্য
0
নিউম’নিয়া কি? নিউম’নিয়া কেইপ্ৰকাৰৰ আৰু লক্ষণসমূহ কি কি?
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিউম’নিয়াৰ নাম নুশুনা বা নজনা মানুহ হয়তো নায়েই। বছৰি বহুসংখ্যক লোকেই নিউম’নিয়াত আক্ৰান্ত হয়। শিশুৰ পৰা বয়স্ক ব্যক্তি পৰ্যন্ত কোনো এই ৰোগৰ কবলৰ পৰা সাৰিব নোৱাৰে। মূলতঃ হাওঁফাওঁকেন্দ্ৰিক এই ৰোগবিধৰ বিষয়ে বিশদভাৱে জানেনে? নিউম’নিয়া ৰোগবিধ হৈছে এবিধ সংক্ৰমণ, যি সংক্ৰমণৰ ফলত মানুহৰ হাওঁফাওঁৰ বায়ু জমা হোৱা ফোপালা অংশবোৰ ফুলিবলৈ ধৰে। সংক্ৰমণৰ ফলত আক্ৰান্ত ব্যক্তিজনৰ কাঁহ, কফ, জ্বৰ, কঁ‌পনি উঠা আৰু উশাহ লোৱাত কষ্ট পৰ্যন্ত হ’ব পাৰে। বিভিন্ন প্ৰকাৰৰ জীৱ-অণুজীৱ যেনে, বেক্টৰীয়া, ভাইৰাছ আদিয়ে মানৱদেহত প্ৰবেশ কৰা বা আক্ৰমণ কৰাৰ ফলতেই মানুহ এজন নিউম’নিয়া ৰোগত আক্ৰান্ত হয়। নিউম’নিয়া ৰোগৰ প্ৰাবল্য বা মাত্ৰা মৃদু পৰ্যায়ৰ পৰা প্ৰাণঘাতী পৰ্যায় পৰ্যন্ত যাব পাৰে। এই ৰোগৰ ভয়াৱহতা আটাইতকৈ বেছি হয়, কেঁচুৱাৰ পৰা শিশু, বয়স্ক ব্যক্তি, যিসকলৰ বয়স ৬৫বছৰৰ উৰ্দ্ধত আৰু যিসকল লোকৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা দুৰ্বল। বৰ্তমান সময়ত ক’ভিডত আক্ৰান্ত ৰোগীৰো নিউম’নিয়া হোৱাৰ সম্ভাৱনা থাকে।

নিউম’নিয়া কেইবা প্ৰকাৰৰ আছে। এই প্ৰকাৰ কেইবিধ হৈছে

১. কমিউনিটি একুয়াৰ্ড নিউম’নিয়া (Community acquired pneumonia)

আটাইতকৈ বেছিকৈ হোৱা নিউম’নিয়া হৈছে এইবিধ নিউম’নিয়া। ‘ষ্ট্ৰেপ্ট’কাছ নিউম’নিয়া’, মাইক্ৰ’প্লাজমা, ছত্ৰক আদি বেক্টেৰীয়াৰ পৰা এইবিধ নিউম’নিয়া হয়। বা যিসকল লোকৰ দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা দুৰ্বল হয়, সেইসকল লোকো এইবিধ নিউম’নিয়াত আক্ৰান্ত হ’ব পাৰে।

২. হস্পিটেল একুয়াৰ্ড নিউম’নিয়া (Hospital acquired pneumonia)

এইবিধ নিউম’নিয়া আকৌ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ ফলস্বৰূপে হয়। অৰ্থাৎ কোনো এজন ব্যক্তি যদিহে আন যিকোনো ৰোগত আক্ৰান্ত হৈ হস্পিটেলত ভৰ্তি হৈ আছে (বিশেষকৈ আই চি ইউ ত), শ্বাস-প্ৰশ্বাসৰ বাবে যদিহে ৰোগীজনক ভেন্টিলেটৰ দি ৰখা হৈছে, তেনে ক্ষেত্ৰত সেই ৰোগীজন এইবিধ নিউম’নিয়াত আক্ৰান্ত হ’ব পাৰে। আন প্ৰকাৰৰ নিউম’নিয়াৰ তুলনাত এইবিধ বেছি জটিল আৰু গম্ভীৰ হয়। কাৰণ আক্ৰান্ত হোৱা ব্যক্তিজন ইতিমধ্যেই আন ৰোগত ভূগি দুৰ্বল হৈয়েই আছে, তেনেস্থলত পুনৰ নিউম’নিয়াত আক্ৰান্ত হ’লে নিশ্চয়কৈ তেওঁ‌ৰ অৱস্থা আৰু বেছি বেয়ালৈ ঢাল খাব। লগতেই এইবিধ নিউম’নিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা এন্টিবায়’টিকৰ প্ৰতি প্ৰতিৰোধী ক্ষমতাও বেছি হয়।

৩. হেলথ্ কেয়াৰ একুয়াৰ্ড নিউম’নিয়া (Health care acquired pneumonia)

বহু মানুহৰে এনে কিছুমান ৰোগ থাকে, যাৰ বাবে তেওঁ‌ সঘনাই কোনো বাহ্যিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসা সেৱা প্ৰতিষ্ঠানলৈ সঘনাই যাব লগা হয়। যেনে ধৰক— বৃক্কৰ সমস্যাৰ বাবে ডায়েলাইছিছ আদি কৰোৱা। এনেবোৰ প্ৰতিষ্ঠানলৈ সঘনাই কৰা আহ-যাহৰ ফলতো এজন ৰোগী নিউম’নিয়াত আক্ৰান্ত হ’ব পাৰে। এইক্ষেত্ৰতো নিউম’নিয়াই জটিল ৰূপ ল’ব পাৰে।

