• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আলিয়া নহয়, অগ্নিসাক্ষী কৰি ৰণবীৰৰ বিয়া হৈছিল অন্য নাৰীৰ সৈতে! ৰণবীৰে কি ক’লে প্ৰথমা স্ত্ৰীৰ কথা?

আলিয়া নহয়, অগ্নিসাক্ষী কৰি ৰণবীৰৰ বিয়া হৈছিল অন্য নাৰীৰ সৈতে! ৰণবীৰে কি ক’লে প্ৰথমা স্ত্ৰীৰ কথা?

1 year ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

39 minutes ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

1 hour ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

14 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

14 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

14 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

15 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

16 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

16 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

18 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

19 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আলিয়া নহয়, অগ্নিসাক্ষী কৰি ৰণবীৰৰ বিয়া হৈছিল অন্য নাৰীৰ সৈতে! ৰণবীৰে কি ক’লে প্ৰথমা স্ত্ৰীৰ কথা?

আলিয়া নহয়, অগ্নিসাক্ষী কৰি ৰণবীৰৰ বিয়া হৈছিল অন্য নাৰীৰ সৈতে! ৰণবীৰে কি ক’লে প্ৰথমা স্ত্ৰীৰ কথা?

editor by editor
March 21, 2025
in জীৱনশৈলী, বিনোদন, ভাৰত, লেখা
0
আলিয়া নহয়, অগ্নিসাক্ষী কৰি ৰণবীৰৰ বিয়া হৈছিল অন্য নাৰীৰ সৈতে! ৰণবীৰে কি ক’লে প্ৰথমা স্ত্ৰীৰ কথা?
0
SHARES
773
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এসময়ত বলীউডৰ প্ৰায়সকল অভিনেত্ৰীৰেই তেওঁ ক্ৰাছ আছিল৷ বি টাউনৰ একাধিক প্ৰথম শাৰীৰ অভিনেত্ৰীৰ সৈতে সম্পৰ্কত বান্ধ খাইছিল ৰণবীৰ৷ অভিনয়ৰ ওপৰিও বাৰে বাৰে প্ৰেমৰ সম্পৰ্কৰ কাৰণেই তেওঁ সংবাদ শিৰোনামতো আহিছিল৷ কিন্তু সকলোকে এৰি ২০২২ চনত অভিনেত্ৰী আলিয়া ভাটৰ সৈতে ৰণবীৰে আৰম্ভ কৰিছে সুখৰ সংসাৰ৷ তেওঁলোকৰ বিবাহৰ কেইটামান মাহৰ পাছতেই আলিয়াই জন্ম দিছে কণমানি ৰাহাক৷ ৰাহা ৰণবীৰৰো খুবেই আদৰৰ সেই কথা ছবিয়েই প্ৰমাণ কৰে৷ বিভিন্ন সময়ত কন্যা ৰাহাৰ সৈতে কোৱালিটি টাইম কটাই ৰণবীৰে৷ আলিয়াতকৈ ৰণবীৰেই বেছিকৈ কন্যাৰ সৈতে খেলধেমালীও কৰে বুলি এক সাক্ষাৎকাৰত নিজেই কৈছে আলিয়াই৷ আলিয়াৰ পূৰ্বে ৰণবীৰে একাধিক প্ৰেমৰ সম্পৰ্কত থাকিলেও আলিয়াই ৰণবীৰৰ একমাত্ৰ পত্নী বুলি আমাৰ ধাৰণা৷ কিন্তু এই ধাৰণা মিছা, ৰণবীৰৰ আলিয়াৰ পূৰ্বেও এগৰাকী পত্নী আছে বুলি নিজেই জনাইছে ৰণবীৰে৷ অগ্নিসাক্ষী কৰি এই বিবাহ সম্পন্ন হৈছিল বুলিও এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে ৰণবীৰে৷ কিন্তু ৰণবীৰৰ প্ৰথমা স্ত্ৰী কোন? কাৰ সৈতে অগ্নিসাক্ষী কৰি বিয়া কৰাইছিল ৰণবীৰে?

ঘটনাটো সংঘটিত হোৱাৰ কেইবাটাও বছৰ পাৰ হৈছে৷ তেতিয়া সদ্য বলীউডত ভৰি দিছিল ৰণবীৰে৷ প্ৰথমৰ পৰাই ৰণবীৰৰ মহিলা অনুৰাগীৰ সংখ্যা আছিল অন্য তাৰকাতকৈ ঈৰ্ষণীয়৷ এগৰাকী মহিলা অনুৰাগী তেতিয়াই তেওঁৰ ঘৰৰ সন্মুখলৈ আহিছিল৷ ঘৰৰ মুল দুৱাৰৰ বাহিৰত তেওঁ যজ্ঞ পাতি পুৰোহিতক লৈ ৰণবীৰৰ ছবি হাতত লৈ অগ্নিক সাক্ষী কৰি বিয়া কৰায়৷ সম্প্ৰতি এক সাক্ষাৎকাৰত ৰণবীৰে নিজেই জনাই যে তেওঁ প্ৰথম স্ত্ৰীক কেতিয়াও দেখাই পোৱা নাই৷ ৰণবীৰে কয়, ‘যি সময়ত যুৱতীগৰাকীয়ে আমাৰ ঘৰৰ সন্মুখত বিবাহ কৰাইছিল তেতিয়া মই শ্বুটিংৰ বাবে বাহিৰত আছিলো৷ আমাৰ দাৰোৱানজনে সমগ্ৰ ঘটনাৰ বৰ্ণনা মোক দিছিল৷ বিয়াৰ পৰ্ব শেষ কৰি যুৱতীগৰাকীয়ে ঘৰৰ দুৱাৰত তিলক দি এথোপা ফুল মোলৈ এৰি গৈছিল৷ অৱশ্যে মোৰ প্ৰথমা স্ত্ৰীক আজিও মই চিনি নাপাও৷ দেখাও নাই৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 13, 2026
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
Next Post
শক্তি বাঢ়ি কৰ্কটলৈ আহিছে মঙ্গল! ৰঙা গ্ৰহৰ গোচৰত এপ্ৰিলত ৰাজভোগ কৰিব ৪ৰাশিয়ে

শক্তি বাঢ়ি কৰ্কটলৈ আহিছে মঙ্গল! ৰঙা গ্ৰহৰ গোচৰত এপ্ৰিলত ৰাজভোগ কৰিব ৪ৰাশিয়ে

এক গ্ৰাম বীৰ্যৰ দাম ৩ লাখ ৫০হাজাৰ! শুক্ৰাণু দান পেছা হৈ উঠিছে বহুজনৰ, জানি থওক নিয়ম

এক গ্ৰাম বীৰ্যৰ দাম ৩ লাখ ৫০হাজাৰ! শুক্ৰাণু দান পেছা হৈ উঠিছে বহুজনৰ, জানি থওক নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.