• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩২তেই সামৰিলে জীৱন নাট, হঠাৎ চিৰবিদায় মাগিলে বলীউড ডিভা পুনম পাণ্ডেই

৩২তেই সামৰিলে জীৱন নাট, হঠাৎ চিৰবিদায় মাগিলে বলীউড ডিভা পুনম পাণ্ডেই

2 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

6 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

6 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

8 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

8 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

9 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

10 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

11 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

12 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

12 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

12 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩২তেই সামৰিলে জীৱন নাট, হঠাৎ চিৰবিদায় মাগিলে বলীউড ডিভা পুনম পাণ্ডেই

editor by editor
February 2, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
৩২তেই সামৰিলে জীৱন নাট, হঠাৎ চিৰবিদায় মাগিলে বলীউড ডিভা পুনম পাণ্ডেই
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডৰ হট ডিভা পুনম পাণ্ডে। বেছ কিছু হিন্দী ছবিত কাম কৰিছে পুনমে। বল্ড অৱতাৰেৰে ডাঙৰ পৰ্দাত কামো কৰিছে পুনমে। অৱশ্যে ৰূপালী পৰ্দাৰ পৰা নিজকে কিছুসময় ধৰি আঁতৰাই ৰাখিছিল পুনমে। ৰূপালী পৰ্দাৰ পৰা আঁতৰি থাকিলেও সামাজিক মাধ্যমত খুবেই সক্ৰিয় হৈ আছিল পুনম। দৈনিক ৰীল বনোৱাকে ধৰি বিভিন্ন ভিডিঅ’ শ্বেয়াৰ কৰি আহিছিল। কিন্তু ১ ফেব্ৰুৱাৰীত সকলো শেষ। অভিনেত্ৰীগৰাকীৰ মেনেজাৰে পুনমৰ ইনষ্টাগ্ৰাম প্রফাইলত এই মৃত্যু সংবাদ নিশ্চিত কৰিছে।

মেনেজাৰগৰাকীয়ে লিখিছে, ‘আজিৰ এই পুৱা আমাৰ বাবে খুবেই কঠিন। অত্যন্ত দুঃখেৰে সৈতে জনাব বিচাৰিছো যে আমি পুনম পাণ্ডেক হেৰুৱাই পেলাইছো। তেওঁ কৰ্কটত আক্ৰান্ত হৈ আছিল। এই কঠিন সময়ত আমি অনুৰোধ জনাম যে কোনেও যাতে তেওঁক লৈ কোনো বিৰূপ মন্তব্য নকৰে। পুনমৰ আত্মাৰ শান্তি কামনা কৰক।’ পুনমৰ মৃত্যুৰ খবৰে সকলোকে আচম্বিতও কৰি তুলিছে। বহুতেই অবাক হৈ প্ৰশ্নও কৰিছে এই কথা সঁচানে? কোনো কোনোৱে আকৌ অভিনেত্ৰীগৰাকীৰ আত্মাৰ শান্তি কামনা কৰি লিখিছে, ওম শান্তি। শুক্ৰবাৰে পুৱা অপ্ৰত্যাশিতভাৱে অহা এই দুঃসংবাদে মন সেমেকাই তুলিছে পুনমৰ অনুৰাগীৰো।

https://www.instagram.com/p/C21T9Hcoobz/?utm_source=ig_web_copy_link

কেইটামান দিনৰ আগতে মুম্বাইৰ ৰাস্তাৰ পদপথৰ শিশুসকলৰ সৈতে দেখা গৈছিল পুনমক। ৩২ বছৰীয়া অভিনেত্ৰীগৰাকী জৰায়ুৰ কৰ্কটত আক্ৰান্ত হৈ আছিল বুলি জনাইছে পুনমৰ মেনেজাৰে। পুনমৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ পৰা এই খবৰত নিশ্চিতি প্ৰদান কৰিছে তেওঁৰ মেনেজাৰে। পুনমৰ মৃত্যুসংবাদক সামৰি ইতিমধ্যে নেট মাধ্যমত সৃষ্টি হৈছে চাঞ্চল্যও। এই খবৰক লৈ বহুতে সংশইয়ো ব্যক্ত কৰিছে।

নীলা ছবিৰ দুনীয়াৰ পৰা জনপ্ৰিয় তাৰকা হিচাপে পুনম পাণ্ডেৰ যাত্ৰা আৰম্ভ হৈছিল। ২০১৩ চনত নিছা ছবিৰ মাধ্যমেৰে বলীউডত অভিষেক ঘটিছিল। দ্যা জাৰ্নি অফ কৰ্মা, জিএছটি, মালিনী এণ্ড কোং, লভ ইজ পয়জনৰ দৰে একাধিক ছবিত কাম কৰিছে প্ৰয়াত অভিনেত্ৰীগৰাকীয়ে। পুনমে ফেয়াৰ ফেক্টৰ লকআপতো বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?
জীৱনশৈলী

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

January 16, 2026
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি
জীৱনশৈলী

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

January 16, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

January 16, 2026
Next Post
দান কৰাটো অতি শুভ, কিন্তু কেতিয়া কি দান কৰিব লাগে, কিমান পৰিমানে কৰিব লাগে? শাস্ত্ৰই কি কয়?

দান কৰাটো অতি শুভ, কিন্তু কেতিয়া কি দান কৰিব লাগে, কিমান পৰিমানে কৰিব লাগে? শাস্ত্ৰই কি কয়?

ৰাজনীতিৰ বোকাময় পথাৰ চাফা কৰিম…ৰূপালী পৰ্দাৰ হিৰ’ থলপতি বিজয়ে খুলিলে নতুন ৰাজনৈতিক দল

ৰাজনীতিৰ বোকাময় পথাৰ চাফা কৰিম...ৰূপালী পৰ্দাৰ হিৰ’ থলপতি বিজয়ে খুলিলে নতুন ৰাজনৈতিক দল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.