৪. এছপিৰেচন নিউ’নিয়া (Aspiration pneumonia)

কোনো বিশেষ খাদ্য, পানীয় আদিৰ গোন্ধ উশাহত উজাই লোৱাৰ ফলত, বমি বা দূৰ্ঘটনা আদিত পতিত হৈ হাওফাওক প্ৰভাৱান্বিত কৰাৰ ফলত এইবিধ নিউম’নিয়া হয়। নিউম’নিয়া আক্ৰান্ত ৰোগী এজনৰ শাৰীৰিক লক্ষণসমূহলৈ। অৰ্থাৎ যিকোনো এজন ব্যক্তি নিউম’নিয়াত আক্ৰান্ত হ’লে তেওঁ‌ৰ দেহত কি কি লক্ষণে দেখা দিয়ে। অৱশ্যেই ৰোগীজনৰ বয়স আৰু সামগ্ৰিক স্বাস্থ্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এই লক্ষণসমূহৰ প্ৰাবল্য মৃদুৰ পৰা জটিল হ’ব পাৰে৷

উশাহ লওঁ‌তে বা কাহিলে বুকুত বিষ অনুভৱ কৰা৷

৬৫ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত মানসিক সমস্যাৰ সৃষ্টি হোৱা, যেনে— বিমোৰত পৰা বা মানসিক

সতৰ্কতাৰ দিশত খেলিমেলি লগা৷

কফৰ সৃষ্টি হোৱাকৈ কাহ হোৱা৷

সকলো সময়তে অৱসাদ বা ভাগৰুৱা অনুভৱ কৰা৷

জ্বৰ, ঘামিজামি যোৱা আৰু কঁ‌পনি উঠাবিধৰ ঠাণ্ডা লগা৷

বয়স্ক ব্যক্তিসকল আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল ব্যক্তিসকলৰ ক্ষেত্ৰত দেহৰ স্বাভাৱিক তাপমাত্ৰাতকৈ কম তাপমাত্ৰা থকা৷

ওকালি ভাব, বমি বা ডায়েৰিয়া হোৱা৷

উশাহ চুটি হোৱা বা উশাহ লোৱাত সমস্যা হোৱা।

এই লক্ষণসমূহ দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী। আৰু লগতেই যদিহে বুকুৰ বিষ, উশাহত সমস্যা, একেলেথাৰিয়ে উঠি থকা আৰু ১০২ ডিগ্ৰীতকৈ বেছি জ্বৰ, কাহ আৰু কাহত খেকাৰ বাহিৰ হোৱা অব্যাহত থাকে, তেন্তে আপুনি তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চাপক। লগতেই বয়সস্থ ব্যক্তি বা যাৰ হৃদপিণ্ড অথবা হাওফাওৰ সমস্যা আছে, তেনে ব্যক্তিৰ ক্ষেত্ৰত নিউম’নিয়া অতি সহজেই প্ৰাণঘাতী হৈ পৰিব পাৰে।

আন কি কি জটিলতা আহি পৰিব পাৰে?

যদিহে বেক্টেৰীয়াবিধ তেজত মিহলি হৈ পৰে, তেতিয়া ৰোগৰ সংক্ৰমণ দেহৰ আন আন অংগলৈয়ো বিয়পি পৰিব পাৰে, যাৰফলত আন অংগ বিকল হৈ পৰিব পাৰে।
উশাহ লোৱাত জটিলতা ইত্যাদি।
নিউম’নিয়া নহ’বৰ বাবে আপুনি নিউম’নিয়া প্ৰতিৰোধী ভেকচিন ল’ব পাৰে, যিমান পাৰি চাফ-চিকুনতা বজাই চলিব লাগে, ধূম্ৰপান নকৰিব আৰু নিজৰ দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাক যিমান পাৰি শক্তিশালী কৰি ৰখাৰ দিশত গুৰুত্ব দিব লাগে।

নিউম’নিয়াৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে চিকিৎসাৰ ব্যৱস্থা কৰে। ৰোগীজন কিমান বেছি ৰোগগ্ৰস্ত, ৰোগীৰ বয়স, আন কিবা বেলেগ ৰোগ আছে নেকি এইবোৰ দিশলৈ লক্ষ্য ৰাখি চিকিৎসকে পৰ্যাপ্ত চিকিৎসা আগবঢ়ায়। এই ৰোগৰ চিকিৎসাৰ মূল লক্ষ্য হৈছে, ৰোগৰ সংক্ৰমণ ৰোধ কৰি জটিলতাসমূহক বাধা প্ৰদান কৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
টাটা বনাম হুণ্ডাই! কোনখন SUVৰ সুৰক্ষা ৰেটিং উন্নত? কোনখনত পাব সৰ্বাধিক ফিছাৰ?

টাটা বনাম হুণ্ডাই! কোনখন SUVৰ সুৰক্ষা ৰেটিং উন্নত? কোনখনত পাব সৰ্বাধিক ফিছাৰ?

১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা! কচিং অবিহনেই UPSCত নৱম ৰেংক ল’লে সৌম্যই, সৌম্য শর্মাৰ সফলতাৰ কাহিনী জানেনে?

১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা! কচিং অবিহনেই UPSCত নৱম ৰেংক ল’লে সৌম্যই, সৌম্য শর্মাৰ সফলতাৰ কাহিনী জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.