• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ পৰা আৰম্ভ আহাৰ গুপ্ত নৱৰাত্ৰি, দেৱীৰ আশীৰ্বাদত অক্টোবৰ পৰ্যন্ত সৌভাগ্যৰ শীৰ্ষত এই ৫ৰাশি

আজিৰ পৰা আৰম্ভ আহাৰ গুপ্ত নৱৰাত্ৰি, দেৱীৰ আশীৰ্বাদত অক্টোবৰ পৰ্যন্ত সৌভাগ্যৰ শীৰ্ষত এই ৫ৰাশি

9 months ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

15 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

16 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

17 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

18 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

18 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

19 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

19 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

20 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

21 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

21 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজিৰ পৰা আৰম্ভ আহাৰ গুপ্ত নৱৰাত্ৰি, দেৱীৰ আশীৰ্বাদত অক্টোবৰ পৰ্যন্ত সৌভাগ্যৰ শীৰ্ষত এই ৫ৰাশি

আজিৰ পৰা আৰম্ভ আহাৰ গুপ্ত নৱৰাত্ৰি, দেৱীৰ আশীৰ্বাদত অক্টোবৰ পৰ্যন্ত সৌভাগ্যৰ শীৰ্ষত এই ৫ৰাশি

editor by editor
June 26, 2025
in বিবিধ, ভাৰত, লেখা
0
আজিৰ পৰা আৰম্ভ আহাৰ গুপ্ত নৱৰাত্ৰি, দেৱীৰ আশীৰ্বাদত অক্টোবৰ পৰ্যন্ত সৌভাগ্যৰ শীৰ্ষত এই ৫ৰাশি
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৬ জুন শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে আহাৰৰ গুপ্ত নৱৰাত্ৰি৷ এই নৱৰাত্ৰি চলিব ৪ জুলাই ২০২৫ শুকুৰবাৰ পৰ্যন্ত৷ এবছৰত মুঠ চাৰিবাৰ নৱৰাত্ৰি পালন কৰা হয়৷ ইয়াৰ মাজতেই দুটা সাধাৰণ নৱৰাত্ৰি আৰু দুটা গুপ্ত নৱৰাত্ৰি৷ সাধাৰণ নৱৰাত্ৰি হৈছে চ’ত নৱৰাত্ৰি যি বাসন্তী পূজা নামেৰেও পৰিচিত আৰু শাৰদীয় নৱৰাত্ৰি যি আমি শৰৎকালৰ দূৰ্গাপূজা হিচাপে পালন কৰো৷ গুপ্ত নৱৰাত্ৰি পালিত হয় মাঘ মাহ আৰু আহাৰ মাহত৷ গুপ্ত নৱৰাত্ৰিত প্ৰধানত তন্ত্ৰসাধকে দশমহাবিদ্যাৰ আৰাধনা কৰে৷ জ্যোতিষ গণনাই কৈছে যে এই বছৰ আহাৰ নৱৰাত্ৰিত মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্য খুলিব পাঁচ ৰাশিৰ জাতকৰ৷ অক্টোবৰত শাৰদীয় নৱৰাত্ৰি পৰ্যন্ত প্ৰচুৰ সুখ সৌভাগ্য লাভ কৰিব এইসমূহ ৰাশিৰ জাতকে৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

আহাৰৰ নৱৰাত্ৰিৰ পৰা শাৰদীয় নৱৰাত্ৰি পৰ্যন্ত নানান দিশৰ পৰা ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ এই চাৰি মাহ বিলাসিতাৰ মাজেৰে সময় কটাব পাৰিব৷ নতুন চাকৰি লাভৰ যোগ আছে৷ যিসকল এতিয়াও অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হব পাৰে৷ মেষ ৰাশিৰ জাতকৰ যিসকলে কামত হাত দিব তেওঁলোকেও দেৱীৰ আশীৰ্বাদত সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতেও ভাল সময় কটাব পাৰে৷

সিংহ ৰাশি

আহাৰৰ গুপ্ত নৱৰাত্ৰিত দেৱী দুৰ্গাৰ কৃপা লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ শাৰদীয় দুৰ্গাপূজা পৰ্যন্ত এওঁলোকৰ ভাল সময় চলিব৷ এই সময়ত সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি আৰু জনপ্ৰিয়তা বাঢ়িব৷ কোনো চাকৰিৰ প্ৰস্তাৱ আপোনাৰ কাষলৈ আহিব৷ দেৱীৰ আশীৰ্বাদত আপোনাৰ ৰৈ থকা সকলো কাম সম্পন্ন হব৷ পুৰণি ঋণৰ পৰা মুক্তি পাব৷ আৰ্থিক লাভ হব৷

তুলা ৰাশি

মা দুৰ্গাৰ আশীৰ্বাদত আহাৰৰ গুপ্ত নৱৰাত্ৰিৰ পৰা প্ৰচুৰ সুখ সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ আৰ্থিক কষ্টই আপোনাৰ কাবু কৰিব নোৱাৰিব৷ অতিৰিক্ত অৰ্থাগমনৰ যোগ আছে৷ নিজৰ আৰ্থিক পৰিস্থিতি বহুপৰিমাণে মজবুত কৰিব পাৰিব৷ উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব পাৰে৷ এই সময়ত তুলাৰ জাতকৰ দাম্পত্য জীৱনত সুখ থাকিব৷

বৃশ্চিক ৰাশি

আহাৰৰ গুপ্ত নৱৰাত্ৰিৰ পৰা আৰম্ভ কৰি শাৰদীয় নৱৰাত্ৰি পৰ্যন্ত মা দুৰ্গাৰ বিশেষ কৃপা থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত কোনো বিপদ আহিব পাৰে৷ মনৰ পৰা দুশ্চিন্তাৰ কলা মেঘ দূৰ হব৷ দেৱীৰ আশীৰ্বাদত আৰ্থিকভাৱে লাভৱান হব৷ নিজৰ পছন্দৰ কোনো স্থানলৈ ভ্ৰমণ কৰিব পাৰে৷

কুম্ভ ৰাশি

আহাৰৰ গুপ্ত নৱৰাত্ৰিত মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ দেৱীৰ কৃপাত আপুনি জীৱনৰ সকলো ক্ষেত্ৰতেই সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে দুৰ্দান্ত সময় কটাব আপুনি৷ নতুন সম্পত্তি ক্ৰয়ৰ যোগ আছে৷ সন্তান সংক্ৰান্তিয় কোনো সমস্যা থাকিলে মা দুৰ্গাৰ কৃপাত তাৰ অৱসান হব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
ৰথযাত্ৰাত একাধিক শুভ যোগ, জগন্নাথৰ কৃপাত চতুৰ্দিশৰ পৰা উন্নতি ৫ ৰাশিৰ

ৰথযাত্ৰাত একাধিক শুভ যোগ, জগন্নাথৰ কৃপাত চতুৰ্দিশৰ পৰা উন্নতি ৫ ৰাশিৰ

১ টুকুৰাতেই বাঢ়িব শুক্ৰাণু! বাঢ়িব শক্তি, উৰ্বৰতাৰে ভৰপুৰ হৈ থাকিব আপুনি৷ কেঁচা পিঁয়াজ কেনেকৈ খাব?

১ টুকুৰাতেই বাঢ়িব শুক্ৰাণু! বাঢ়িব শক্তি, উৰ্বৰতাৰে ভৰপুৰ হৈ থাকিব আপুনি৷ কেঁচা পিঁয়াজ কেনেকৈ খাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.